• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ওদালগুৰিৰ পানেৰীত সংঘটিত পথ দুৰ্ঘটনাত আহত ১৭ গৰাকী শিশু

NE NOW NEWS চাজিদ খান
ওদালগুৰি , August 20, 2018 7:40 pm

1 min read

IMG-20180820-WA0019

দুৰ্ঘটনাত পতিত হোৱা বাহনখন

80
VIEWS
Share on FacebookShare on Twitter

আজি পুনৰ ওদালগুৰি জিলাত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। জানিব পৰা মতে ৰাতিপুৱা প্ৰায় ৯ বজাত জিলাখনৰ পানেৰী আৰক্ষী থানাৰ অন্তৰ্গত খ্ৰীষ্টানবস্তী অঞ্চলত এখন তীব্ৰ বেগী মহিন্দ্ৰা ছুপ্ৰ’ ভানে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ ওপৰতে বাগৰি পৰে। ফলত ভানখনত থকা ১৭ গৰাকী শিশু গুৰুতৰভাৱে আঘাত প্ৰাপ্ত হয়।

দুৰ্ঘটনা সংঘটিত হোৱাৰ লগে লগে ঘটনাস্থলীত উপস্থিত থকা স্থানীয় ৰাইজৰ তৎপৰতাত আঘাত প্ৰাপ্ত শিশু কেইজনক টংলা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।

ইফালে টংলা চিকিৎসালয়ৰ চিকিৎসকে আঘাতপ্ৰাপ্ত শিশু কেইজন বৰ্তমান সংকট মুক্ত বুলি সদৰী কৰে। আনহাতে বাহনখনৰ চালকগৰাকীও দুৰ্ঘটনাটোত সামান্য পৰিমাণে আঘাত প্ৰাপ্ত হয় বুলি স্থানীয় লোকে জানিবলৈ দিয়ে।

উল্লেখযোগ্য যে দুৰ্ঘটনাত পতিত হোৱা বাহনখনত থকা আটাইকেইজন শিশুৱে হিন্দু ধৰ্মীয় সাজ পৰিধান কৰি কোনো ধৰ্মীয় অনুষ্ঠানত ভাগ লোৱাৰ উদ্দেশ্যে অহা বুলি জানিব পৰা যায়।

আনহাতে ওদালগুৰি জিলাৰ বিভিন্ন অঞ্চলত বিগত কিছু দিনৰ পৰা অভাৱনীয় হাৰত বৃদ্ধি পোৱা পথ দুৰ্ঘটনাই শংকিত কৰি তুলিছে জিলাখনৰ সচেতন মহলক। গাড়ী চালকৰ দৌৰাত্ম্যৰ বাবেই এনেদৰে নিতৌ শোকাৱহ পথ দুৰ্ঘটনা সংঘটিত হৈ আছে বুলি স্থানীয় ৰাইজে মত প্ৰকাশ কৰে।

Recent News

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

নাগ্ৰীজুলিত পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

নাগ্ৰীজুলিত পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

ডেমকেয়াৰ ৰঞ্জিত! টেনশ্যন নলৈ, প্ৰত্যাহ্বান নোহোৱাকৈ ২১ ত CONG-AIUDF ক ৰুধিবলৈ সাজু

ডেমকেয়াৰ ৰঞ্জিত! টেনশ্যন নলৈ, প্ৰত্যাহ্বান নোহোৱাকৈ ২১ ত CONG-AIUDF ক ৰুধিবলৈ সাজু

স্মিথক অব্যাহতি, সঞ্জু ছেমছন ৰাজস্থান ৰোয়েলছৰ নতুন অধিনায়ক

স্মিথক অব্যাহতি, সঞ্জু ছেমছন ৰাজস্থান ৰোয়েলছৰ নতুন অধিনায়ক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd