DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, June 30, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব ত্ৰিপুৰা

ত্ৰিপুৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা দুই মহিলা সাংবাদিকৰ জামিন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 15, 2021 6:03 pm
2 Women Journalists, Who Accused Tripura
230
VIEWS
Share on FacebookShare on Twitter

ত্ৰিপুৰা আৰক্ষীয়ে দেওবাৰে গ্ৰেপ্তাৰ কৰা দুগৰাকী মহিলা সাংবাদিকক আজি স্থানীয় আদালতে জামিন প্ৰদান কৰে। ৰাজ্যখনত শেহতীয়াকৈ সংঘটিত সাম্প্ৰদায়িক হিংসাৰ বিষয়ে প্ৰতিবেদন দিয়াৰ বাবে গ্ৰেপ্তাৰ কৰা হৈছিল সাংবাদিক দুগৰাকীক।

এইচডব্লিউ নিউজ নেটৱৰ্কত কৰ্মৰত সাংবাদিক সমৃদ্ধি চাকুনিয়া আৰু স্বৰ্ণ ঝাক উদয়পুৰ চিজেএম আদালতে ৭৫,০০০ টকাৰ জামিন বণ্ডত জামিন প্ৰদান কৰে।

অসম আৰক্ষীয়ে দেওবাৰে কৰিমগঞ্জত সাংবাদিক দুজনক ত্ৰিপুৰাৰ পৰা শিলচৰলৈ যোৱাৰ পথত আটক কৰিছিল।

ত্ৰিপুৰাৰ ফতিক্ৰয় আৰক্ষী থানাত বিশ্ব হিন্দু পৰিষদৰ সমৰ্থকে দাখিল কৰা অভিযোগৰ ভিত্তিত ত্ৰিপুৰা আৰক্ষীয়ে তেওঁলোকক গ্ৰেপ্তাৰ কৰিছিল।

উল্লেখ্য দেওবাৰে পুৱা ৫-৩০ বজাত মহিলা সাংবাদিক দুগৰাকীৰ বিৰুদ্ধে ফাটিক্ৰয় আৰক্ষী থানাত এজাহাৰ দাখিল হৈছিল। কিন্তু আৰক্ষীয়ে তেওঁলোকৰ বিৰুদ্ধে কোনো গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰা নাছিল।

ত্ৰিপুৰাৰ বিশ্ব হিন্দু পৰিষদৰ এগৰাকী নেতাৰ এজাহাৰৰ ভিত্তিতে মহিলা সাংবাদিক দুগৰাকীৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ১২০ খ,১৫৩ক আৰু ৫০৪ ধাৰাত গোচৰ ৰুজু কৰা হৈছিল।

সাংবাদিক দুগৰাকীৰ বিৰুদ্ধে ত্ৰিপিুৰাৰ চৰকাৰ আৰু বিশ্ব হিন্দু পৰিষদৰ ভাৱমূৰ্তি ম্লান কৰিব পৰা বাতৰি পৰিবেশনৰ অভিযোগ অনা হৈছিল।

উল্লেখ্য ত্ৰিপুৰাৰ গোষ্ঠী সংঘৰ্ষকলৈ মহিলা সাংবাদিক দুগৰাকীয়ে চৰকাৰ আৰু একাংশ হিন্দুত্ববাদী সংগঠনক সমালোচনা কৰি ধাৰাবাহিক ভাবে বাতৰি পৰিবেশন কৰি আহিছিল।

Recent News

Millitants killed in Jammu-Kashmir

জম্মু-কাশ্মীৰত অব্যাহত সন্ত্ৰাসবাদ বিৰোধী অভিযান: দুই লস্কৰ-ই-তৈবা সদস্য নিহত

Maharashtra Political Crisis

আস্থাভোট স্থগিত ৰাখিলে ৰাজ্যপালে: মহাৰাষ্ট্ৰৰ শাসনলৈ পুনৰ উভতাৰ পথত দেৱেন্দ্ৰ ফাড়নবিছ

Vice presidential election India

নিৰ্বাচন আয়োগে ঘোষণা কৰিলে উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনৰ দিন: ৬ আগষ্টত হ’ব ভোটগ্ৰহণ, একেদিনাই হ’ব ভোটগণনা

Swara Bhasker

অভিনেত্ৰী স্বাৰা ভাস্কৰলৈ মৃত্যুৰ ভাবুকি: সাভাৰকাৰক অপমান নকৰিবলৈ সকীয়নি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd