• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

শিৱসাগৰত ১৯ টা শগুণৰ মৃত্যু; অন্য ১৫ টা অচেতন অৱস্থাত উদ্ধাৰ

পাৰ্শ্বজ্যোতি গগৈ by পাৰ্শ্বজ্যোতি গগৈ
April 21, 2020 7:47 pm
656
VIEWS
Share on FacebookShare on Twitter
দেশত ক’ৰ’না আতংকৰ মাজতেই শিৱসাগৰৰ দিচাংমুখত ১৯ টা শগুনৰ মৃত্যু হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।
জানিব পৰা মতে শিৱসাগৰ বন আঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ অধীনৰ দিচাংমুখৰ লেপাই দীঘল-দৰিয়ালি পথাৰত আজি দুপৰীয়া স্থানীয় এজন যুৱকে পথাৰৰ বিভিন্ন স্থানত বহুটো মৃত শগুন সিচৰিত হৈ পৰি থকা দেখিবলৈ পায়। লগে লগে যুৱকজনে শিৱসাগৰ বন আঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ লগত যোগাযোগ কৰে।
কিছু সময়ৰ পিছত ঘটনাস্থলীত বন বিভাগৰ দল এটাৰ লগত পশু চিকিৎসকৰ দল এটা উপস্থিত হয়।
বন বিভাগৰ দলটোৱে লেপাই দীঘল-দৰিয়ালি পথাৰৰ বিভিন্ন স্থানৰ পৰা ১৯ টা মৃত শগুন উদ্ধাৰ কৰে। বন বিভাগৰ দলটোৱে মৃত শগুন সমুহ লেপাই দীঘল-দৰিয়ালি পথাৰতে পুতি থয়।
আনহাতে সেই স্থানতে প্ৰায় ১৫ টা শগুন অবচেতন অৱস্থাত উদ্ধাৰ কৰে আৰু শিৱসাগৰ পশু পালন বিভাগৰ পশু চিচিৎসক দেৱাশীষ দুলাকাষৰীয়াৰ নেতৃত্বত যোৱা পশু চিকিৎসকৰ দলটোৱে প্ৰাথমিক চিকিৎসা প্ৰদান কৰি অবচেতন শগুন সমূহ চৰগুৱা খণ্ড বন বিষয়াৰ কাৰ্যালয়লৈ প্ৰেৰণ কৰে।
অৱচেতন অৱস্থাত উদ্ধাৰ কৰা শগুনসমুহৰ বেছি ভাগেই সংকটজনক বুলি জানিব পৰা গৈছে।
স্থানীয় একাংশ লোকে সন্দেহ কৰা মতে দীৰ্ঘদিন ধৰি লেপাই গাঁও আৰু ইয়াৰ দাতিকাষৰীয়া অঞ্চলসমূহত এজাক কুকুৰে পোহনীয়া ছাগলী হত্যা কৰি ভক্ষণ কৰি আছিল।
এই ছাগলী হত্যা কৰি থকা কুকুৰ বিলাকক মাৰিবৰ বাবে কোনো লোকে মৃত ছাগলী বিলাকত মৰাত্মক পুৰাদন মিহলাই দিয়ে।
ছাগলীৰ সেই মৰা শ শগুনকেইটাই ভক্ষণ কৰাৰ বাবে মৃত্যু হোৱা বুলি একাংশ লোকে সন্দেহ প্ৰকাশ কৰিছে।

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd