DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 6, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

পুনৰ কোভিড হাস্পতালত ভয়ংকৰ অগ্নিকাণ্ড : অতি কমেও ১৮ গৰাকী কোভিড ৰোগীৰ মৃত্যু; ক’ত?

এন ই নাও নিউজ by এন ই নাও নিউজ
May 1, 2021 9:01 am
index
219
VIEWS
Share on FacebookShare on Twitter

পুনৰ এখন কোভিড হাস্পতালত সংঘটিত হৈছে ভয়ংকৰ অগ্নিকাণ্ড।

প্ৰকাশিত খবৰ অনুসৰি গুজৰাটৰ আহেমদাবাদৰ পৰা ১৫০ কিলোমিটাৰ দূৰত্বৰ বাৰুচ-জামবুচৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত অৱস্থিত বাৰুচৰ এখন কোভিড হাস্পালত শনিবাৰে পুৱতি নিশা সংঘটিত হৈছে ভয়ংকৰ অগ্নিকাণ্ডটো।

অগ্নিকাণ্ডটোত ১৮ গৰাকী কোভিড ৰোগী অগ্নিদগ্ধ হৈ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে।

শনিবাৰে পুৱতি নিশা প্ৰায় ১ বজাৰ আশে পাশে ৱেলফেয়াৰ হাস্পতাল নামৰ কোভিড চিকিৎসালয়খনৰ চতুৰ্থ মহলাৰ কোভিড ৱাৰ্ডত অগ্নিকাণ্ডটোৰ সূত্ৰপাত ঘটে।

অগ্নিকাণ্ডটো সূত্ৰপাত হোৱাৰ লগে লগে অগ্নিনিৰ্বাপক বাহিনীৰ লোকে ৰোগীসকলক উদ্ধাৰৰ অভিযান চলাই যদিও ইতিমধ্যে অগ্নিকাণ্ডটোত ১৮ গৰাকী কোভিড ৰোগীৰ অগ্নিদগ্ধ হৈ মৃত্যু হয়।

“৬.৩০ বজাৰলৈকে পোৱা তথ্য অনুসৰি এই ঘটনাত ১৮ গৰাকী লোকৰ মৃত্যু হৈছে। অগ্নিকাণ্ড সংঘটিত হোৱাৰ লগে লগে আমি ১২ গৰাকী ৰোগীৰ মৃত্যু হোৱা বুলি নিশ্চিত কৰিছো।” সংবাদ সংস্থা এনআইএৰ আগত আৰক্ষীয়ে এইদৰে কয়।

বাৰুচৰ জ্যেষ্ঠ আৰক্ষী বিষয়া ৰাজেন্দ্ৰসিঙ চুদাচামাই কয় যে কোভিড ৱাৰ্ডত সংঘটিত অগ্নিকাণ্ডটোত ১২ জনকৈ কোভিড ৰোগীক ক্ষণিকতে অগ্নিদগ্ধ হৈ মৃত্যু হৈছে।

অৱশ্যে আৰক্ষী বিষয়াগৰাকীৰ মতে অন্য ৬ গৰাকীৰ মৃত্যু সম্পৰ্কে এতিয়াও আৰক্ষী নিশ্চিত হোৱা নাই।

ইফালে প্ৰায় এটা ঘণ্টাৰ ভিতৰেত হাস্পতালখনৰ পৰা ৫০ গৰাকী কোভিড ৰোগীক উদ্ধাৰ কৰি অন্যান্য কোভিড হাস্পতাললৈ স্থানান্তৰ কৰা হৈছে।

অগ্নিকাণ্ডটোৰ কাৰণ বৰ্তমানলৈকে জানিব পৰা হোৱা নাই বুলি প্ৰকাশ কৰিছে আৰক্ষীয়ে।

উল্লেখ্য দেশত ইটোৰ পিছত সিটো কোভিড হাস্পতালত অগ্নিকাণ্ড সংঘটিত হোৱাৰ খবৰ আহি আছে। কিছুদিন পূৰ্বে মুম্বাইৰ এখন  কোভিড হাস্পতালতো সংঘটিত হৈ কেবাগৰাকী কোভিড ৰোগীৰ প্ৰাণহানি হৈছিল।

Tags: COVID-19

Recent News

Sudden visit “পৰিবহন”ৰ কাৰ্যালয়ত “পৰিমল”, বিভাগটো সঁচাকৈয়ে হ’ব নে নিৰ্মল?

Sudden visit “পৰিবহন”ৰ কাৰ্যালয়ত “পৰিমল”, বিভাগটো সঁচাকৈয়ে হ’ব নে নিৰ্মল?

ESIC 2022

Assam Career : ESIC, গুৱাহাটীত চিকিৎসকৰ পদ খালী, কিদৰে কৰিব আবেদন

কলিয়াবৰৰ বেঙেনাআটিত অঘটন, শৌচালয়ৰ টেংকীত আবদ্ধ হৈ দুই শ্ৰমিকৰ মৃত্যু

কলিয়াবৰৰ বেঙেনাআটিত অঘটন, শৌচালয়ৰ টেংকীত আবদ্ধ হৈ দুই শ্ৰমিকৰ মৃত্যু

যন্ত্ৰচালিত গণতন্ত্ৰ

যন্ত্ৰচালিত গণতন্ত্ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd