• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, March 8, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কেইবাখনো গাড়ীক খুন্দিয়াই বাগৰিল কয়লাভৰ্তি ট্ৰাক, সংকটজনক অৱস্থাত দুজন লোক

NE NOW NEWS ৰিদিপ শৰ্মা
কলিয়াবৰ , January 20, 2021 11:20 am

1 min read

কেইবাখনো গাড়ীক খুন্দিয়াই বাগৰিল কয়লাভৰ্তি ট্ৰাক, সংকটজনক অৱস্থাত দুজন লোক

ফটো : নৰ্থ-ইষ্ট নাও

140
VIEWS
Share on FacebookShare on Twitter

মঙলবাৰে নিশা কলিয়াবৰৰ জখলাবন্ধাৰ হাস্পতাল চাৰিআলিত সংঘটিত হয় এটি পথ দুৰ্ঘটনা।

কলিয়াবৰ প্ৰেছ ক্লাবৰ সমীপত সংঘটিত এই পথ দুৰ্ঘটনাটোত কোনো লোকৰ মৃত্যু হোৱা নাই যদিও দুজন লোক গুৰুতৰভাৱে আহত হৈছে।

জানিব পৰা মতে নিশা ৯.৩০ মান বজাত এখন কয়লাভৰ্তি ট্ৰাকে নিয়ন্ত্ৰণ হেৰুৱাই কেইবাখনো গাড়ীক খুন্দিয়াই ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ দ-খাৱৈত বাগৰি পৰে।

এই দুৰ্ঘটনাটোত ট্ৰাকখনৰ চালক আৰু হেণ্ডিমেনজন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় যদিও আন বাহন কেইখনৰ যাত্ৰীসকলৰ কথমপি প্ৰাণ ৰক্ষা পৰে।

জানিব পৰা মতে, কয়লা কঢ়িওৱা ট্ৰাকৰ চালকজনে সুৰামত্ত অৱস্থাত তীব্ৰ গতিত টাৰ্ণিং লোৱাৰ বাবে এই দুৰ্ঘটনাটো সংঘটিত হয়।

উল্লেখ্য যে ঘটনাটো সংঘটিত হোৱাৰ পিছতে জখলাবন্ধা আৰক্ষী আৰু স্থানীয় লোকৰ তৎপৰতাত ট্ৰাকৰ চালক¸ হেণ্ডিমেনক সংকটজনক অৱস্থাত গাড়ীখনৰ তলৰ পৰা উদ্ধাৰ কৰি জখলাবন্ধা হাস্পতালত ভৰ্তি কৰে।

কিন্তু তেওঁলোক দুয়োজনৰে স্বাস্থ্যৰ অৱস্থা অতি সংকটজনক হোৱা বাবে লগে লগে তেজপুৰ মেডিকেললৈ প্ৰেৰণ কৰা হয়।

আহত লোক দুজন উত্তৰ প্ৰদেশৰ অযোধ্যাৰ ক্ৰমে সঞ্জয় কুমাৰ প্ৰজাপতি আৰু অশোক কুমাৰ যাদৱ বুলি চিনাক্ত কৰা হৈছে।

দুৰ্ঘটনাগ্ৰস্ত ট্ৰাকখনৰ নম্বৰ য়ুপি ৪২ বিটি ১৮৭০।

Recent News

155512718_4069084763109762_1614877952894308684_o

মন্ত্ৰী অতুল বৰাক প্ৰত্যাহ্বান জনায় বোকাখাতত কোনে কোনে দাখিল কৰিলে মনোয়ন পত্র?

বলিউড : সুশান্ত সিং ৰাজপুতক ড্ৰাগছ যোগান ধৰা তিনিজন লোকক আটক কৰিলে এনচিবিয়ে

বলিউড : সুশান্ত সিং ৰাজপুতক ড্ৰাগছ যোগান ধৰা তিনিজন লোকক আটক কৰিলে এনচিবিয়ে

index

নিৰ্বাচনত বিজেপিক বৰ্জনৰ আহ্বান সদৌ অসম নাথ-যোগী ছাত্ৰ সন্থাৰ

digital-media-ethics-1024x512

কেন্দ্ৰৰ ডিজিটেল মিডিয়া নীতিক লৈ গভীৰ উদ্বেগ প্ৰকাশ এডিটৰ্ছ গীল্ড অফ ইণ্ডিয়াৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd