• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ডুবাইত ২০০ কোটি টকাৰ বিয়াত যোগ দি ইডিৰ ৰোষত ছানি লিয়নী, টাইগাৰ শ্ৰফকে ধৰি বলীউডৰ ১৭ গৰাকী তাৰকা!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 16, 2023 3:36 pm
ফটো: সংগ্ৰহীত।

ফটো: সংগ্ৰহীত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মহাদেৱ জুৱা এপৰ স্বত্বাধিকাৰী সৌৰভ চন্দ্ৰকাৰে এইবছৰতে ডুবাইত বিবাহপাশত আবদ্ধ হৈছিল। প্ৰৱৰ্তনকাৰী সঞ্চালকালয় (ইডি)ৰ তথ্য অনুসৰি সৌৰভে নিজৰ বিয়াত ২০০ কোটি টকা খৰচ কৰিছিল। আৰু এই ধনৰ এটা ডাঙৰ অংশ বলীউডৰ চেলিব্ৰিটিৰ হাতলৈ গৈছিল, যিয়ে ডুবাইৰ বিয়াত উপস্থিত থাকি অনুষ্ঠান পৰিৱেশন কৰিছিল।

বাতৰি অনুসৰি, সেই তাৰকাসকলৰ প্ৰতিজনকে ইডিয়ে সোধা-পোছাৰ বাবে মাতিব পাৰে। এই তালিকাৰ প্ৰথম স্থানতে আছে টাইগাৰ শ্ৰফ, ছানি লিয়নী, গায়িকা নেহা কক্কাৰৰ নাম।

সৌৰভ চন্দ্ৰকাৰ আৰু তেওঁৰ ব্যৱসায়িক সহযোগী ৰবি উপ্পালৰ বিৰুদ্ধে ৫ হাজাৰ কোটি টকাৰ আৰ্থিক অপব্যৱহাৰৰ অভিযোগৰ তদন্ত চলাই আছে ইডিয়ে। তেওঁলোকে ডুবাইৰ পৰা অনলাইন জুৱা এপটো চলায়।

Apply Now

লগতে পঢ়ক: টিকটকক ৪ হাজাৰ কোটি টকাৰ জৰিমনা বিহিলে ইউৰোপীয় ইউনিয়নৰ ডিপিচিয়ে

মহাদেৱ জুৱা এপৰ সৈতে বলীউডৰ সংযোগ:

১. ধন সৰবৰাহৰ গোচৰত সৌৰভ চন্দ্ৰকাৰ আৰু ৰবি উপ্পালক বিচাৰিছে। দুয়োজনেই ছত্তীশগড়ৰ বাসিন্দা। সৌৰভৰ বয়স ২০ বছৰৰ আশেপাশে। জনা যায় যে আগতে তেওঁ ছত্তীশগড়ৰ ভিলাইত জ্যুচ বিক্ৰী কৰিছিল।

২. ইডিৰ সূত্ৰ অনুসৰি চন্দ্ৰকাৰে ২০২২ চনৰ ১৮ ছেপ্টেম্বৰত ডুবাইত আন এটা পাৰ্টি দিছিল। য’ত বলীউডৰ একাংশ তাৰকাক সাত তাৰকাযুক্ত হোটেলত পাৰ্টিত অংশগ্ৰহণ কৰিবলৈ ৪০ কোটি টকা দিয়া হৈছিল।

৩. ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত হোৱা বিয়াৰ সময়ত নাগপুৰৰ পৰা পৰিয়ালৰ লোকক ডুবাইলৈ নিবলৈ ব্যক্তিগত জেট বিমান ভাড়া কৰা হৈছিল। বলীউডৰ চেলিব্ৰিটি, ৱেডিং প্লেনাৰ, নৃত্যশিল্পীৰ দল, ডেকোৰেটৰ সকলোৱে মুম্বাইৰ পৰা ডুবাইলৈ উৰা মাৰিছিল।

লগতে পঢ়ক: মানৱ শৰীৰত গাহৰিৰ বৃক্ক প্ৰতিস্থাপন! ২ মাহ ধৰি কাৰ্যক্ষম হৈ ৰ’ল অংগ, উৎফুল্লিত গৱেষকসকল

৪. তাৰকাসকলৰ ভিতৰত আছে আতিফ আছলাম, ৰাহত ফাতেহ আলী খান, আলী আছগৰ, বিশাল দাদলানী, এলি অভৰাম, ভাৰতী সিং, ভাগ্যশ্ৰী, কৃতি খাৰবান্দা, নুছৰত ভাৰুচা, কৃষ্ণা অভিষেককে ধৰি অন্যান্য শিল্পী।

৫. যোৱা বছৰৰ ডিচেম্বৰৰ পৰা মহাদেৱৰ অনলাইন জুৱা এপৰ তদন্ত আৰম্ভ হৈছিল কিন্তু এই ক্ষেত্ৰত বলীউডৰ সংযোগ এতিয়া চৰ্চালৈ আহিছে।

৬. মহাদেৱ অনলাইন জুৱা এপ হৈছে এটা গেম এপ, যাৰ ওপৰত যোৱা এটা বছৰত প্ৰায় ১০ লাখ লোকে বাজি ধৰিছে। প্ৰায় ৩০টা কেন্দ্ৰৰ পৰা এই এপটো চলি আছে। কিন্তু ইয়াৰ মালিকসকল এতিয়া ডুবাইত আছে য’ত জুৱা খেলা বৈধ।

৭. মহাদেৱ অনলাইন জুৱা এপটো বলীউডৰ একাংশ ব্যক্তিয়ে নিজৰ ইউটিউব চেনেলতো প্ৰচাৰ কৰিছে।

৮. এপটোৰ বিজ্ঞাপনৰ সৈতে জড়িত কোনো বলীউডৰ ব্যক্তিত্বৰ নাম এতিয়াও আনুষ্ঠানিকভাৱে প্ৰকাশ কৰা নাই ইডিয়ে। কিন্তু এগৰাকী শীৰ্ষ কমিক, এগৰাকী চৰিত্ৰ শিল্পী, এগৰাকী শীৰ্ষ বলীউডৰ পুৰুষ তাৰকা, এগৰাকী মহিলা কমিক তাৰকাই আপাত দৃষ্টিত প্লেটফৰ্মৰ পৰা ধন পাইছিল।

লগতে পঢ়ক: দুৰন্ত তৰুণ! ৯৮ বছৰ বয়সত মটৰ চাইকেল ৰেচিঙেৰে গঢ়িলে বিশ্ব অভিলেখ

৯. শুকুৰবাৰে ইডিয়ে এই গোচৰৰ সৈতে জড়িত ভূপাল, মুম্বাই আৰু কলকাতাৰ পৰা ৪১৭ কোটি টকাৰ সম্পত্তি জব্দ কৰে।

১০. বেটিং ৱেবছাইটোৰ মূল উদ্দেশ্য আছিল ভাৰতত নাম লুকুৱাই কাম কৰা কিয়নো ইয়াত জুৱা নিষিদ্ধ।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

July 31, 2026 6:30 am
লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

July 31, 2026 6:30 am
লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd