DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, March 31, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বৰপেটালৈ বহিঃৰাজ্যৰ পৰা নতুনকৈ আহিল ১৬৬ জন : কোৱাৰেন্টাইন চেন্টাৰৰ পৰা মুকলি হ’ল ৫৭ জন

শশাংক তালুকদাৰ by শশাংক তালুকদাৰ
May 25, 2020 5:29 pm
IMG_20200525_160627
29.4k
VIEWS
Share on FacebookShare on Twitter

বৰপেটা জিলালৈ বিভিন্ন ৰাজ্যৰ পৰা যোৱা ১৮ মে’ৰ দিনা অহা ৫৭ জন লোকৰ কোভিড১৯ পৰীক্ষাৰ ফলাফল নেতিবাচক হোৱাত আজি তেওঁলোকক প্ৰতিষ্ঠানিক কোৱাৰেন্টাইনৰ পৰা মুকলি কৰি দিয়া হয়।

এইলোক সকলক বৰনগৰ কলেজত কোৱাৰেন্টাইন কৰা হৈছিল।

জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মাই এই কথা প্ৰকাশ কৰি লগতে জনাইছে যে তেওঁলোক অন্তত: অহা সাত দিনলৈ নিজৰ ঘৰতে সপৰিয়ালে কোৱাৰেন্টাইন হৈ থাকিব লাগিব।

তেওঁলোকক নিজ নিজ ঘৰলৈ নি স্বাস্থ্য বিভাগৰ দলে হাতত ছীল মৰাৰ উপৰি ঘৰৰ দুৱাৰ মুখত কোৱাৰেন্টাইন জাননী আঁৰি দিয়ে।

ইফালে বহি:ৰাজ্যৰ পৰা বৰপেটালৈ স্থানীয় লোকৰ আগমণ আজিও অব্যাহত আছে।

আজি আবেলিলৈ বিভিন্ন ৰাজ্যৰ পৰা ১৬৬ জন লোক জিলাখনলৈ আহিছে।

ইয়াৰে ৭ জনক ভৱানীপুৰ অঞ্চলিক মহাবিদ্যালয়ত, ৬২ জনক বৰপেটা পলিটেকনিকত আৰু ৯৭ জনক পাঠশালাৰ এন এইছ কলেজত ৰখা হৈছে।

এই কথা প্ৰকাশ কৰি জিলা জনসংযোগ বিষয়াজনে জনোৱা মতে আজি নিশাৰ ভাগলৈ আৰু অধিক সংখ্যক লোক জিলাখনলৈ অহাৰ সম্ভাৱনা আছে।

সকলোকে এসপ্তাহৰ বাবে কোৱাৰেন্টাইন চেন্টাৰত ৰাখি স্বাস্থ্য পৰীক্ষাৰ ব্যৱস্থা কৰা হৈছে।

অৱশ্যে ৰাজ্য চৰকাৰৰ নিৰ্দেশ মৰ্মে  বৃদ্ধ, শিশু, গৰ্ভৱতী মহিলা আৰু বিশেশভাৱে সক্ষম লোকক প্ৰতিষ্ঠানিক কোৱাৰেন্টাইনৰ পৰিবৰ্তে হোম কোৱাৰেন্টাইনলৈ প্ৰেৰণ কৰা হৈছে।

Tags: COVID-19

Recent News

broilers seized in Srirampur

নিষেধাজ্ঞাৰ মাজতো চলিছে সৰবৰাহ! শ্ৰীৰামপুৰত ব্ৰয়লাৰ ভৰ্তি ১০ খন বাহন জব্দ

Indore Temple Floor Collaps

ইন্দোৰত ভয়াৱহ দুৰ্ঘটনা: মন্দিৰৰ পুখুৰীত পৰি ১২ গৰাকীৰ মৃত্যু

জৰায়ুৰ মুখৰ কেঞ্চাৰ(চাৰ্ভিকেল কেঞ্চাৰ)ৰ বিষয়ে কিছু কথা

জৰায়ুৰ মুখৰ কেঞ্চাৰ(চাৰ্ভিকেল কেঞ্চাৰ)ৰ বিষয়ে কিছু কথা

যৌনতাৰ বিষয়ে গুগুলে সঘনাই সন্মুখীন হোৱা প্ৰশ্নকেইটা

যৌনতাৰ বিষয়ে গুগুলে সঘনাই সন্মুখীন হোৱা প্ৰশ্নকেইটা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd