• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 2, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বিশ্বনাথত অনুষ্ঠিত ৰাষ্ট্ৰীয় চৈ কোৱাং ডো প্ৰতিযোগিতাৰ শীৰ্ষত অসম দল

কাজি জেইদুল ইছলাম by কাজি জেইদুল ইছলাম
January 11, 2019 4:34 pm
IMG_3544
419
VIEWS
Share on FacebookShare on Twitter

বিশ্বনাথ জিলাৰ হিমালয়া ভৱনত ৫ আৰু ৬ জানুৱাৰীত অনুষ্ঠিত হৈ যায় ১৫ নং ৰাষ্ট্ৰীয় চৈ কোৱাং ডো প্ৰতিযোগিতা৷ বিশ্বনাথ চাৰিআলিৰ চেম্পিয়ন মেকাৰ একাডেমী আৰু অসম চৈ কোৱাং ডো সন্থাৰ সহযোগত ২০১৮-১৯বৰ্ষৰ এই প্ৰতিযোগিতাখনত ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ প্ৰতিযোগীয়ে অংশ গ্ৰহণ কৰে। প্ৰতিযোগিতাৰ উদ্বোধনী অনুষ্ঠানত পতাকা উত্তোলন কৰে ৰাজ্যিক চৈ কোৱাং ডো সন্থাৰ সভাপতি  ডঃ বিকাশ সৰকাৰে। বন্তি প্ৰজ্বলন কৰে চৈ কোৱাং ডো ভাৰতৰ সম্পাদক বিক্ৰম থাপা, আযোজক সমিতিৰ সভাপতি অঞ্জন বৰা আৰু অশোক বৰাই৷ ঋতুপূৰ্ণ খাটনিয়াৰ আৰু নৱজ্যোতি হাজৰিকাই আঁত ধৰা সামৰণি অনুস্থানত উপস্থিত থাকে বিশ্বনাথৰ চক্ৰ বিষয়া বিশ্বজিৎ শইকীয়া, অবিভক্ত শোণিতপুৰ জিলাৰ ক্ৰীড়া বিষয়া মনোৰমা দাস,  বিশ্বনাথৰ অতিৰিক্ত ক্ৰীড়া বিষয়াৰ দ্বায়িত্বত থকা লানিমা তালুকদাৰ আৰু বহুতো৷

চেম্পিয়ন মেকাৰ একাডেমীৰ পৰিচালক তথা সদৌ অসম চৈ কোৱাং ডো সন্থাৰ সম্পাদক লগতে আয়োজক সমিতিৰ সম্পাদক  হৃদয়ানন্দ দাসে জানিবলৈ দিয়া অনুসৰি ভাৰতবর্ষৰ বিভিন্ন প্ৰান্তৰ পৰা অহা তিনিশৰো অধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰা প্ৰতিযোগিতাখনত অসম দলে ২২টা সোণ, ৭ টা ৰূপ আৰু ৩ টা ব্ৰঞ্জৰ পদকেৰে শ্ৰেষ্ঠ দলৰ সন্মান লাভ কৰে। আনহাতে হাৰিয়ানা দলে দ্বিতীয় শ্ৰেষ্ঠ আৰু মণিপুৰ দলে লাভ কৰে তৃতীয় শ্ৰেষ্ঠ দলৰ সন্মান৷

অসম দলৰ পদক অৰ্জন কৰা  খেলুৱৈ কল ক্ৰমে সোণ ভূমিস্থা দাস, হৰসীতা জৈন, আদৰীকা হাজৰিকা, হৰসীতা শইকীয়া, পৰিস্মীতা শইকীয়া, প্ৰজ্ঞান মনোজ কলিতা, অনোজ ভট্টাচাৰ্য, ময়ুৰেশ বৰা, শোভম গোস্বামী, ৰাগিনী বৰুৱা, জিম্পী দেৱী, প্ৰিয়দৰ্শনী লামা, টনি ভাগৱতী, অংগদ কাশ্যপ, অগোৰ মিঅ’, ৰাজৰ্ষী নাথ, মনদীপ বৰুৱা, পপ্পি নেৱাৰ, সুস্মিতা শইকীয়া, সাগৰীকা ভূঞা, কৌশিক ঘোষ, বিমল দাহাংগা ৰূপৰ পদক লাভ কৰা সকল হৈছে টিনা দাস, ব্ৰিমিশা খাটনিয়াৰ, অভিপ্ৰিতি সিং, হৃদয় জৈন, চনম লামা, অনুভৱ কাশ্যপ, ভাস্কৰ জ্যোতি শইকীয়া লগতে ব্ৰঞ্জৰ পদক লাভ কৰোঁতাসকল হিমাংশু শৰ্মা, স্বৰূপ সিং আৰু প্ৰতিম হাজৰিকা৷

Recent News

ভাৰ্চুৱেল শুনানিৰ সময়ত বিয়েৰত চুমুক! অধিবক্তাৰ বিৰুদ্ধে আদালত অৱমাননাৰ গোচৰ ৰুজু

ভাৰ্চুৱেল শুনানিৰ সময়ত বিয়েৰত চুমুক! অধিবক্তাৰ বিৰুদ্ধে আদালত অৱমাননাৰ গোচৰ ৰুজু

জলবায়ু পৰিৱৰ্তনৰ বাবে স্থানান্তৰিত হ’বলৈ বাধ্য হ’ল প্ৰাচীন হিমালয়ৰ গাঁও ছামজুং

জলবায়ু পৰিৱৰ্তনৰ বাবে স্থানান্তৰিত হ’বলৈ বাধ্য হ’ল প্ৰাচীন হিমালয়ৰ গাঁও ছামজুং

গুৱাহাটী বিশ্ববিদ্যালয়ত ‘পেছাৰ বাবে প্ৰস্তুতি’ শীৰ্ষক অনুষ্ঠানৰ সামৰণি

গুৱাহাটী বিশ্ববিদ্যালয়ত ‘পেছাৰ বাবে প্ৰস্তুতি’ শীৰ্ষক অনুষ্ঠানৰ সামৰণি

সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ পূৰ্বে বিৰোধী দলবোৰক একত্ৰিত কৰিবলৈ উদ্যোগী ছোনিয়া গান্ধী

সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ পূৰ্বে বিৰোধী দলবোৰক একত্ৰিত কৰিবলৈ উদ্যোগী ছোনিয়া গান্ধী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd