• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home প্ৰযুক্তি

মাত্ৰ ১৫ মিনিট চাৰ্জ দিলেই ১৫০ কিঃমিঃ চলিব : বজাৰলৈ আহিছে নতুন টাটা কাৰ্ভ ইভি

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
August 9, 2024 3:25 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বজাৰত আৰ্ৱিভাব হৈছে আন এখন ইলেক্ট্ৰিক গাড়ী। টাটা মটৰছে বজাৰত মুকলি কৰিছে এই ইলেক্ট্ৰিক গাড়ীখন। এই গাড়ীখনৰ নাম টাটা কাৰ্ভ ইভি।

দেশৰ ইলেক্ট্ৰিক গাড়ীৰ বজাৰত টাটাৰ আধিপত্য বাঢ়ি আহিছে। এই বজাৰখন অধিক শক্তিশালী কৰিবলৈ টাটাই মুকলি কৰিলে এই উন্নত চাৰিচকীয়া বাহনখন।

Apply Now

কেৱল ভাল ৰেঞ্জেই নহয়, গাড়ীখনৰ আছে আধুনিক ডিজাইন আৰু বিভিন্ন বৈশিষ্ট্য । ছানৰুফৰ পৰা আৰম্ভ কৰি ডাঙৰ টাচস্ক্ৰীণলৈকে বিবিধ সুবিধা প্ৰদান কৰিছে টাটাই। সুৰক্ষাৰ ফালৰ পৰাও টাটাই গাড়ীখনক প্ৰদান কৰিছে অনন্য মাত্ৰা।

কোম্পানীটোৱে টাটা কাৰ্ভ গাড়ীৰ একাধিক ভেৰিয়েন্ট মুকলি কৰিছে। বেচ মডেলত আছে ৪৫ কিলোৱাট বেটাৰী, এই গাড়ীখন বেটাৰী সম্পূৰ্ণ চাৰ্জ কৰিলে ৫০২ কিলোমিটাৰ ৰেঞ্জ দিব পাৰে।

শীৰ্ষ মডেলত আছে ৫৫ কিলোৱাট বেটাৰী, যাৰ বেটাৰী সম্পূৰ্ণ চাৰ্জ কৰিলে অনায়াসে ৫৮৫ কিলোমিটাৰ দূৰত্ব আতিক্ৰম কৰিব পাৰে। উল্লেখ্য যে আজিলৈকে টাটা মটৰ্ছে নিৰ্মাণ কৰা এইখনেই আটাইতকৈ দীৰ্ঘ দূৰত্বৰ ৰেঞ্জ দিয়া বৈদ্যুতিক বাহন।

কোম্পানীটোৱে দাবী কৰিছে যে কাৰ্ভ ইভিত আল্ট্ৰা ফাষ্ট চাৰ্জিংও আছে। ডিচি চাৰ্জিং প্ৰযুক্তিৰ সহায়ত মাত্ৰ ১৫ মিনিটৰ প্লাগ-ইন কৰিলে গাড়ীখনে ১৫০ কিলোমিটাৰ ৰেঞ্জ লাভ কৰিব।

উল্লেখ্য যে টাটা পাঞ্চ ইভি আৰু নেক্সন ইভিয়ে নিৰাপত্তা পৰীক্ষাত ৫ ষ্টাৰ ৰেটিং লাভ কৰিছে।

এই বাহনখনত আছে এল ই ডি টেইল লাইট। ভিতৰত আছে ডিজিটেল ইনষ্ট্ৰুমেণ্ট ক্লাষ্টাৰ আৰু টাচস্ক্ৰীণ ইনফ’টেইনমেণ্ট চিষ্টেম। লগতে আছে পেনোৰামিক ছানৰুফ, বেতাঁৰ চাৰ্জিং, এডজাষ্টেবল ড্ৰাইভাৰ চিট, ইলেক্ট্ৰনিক পাৰ্কিং ব্ৰেক ইত্যাদি।

সুৰক্ষাৰ বাবে গাড়ীখনত আছে ৬টা এয়াৰবেগ, লেভেল ২ এডভান্সড ড্ৰাইভাৰ এচিষ্টেণ্ট চিষ্টেম, ডিস্ক ব্ৰেক, অটো-হল্ড, আৰু জৰুৰীকালীন ব্ৰেকিং।

এই গাড়ীখনৰ দাম কিমান?

টাটা মটৰছৰ এই ইলেক্ট্ৰিক গাড়ীখনৰ দাম এক্স-শ্ব’ৰুমত ১৭.৪৯ ৰ পৰা ২১.৯৯ লাখ টকা।

কাৰ্ভ ইভি ক্ৰিয়েটিভ – ১৭.৪৯ লাখ

কাৰ্ভ ইভি একাম্পলিচড – ১৮.৪৯ লাখ

কাৰ্ভ ইভি একাম্পলিছ + এছ – ১৯.২৯ লাখ

কাৰ্ভ ইভি ৫৫ একাম্পলিচড – ১৯.২৫ লাখ

কাৰ্ভ ইভি ৫৫ একাম্পলিচড + এছ – ১৯.৯৯ লাখ

কাৰ্ভ ইভি ৫৫ শক্তিশালী + – ২১.২৫ লাখ

উল্লেখ কৰাৰ প্ৰয়োজন, ইলেক্ট্ৰিকৰ উপৰিও পেট্ৰ’ল মডেলত উপলব্ধ হ’ব টাটা কাৰ্ভ। ভৱিষ্যতে আৰু অধিক ইলেক্ট্ৰিক গাড়ী মুকলি কৰাৰ কথা ঘোষণা কৰিছে কোম্পানীটোৱে। ২০২৫ চনত মুকলি হ’ব পাৰে নতুন টাটা হেৰিয়াৰ ইভি সংস্কৰণ।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

২৪ ঘন্টাৰ ভিতৰত মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগ দাবী ৰাইজৰ দলৰ

২৪ ঘন্টাৰ ভিতৰত মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগ দাবী ৰাইজৰ দলৰ

September 24, 2026 8:32 pm
‘ভোট চুৰি কৰি নস্যাৎ কৰা হৈছে বিৰোধীৰ ঢৌ’, ‘দেশদ্ৰোহী’ জ্ঞানেশ কুমাৰৰ পদত্যাগ দাবী ৰাহুল গান্ধীৰ!

‘ভোট চুৰি কৰি নস্যাৎ কৰা হৈছে বিৰোধীৰ ঢৌ’, ‘দেশদ্ৰোহী’ জ্ঞানেশ কুমাৰৰ পদত্যাগ দাবী ৰাহুল গান্ধীৰ!

September 24, 2026 7:20 pm
অভিজ্ঞ চিকিৎসকৰ বয়স বাঢ়িছে, নতুনৰ সংখ্যা যথেষ্ট নহয়! অহা এক দশকত স্বাস্থ্য সংকটৰ আশংকা WHO-ৰ

অভিজ্ঞ চিকিৎসকৰ বয়স বাঢ়িছে, নতুনৰ সংখ্যা যথেষ্ট নহয়! অহা এক দশকত স্বাস্থ্য সংকটৰ আশংকা WHO-ৰ

September 24, 2026 6:24 pm
২ অক্টোবৰত পৰ্যটকৰ বাবে মুকলি হ’ব মানস ৰাষ্ট্ৰীয় উদ্যান

২ অক্টোবৰত পৰ্যটকৰ বাবে মুকলি হ’ব মানস ৰাষ্ট্ৰীয় উদ্যান

September 24, 2026 5:05 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২৪ ঘন্টাৰ ভিতৰত মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগ দাবী ৰাইজৰ দলৰ

২৪ ঘন্টাৰ ভিতৰত মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগ দাবী ৰাইজৰ দলৰ

September 24, 2026 8:32 pm
‘ভোট চুৰি কৰি নস্যাৎ কৰা হৈছে বিৰোধীৰ ঢৌ’, ‘দেশদ্ৰোহী’ জ্ঞানেশ কুমাৰৰ পদত্যাগ দাবী ৰাহুল গান্ধীৰ!

‘ভোট চুৰি কৰি নস্যাৎ কৰা হৈছে বিৰোধীৰ ঢৌ’, ‘দেশদ্ৰোহী’ জ্ঞানেশ কুমাৰৰ পদত্যাগ দাবী ৰাহুল গান্ধীৰ!

September 24, 2026 7:20 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd