• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 24, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

গোৱালপাৰাত বনৰীয়া হাতীৰ আক্ৰমণত দুটি শিশুৰ মৃত্যু; মাক গুৰুতৰভাৱে আহত

NE NOW NEWS এন ই নাও নিউজ
গোৱালপাৰা , April 16, 2020 7:08 pm

1 min read

গোৱালপাৰাত বনৰীয়া হাতীৰ আক্ৰমণত দুটি শিশুৰ মৃত্যু; মাক গুৰুতৰভাৱে আহত
224
VIEWS
Share on FacebookShare on Twitter

আজি পুৱা বনৰীয়া হাতীৰ আক্ৰমণত দুটি শিশুৰ মৃত্যু হোৱাৰ লগতে তেওঁলোকৰ মাক গুৰুতৰভাৱে আহত হোৱা ঘটনাই গোৱালপাৰা জিলাত এক শোকাকুল পৰিৱেশৰ সৃষ্টি কৰিছে।

ঘটনা অনুসৰি গোৱালাপাৰ সদৰ বনাঞ্চলৰ অধীনৰ হাডলাপাৰা গাঁৱত ৰাডং ৰাভা নামৰ এজন ব্যক্তিৰ ঘৰত বনৰীয়া হাতীৰ এটা জাকে প্ৰৱেশ কৰি ঘৰটো এফালৰ পৰা তহিলং কৰা আৰম্ভ কৰে।

সেই সময়ত ৰাডং ৰাভা ঘৰত নাছিল যদিও ঘৰৰ ভিতৰত থকা ৰাভাৰ পত্নী, ১২ বছৰীয়া কন্যা আৰু ২ বছৰীয়া পুত্ৰই হাতীৰ শব্দ শুনিবলৈ পাই বাহিৰলৈ ওলাই আহোতেই হাতীৰ গচকত কন্যা ঝৰ্না ৰাভাৰ থিতাতে মৃত্যু হয়।

আনহাতে কণমানি পুত্ৰ চিৰঞ্জিতক কোলাত লৈ পত্নী ৰোহিলা ৰাভাই তাৰ পৰা পলাবলৈ চেষ্টা কৰে যদিও বনৰীয়া হাতীয়ে তেওঁলোককো আক্ৰমণ কৰাত পুত্ৰৰ মৃত্যু হোৱাৰ লগতে পন্তী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় বুলি স্থানীয় লোকে জানিবলৈ দিয়ে।

জানিব পৰা মতে উক্ত বনৰীয়া হাতীৰ জাকটোৱে সমীপৰ আন এথন গাঁৱতো প্ৰৱেশ কৰি দুজন লোকৰ বাসগৃহ ধ্বংস কৰে। পিছত স্থানীয় আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ দুটা উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।

Recent News

a amit

বড়ো জনগোষ্ঠীৰ ভাষা-সংস্কৃতি, পৰিচয় ৰক্ষা কৰিব বিজেপিয়ে: অমিত শ্বাহ

a mam

তামুলপুৰৰ বিভিন্ন ঠাইত আছুৰ প্ৰতিবাদ, ক’লা পতাকা প্ৰদৰ্শন

a mam

মাৰ্ঘেৰিটা মহকুমাৰ কুমচাইকঙত প্ৰথম বাৰ্ষিক আদিম জনগোষ্ঠী সমাৰোহ

AASU protest in Sualkushi

ৰাজ্যজুৰি তীব্ৰতৰ প্ৰতিবাদ; মন্ত্ৰী হিমন্তৰ গৃহ সমষ্টিৰ শুৱালকুছিতো কা’ৰ বিৰুদ্ধে আছুৰ প্ৰতিবাদ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd