• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

শচীনৰ ৩০ বছৰীয়া ৰেকৰ্ড ভংগ কৰিলে ১৫ বছৰীয়া মহিলা ক্ৰিকেটাৰে

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , November 11, 2019 10:51 am

1 min read

Shafali Verma
9.4k
VIEWS
Share on FacebookShare on Twitter

ভাৰতীয় মহিলা ক্ৰিকেট দলৰ অপেনিং বেটছমেন শেফালী বাৰ্মাই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত গঢ়িলে এক   অনন্য ৰেকৰ্ড। তেওঁ সৰ্বকনিষ্ঠ ভাৰতীয় ক্ৰিকেটাৰ হিচাপে অৰ্ধশতক অৰ্জনৰ গৌৰৱ অৰ্জন কৰিছে।

১৫ বছৰীয়া শেফালীয়ে ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে শনিবাৰে চেইণ্ট লুচিয়াত খেলা টি-২০ মেচখনত এই গৌৰৱৰ অধিকাৰী হয়।

মেচখনত শেফালীয়ে ৪৯টা বলত ৬টা চাৰি আৰু ৪টা ছিক্সাৰৰ সহায়ত ৭৩ ৰানৰ বিস্ফোৰক ইনিংছ খেলে। তেওঁৰ ক্ৰিকেট কেৰিয়াৰৰ এইটোৱে প্ৰথম অৰ্ধশতক।

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত অৰ্ধশতক অৰ্জন কৰি সৰ্বকনিষ্ঠ ভাৰতীয় ক্ৰিকেটাৰৰ গৌৰৱ অৰ্জনৰ বাবে শেফালীয়ে শচীন টেণ্ডুলকাৰৰ ৩০ বছৰীয়া ৰেকৰ্ড ভংগ কৰিব লগীয়া হয়।

শেফালীয়ে ১৫ বছৰ ২৮৫ দিনত এই কৃতিত্ব অৰ্জন কৰাৰ বিপৰীতে শচীনে এই ৰেকৰ্ডৰ অধিকাৰী হৈছিল ১৬ বছৰ ২১৪ দিনত।

শচীনে ১৯৮৯ চনৰ ২৪ অক্টোবৰত পাকিস্তানৰ বিৰুদ্ধে খেলা টেষ্ট মেচত প্ৰথমটো অৰ্ধশতক অৰ্জন কৰিছিল।

উল্লেখ্য যে ৱেষ্ট ইণ্ডিজ ভ্ৰমণৰত ভাৰতীয় মহিলা দলটোৱে ৫ খনীয়া টি-২০ শৃংখলাৰ প্ৰথমখন মেচ ৮৪ ৰানত জয়ী হৈ ১-০ৰ অগ্ৰগতি লৈছে।

Recent News

a track

কৃষকৰ ট্ৰেক্টৰ ৰেলীত অনুমতি দিল্লী আৰক্ষীৰ,৩০৮ টা টুইটাৰ একাউণ্টেৰে ৰেলী বিঘ্নিত কৰাৰ চেষ্টা পাকিস্তানৰ

a family_600c1789a132e

এজন লোকৰ ২৭ গৰাকী ঘৈণী, সন্তানৰ সংখ্যা ১৫০! ক’ত?

FB_IMG_1611484341539

“সহায়-The Helping Hand” নামৰ স্বেচ্ছাসেৱী সংগঠনৰ উদ্যোগত  ভোগালী উৎসৱস্থলীত চাফাই অভিযান

FB_IMG_1611490110105

অসম এথলেটিকছ সন্থা আৰু টিপকাইৰ উদ্যোগত মাৰ্ঘেৰিটাত মাৰাথন দৌৰ , সহস্রাধিকৰ অংশগ্রহণ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd