• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, March 9, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

উত্তৰপ্ৰদেশ : মৃত অৱস্থাত উদ্ধাৰ দলিত সম্প্ৰদায়ৰ দুগৰাকী নাবালিকা, আৰক্ষীৰ তদন্ত অব্যাহত

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , February 18, 2021 12:51 pm

1 min read

উত্তৰপ্ৰদেশ : মৃত অৱস্থাত উদ্ধাৰ দলিত সম্প্ৰদায়ৰ দুগৰাকী নাবালিকা, আৰক্ষীৰ তদন্ত অব্যাহত
105
VIEWS
Share on FacebookShare on Twitter

বুধবাৰে বিয়লী উত্তৰপ্ৰদেশৰ উন্নাও জিলাৰ বাবুৰাহা গাঁৱৰ এখন পথাৰত দুজনী দলিত সম্প্ৰদায়ৰ নাবালিকা কন্যাৰ মৃতদেহ  উদ্ধাৰ কৰা হয়।

মৃত নাবালিকা দুগৰাকীৰ নামসমূহ ক্ৰমে কাজল (১৩) আৰু কোমল (১৬)।

নাবালিকা দুগৰাকীৰ স’তে একে ঠাইতে আন এগৰাকী যুৱতীকো অচেতন অৱস্থাত উদ্ধাৰ কৰা হয় বুলি আৰক্ষীয়ে জনায়।

আৰক্ষীয়ে জনোৱা মতে, উদ্ধাৰ কৰা ৰশ্নী নামৰ ১৭ বছৰ বয়সীয়া যুৱতীগৰাকীক কানপুৰৰ চিকিৎসালয়লৈ পঠোৱা হয় আৰু পৰিস্থিতি বৰ্তমান সংকটজনক।

প্ৰাথমিক অনুসন্ধানত লাভ কৰা তথ্য অনুসৰি আৰক্ষীয়ে জনায় যে বিষাক্ত দ্ৰব্য ভক্ষণ কৰাৰ ফলতে নাবালিকা দুগৰাকীৰ মৃত্যু হয়।

উন্নাওৰ আৰক্ষীয়ে সংবাদ মাধ্যমক দিয়া বিবৃত্তিত কয় যে নাবালিকাকেইগৰাকীয়ে ঘৰৰ পথাৰত ঘাঁহ কাটিবলৈ গৈছিল। তেওঁলোকে বহু ঘণ্টা ধৰি ঘৰলৈ ঘূৰি নহাত পৰিয়ালৰ সদস্যই বিচাৰি যায় আৰু অচেতন অৱস্থাত নাবালিকাকেইগৰাকীক উদ্ধাৰ কৰে।

তদুপৰি আৰক্ষীয়ে কয় যে নাবালিকাকেইগৰাকীৰ ওপৰত আশংকা কৰা যৌন নিৰ্যাতনৰ কোনো প্ৰমাণ তেওঁলোকে লাভ কৰা নাই।

পৰিয়ালৰ সদস্যই নাবালিকাকেইগৰাকীৰ হাত দুখন বন্ধা অৱস্থাত উদ্ধাৰ কৰা হৈছিল বুলি সাংবাদিকক জনাইছে যদিও আৰক্ষীয়ে ইয়াক নস্যাৎ কৰিছে।

ইতিমধ্যে আৰক্ষীয়ে অঞ্চলটোত নিৰাপত্তা বেষ্টনী গঢ়ি তুলিছে আৰু তদন্ত অব্যাহত ৰাখিছে।

Recent News

মহেন্দ্ৰ সিং ধনী কেনেদৰে ভাৰতৰ অধিনায়ক হৈছিল? জনালে শ্বাৰদ পাৱাৰে

মহেন্দ্ৰ সিং ধনী কেনেদৰে ভাৰতৰ অধিনায়ক হৈছিল? জনালে শ্বাৰদ পাৱাৰে

index.jpgb

১৫ বছৰীয়া কিশোৰীক ড্ৰাগছ সেৱন কৰোৱাই ৮ দিন ধৰি গণধৰ্ষণ কৰিলে দুই নাবালকসহ ৯ জন লোকে

a chanuu

মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত আন্তৰ্জাতিক নাৰী দিৱস উদযাপন

এতিয়াৰ পৰিস্থিতিতকৈ ১৯৭৫ৰ জৰুৰীকালীন শাসনেই ভাল আছিল : শিৱসেনা সাংসদ সঞ্জয় ৰাউট

এতিয়াৰ পৰিস্থিতিতকৈ ১৯৭৫ৰ জৰুৰীকালীন শাসনেই ভাল আছিল : শিৱসেনা সাংসদ সঞ্জয় ৰাউট

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd