• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

তামুলপুৰ মহকুমাত কোভিড ১৯ৰ সংক্ৰমণ বৃদ্ধি : মহকুমা প্ৰশাসনৰ পাঁচ হাজাৰ মাস্ক বিতৰণ

চৰকাৰী নিৰ্দেশনা অমান্য কৰিলে ভৰিব লাগিব জৰিমনা

দীপক কুমাৰ পাঠক by দীপক কুমাৰ পাঠক
April 28, 2021 6:31 pm
index.jpgbn
227
VIEWS
Share on FacebookShare on Twitter

অতি সম্প্ৰতি বাক্সা জিলাত কোভিড ১৯ৰ সংক্ৰমণ যথেষ্ট বৃদ্ধি পোৱাত উদ্বিগ্ন হৈ পৰিছে বাক্সা জিলা প্ৰশাসন তথা জিলা দুৰ্যোগ প্ৰশমন বিভাগ।

বাক্সা জিলা দুৰ্যোগ প্ৰশমন বিভাগৰ অধ্যক্ষ, জিলা দণ্ডাধীশ তথা বাক্সা জিলা উপায়ুক্তই কোভিড ১৯ সংক্ৰমণ নিয়ন্ত্ৰণৰ বাবে জৰুৰী ব্যৱস্থা লোৱাৰ বাবে সংশ্লিষ্ট চক্ৰ বিষয়সকললৈ নিৰ্দেশনা জাৰি কৰিছে।

বাক্সা জিলা উপায়ুক্তগৰাকীৰ নিৰ্দেশ মৰ্মে আজি তামুলপুৰ মহকুমা প্ৰশাসনে তামুলপুৰ মহকুমাৰ বিভিন্ন স্থানত মাইক যোগে কোভিড১৯ নিয়ন্ত্ৰণৰ বাবে ৰাইজক সজাগ হ’বলৈ আৰু চৰকাৰী নীতি নিৰ্দেশনা মানি চলিবলৈ ঘোষণা কৰে।

ইয়াৰ উপৰিও তামুলপুৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া ৰূপকমল ৰাভাই আজি নিজেই উপস্থিত থাকি তামুলপুৰ মহকুমা সদৰৰ ঘগ্ৰাচ’ক, তামুলপুৰ বজাৰ চ’ক, মটঙা চ’ক, ৰামেচুবুৰী সাপ্তাহিক বজাৰকে আদি কৰি বিভিন্ন স্থানত উপস্থিত হৈ ৰাইজৰ মাজত প্রায় ৫০০০ খন মাস্ক বিতৰণ কৰাৰ লগতে ৰাইজক সজাগ হৈ পৰিয়াল আৰু সমাজখনক ৰক্ষা কৰাৰ বাবে আহ্বান জনায়।

কোনো লোকে কোভিডৰ চৰকাৰী নিয়ম উলংঘা কৰিলে বা মাস্ক পৰিধান নকৰিলে তেনে ব্যক্তিৰ পৰা চৰকাৰী নিয়ম অনুযায়ী জৰিমনা বিহা হ’ব বুলিও তামুলপুৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া ৰুপকমল ৰাভাই সকীয়াই দিছে।

উল্লেখ্য যে তামুলপুৰ মহকুমাত আজিৰ দিনটোত ৬৭ গৰাকী লোকৰ দেহত কোভিড ১৯ সক্ৰিয় হৈ আছে।

Tags: COVID-19

Recent News

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd