• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসম আৰক্ষীত বৃহৎ ৰদবদল : ১৮ জন শীৰ্ষ বিষয়াক নতুন দায়িত্ব

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 13, 2026 7:30 pm
88
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম আৰক্ষীৰ প্ৰশাসনীয় ব্যৱস্থাত এক বৃহৎ ৰদবদল ঘটাই ৰাজ্য চৰকাৰৰ গৃহ বিভাগে একেলগে ১৮ জন জ্যেষ্ঠ আৰক্ষী বিষয়াক বদলি কৰিছে।

সোমবাৰে জাৰি কৰা এক চৰকাৰী নিৰ্দেশনা অনুসৰি এই সকল বিষয়াৰ ভিতৰত ৪ জন আইপিএছ আৰু ১৪ জন এপিএছ পৰ্যায়ৰ বিষয়া আছে। এই সালসলনিৰ অংশ হিচাপে ডিমাহাছাওৰ পঞ্চম অসম আৰক্ষী বাহিনীৰ কমাণ্ডেণ্ট দীনেশ কুমাৰক পশ্চিম কাৰ্বি আংলঙৰ আৰক্ষী অধীক্ষক হিচাপে নিযুক্তি দিয়া হৈছে। ইফালে মুখ্যমন্ত্ৰীৰ নিৰাপত্তা শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক নিশান্ত সৌৰভক পদোন্নতি দি গুৱাহাটী আৰক্ষী আয়ুক্তালয়ৰ সীমান্ত শাখাৰ উপ-আৰক্ষী উপুক্ত হিচাপে বদলি কৰা হৈছে।

Apply Now

আনহাতে তৰ্ক আৰু দুৰ্নীতি নিবাৰক শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক আঞ্চল চৌহানক বৰপেটাৰ হাউলীস্থিত ২৮ নং অসম আৰক্ষী বাহিনীৰ কমাণ্ডেণ্ট হিচাপে দায়িত্ব দিয়া হৈছে।

নগাওঁ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ইয়াংচেন ডমা ভূটীয়াক পদোন্নতি দি গুৱাহাটীৰ উলুবাৰীস্থিত অসম আৰক্ষীৰ ক্ৰীড়া আৰু এপি শাখাৰ সহকাৰী আৰক্ষী মহাপৰিদৰ্শক হিচাপে নিযুক্তি দিয়া হৈছে।

ইয়াৰ উপৰিও পশ্চিম কাৰ্বি আংলঙৰ আৰক্ষী অধীক্ষক বলিন দেউৰীক বশিষ্ঠৰ বন সুৰক্ষা বাহিনীৰ কমাণ্ডেণ্ট হিচাপে বদলি কৰা হৈছে।

একেদৰে শিৱসাগৰৰ লিগিৰিপুখুৰীৰ ২৫ নং বাহিনীৰ কমাণ্ডেণ্ট মৃণাল তালুকদাৰক লক্ষীমপুৰৰ লীলাবাৰীস্থিত ১৩ নং বাহিনীৰ দায়িত্ব অৰ্পণ কৰা হৈছে।

এই নিৰ্দেশনা অনুসৰি ড০ আব্দেল কাদিৰ আৰিফক চিআইডিৰ নাৰ্কোটিক নিয়ন্ত্ৰণ শাখাৰ আৰক্ষী অধীক্ষক হিচাপে নিযুক্তি দিয়া হৈছে।

নিৰুপম হাজৰিকাক গুৱাহাটী আৰক্ষী আয়ুক্তালয়ৰ প্ৰশাসন শাখাৰ উপ-আৰক্ষী আয়ুক্ত হিচাপে বদলি কৰা হৈছে।

ইফালে অলিন্দিতা গগৈক এএণ্ডই শাখাৰ সহকাৰী আৰক্ষী মহাপৰিদৰ্শক হিচাপে নতুন দায়িত্ব দিয়া হৈছে।

আনহাতে গুৱাহাটীৰ উপ-আৰক্ষী আয়ুক্ত ইমদাদ আলীক শিৱসাগৰৰ ২৫ নং বাহিনীৰ কমাণ্ডেণ্ট হিচাপে বদলি কৰা হৈছে।

বঙাইগাঁৱৰ কমাণ্ডেণ্ট হিৰণ্য বৰ্মনক নলবাৰীৰ ১৪ নং বাহিনীৰ দায়িত্ব দিয়াৰ বিপৰীতে নলবাৰীৰ কমাণ্ডেণ্ট পেট্ৰিক ৰংহাঙক নগাঁৱৰ ৯ নং বাহিনীলৈ বদলি কৰা হৈছে।

প্ৰশাসনিক সুবিধাৰ বাবে হোৱা এই সালসলনিত সত্য ৰঞ্জন শইকীয়াক দেৰগাঁৱৰ আৰটিএছৰ কমাণ্ডেণ্ট হিচাপে দায়িত্ব দিয়া হৈছে আৰু ড০ ৰুবুল গগৈক বাক্সাৰ ২৪ নং বাহিনীৰ কমাণ্ডেণ্ট হিচাপে বদলি কৰা হৈছে।

একেদৰে মুকুট ৰাভাক বঙাইগাঁৱৰ অষ্টম বাহিনীৰ কমাণ্ডেণ্ট হিচাপে নিযুক্তি দিয়া হৈছে। লখিমপুৰৰ ১৩ নং বাহিনীৰ পৰা দেবাশিস শৰ্মাক যমুনামুখৰ ১২ নং বাহিনীলৈ বদলি কৰা হৈছে।

ড০ মানবেন্দ্ৰ গগৈক ডিমাহাছাওৰ পঞ্চম বাহিনীৰ কমাণ্ডেণ্ট হিচাপে দায়িত্ব দিয়া হৈছে আৰু কমল কুমাৰ গুপ্তাক ওদালগুৰিৰ ২৭ নং বাহিনীৰ কমাণ্ডেণ্ট হিচাপে নতুন দায়িত্ব অৰ্পণ কৰা হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘মনত ভক্তি নাই বাবেই দান চুৰি হোৱা বুলি কৈছে’- ৰাম মন্দিৰৰ ধন লুণ্ঠন সন্দৰ্ভত উত্তৰ প্ৰদেশ বিধানসভাৰ অধ্যক্ষৰ বিস্ফোৰক মন্তব্য

‘মনত ভক্তি নাই বাবেই দান চুৰি হোৱা বুলি কৈছে’- ৰাম মন্দিৰৰ ধন লুণ্ঠন সন্দৰ্ভত উত্তৰ প্ৰদেশ বিধানসভাৰ অধ্যক্ষৰ বিস্ফোৰক মন্তব্য

July 15, 2026 9:16 pm
ভক্তই শুদ্ধ চিত্তে দান নকৰা বাবেই চুৰি হ’ল প্ৰণামীৰ ধন : ৰাম মন্দিৰ কাণ্ডত উত্তৰ প্ৰদেশৰ অধ্যক্ষৰ বিতৰ্কিত মন্তব্য

ভক্তই শুদ্ধ চিত্তে দান নকৰা বাবেই চুৰি হ’ল প্ৰণামীৰ ধন : ৰাম মন্দিৰ কাণ্ডত উত্তৰ প্ৰদেশৰ অধ্যক্ষৰ বিতৰ্কিত মন্তব্য

July 15, 2026 8:54 pm
ভূমি আন্দোলনৰ নেতা আদিত চন্দ্র ৰাভা, প্ৰণৱ দলেসহ সতীৰ্থৰ মুক্তিৰ দাবীত প্ৰতিবাদ অব্যাহত

ভূমি আন্দোলনৰ নেতা আদিত চন্দ্র ৰাভা, প্ৰণৱ দলেসহ সতীৰ্থৰ মুক্তিৰ দাবীত প্ৰতিবাদ অব্যাহত

July 15, 2026 6:54 pm
কাপোৰ খোলা বা বুকুত হাত দিলেই ধৰ্ষণৰ চেষ্টা নহয় : শ্লীলতাহানিৰ পাৰ্থক্য বুজাই গুৰুত্বপূৰ্ণ ৰায় পাটনা উচ্চ ন্যায়ালয়ৰ

কাপোৰ খোলা বা বুকুত হাত দিলেই ধৰ্ষণৰ চেষ্টা নহয় : শ্লীলতাহানিৰ পাৰ্থক্য বুজাই গুৰুত্বপূৰ্ণ ৰায় পাটনা উচ্চ ন্যায়ালয়ৰ

July 15, 2026 6:32 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘মনত ভক্তি নাই বাবেই দান চুৰি হোৱা বুলি কৈছে’- ৰাম মন্দিৰৰ ধন লুণ্ঠন সন্দৰ্ভত উত্তৰ প্ৰদেশ বিধানসভাৰ অধ্যক্ষৰ বিস্ফোৰক মন্তব্য

‘মনত ভক্তি নাই বাবেই দান চুৰি হোৱা বুলি কৈছে’- ৰাম মন্দিৰৰ ধন লুণ্ঠন সন্দৰ্ভত উত্তৰ প্ৰদেশ বিধানসভাৰ অধ্যক্ষৰ বিস্ফোৰক মন্তব্য

July 15, 2026 9:16 pm
ভক্তই শুদ্ধ চিত্তে দান নকৰা বাবেই চুৰি হ’ল প্ৰণামীৰ ধন : ৰাম মন্দিৰ কাণ্ডত উত্তৰ প্ৰদেশৰ অধ্যক্ষৰ বিতৰ্কিত মন্তব্য

ভক্তই শুদ্ধ চিত্তে দান নকৰা বাবেই চুৰি হ’ল প্ৰণামীৰ ধন : ৰাম মন্দিৰ কাণ্ডত উত্তৰ প্ৰদেশৰ অধ্যক্ষৰ বিতৰ্কিত মন্তব্য

July 15, 2026 8:54 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd