• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

কিমান সুৰক্ষিত কেব? টেক্সীৰ ভিতৰতে যৌন নিৰ্যাতন : চলন্ত গাড়ীৰ পৰা জঁপিয়াই আহত দুই মহিলা

এন ই নাও নিউজ by এন ই নাও নিউজ
October 18, 2020 7:32 am
app-based-cab-generic_650x400_61510397498
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশৰ কোনো স্থানতো যেন সুৰক্ষিত নহয় নাৰী। সকলো স্থানতেই পুৰুষৰ যৌন শোষণ-নিৰ্যাতনৰ বলি হ’ব লগীয়া হৈছে নাৰীয়ে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিখ্যাত শ্ল’গান ‘বেটী পঢ়াও, বেচী বচাও’ যেন কাৰ্যতঃ ব্যৰ্থ হৈছে দেশত।

Apply Now

সিটোৰ পিছত সিটো নাৰীৰ ওপৰত চলোৱা যৌন শোষণ-নিৰ্যাতন, ধৰ্ষণ আদি ঘটনাৰ খবৰে সংবাদ মাধ্যমৰ শিৰোণাম সদায়ে দখল কৰি আহিছে।

এইবাৰ কেব তথা টেক্সী চালকৰ যৌন উৎপীড়নৰ বলি হৈ দুগৰাকীকৈ মহিলাই চলন্ত গাড়ীৰ পৰা জঁপিয়াবলৈ বাধ্য হৈছে।

ঘটনাটো সংঘটিত হৈছে শনিবাৰে সন্ধিয়া পঞ্জাৱৰ অমৃচৰ চহৰত।

আৰক্ষীৰ সূত্ৰৰ খবৰ মতে শনিবাৰে সন্ধিয়া অমৃচৰত কেবৰ চালকে টেক্সীৰ ভিতৰতে যৌন উৎপীড়ন চলোৱাত বাধ্য হৈ দুগৰাকী মহিলাই চলন্ত বাহনৰ পৰাই জঁপিয়াই আহত হৈছে।

ঘটনাৰ পিছতে আৰক্ষীয় কেবখনৰ চালকজনক গ্ৰেপ্তাৰ কৰিছে।

আৰক্ষীৰ মতে কেবখনত তিনিগৰাকী মহিলা আছিল। দুগৰাকী মহিলাই চলন্ত গাড়ীখনৰ পৰা জঁপিয়াই দিয়া দেখি স্থানীয় লোকে কেবখন খেদি গৈ তৃতীয় গৰাকী মহিলাক উদ্ধাৰ কৰাৰ লগতে চালকজনক ধৰি আৰক্ষীৰ হাতত গতাই দিয়ে।

আৰক্ষী বিষয়া ৰবীণ হংসে সংবাদ মাধ্যমৰ আগত কয় যে সন্ধিয়া মহিলা তিনি গৰাকীয়ে চহৰখনৰ ৰঞ্জিত এভিনিউ এলেকাৰ এখন ৰেষ্টোৰেণ্টলৈ বুলি এখন কেবত গৈ আছিল আৰু তেতিয়াই চালকে এই কাণ্ডটো সংঘটিত কৰে।

“টেক্সীখনে যাত্ৰা আৰম্ভ কৰাৰ পিছতে চালকজনে তিনি গৰাকী মহিলাৰ এগৰাকীৰ ওপৰত যৌন আতিশৰ্য্য চলাবলৈ আৰম্ভ কৰে। মহিলা কেইগৰাকী বাধা দি চিঞৰ বাখৰ কৰিবলৈ আৰম্ভ কৰোঁতেই চালকজনে গাড়ীৰ স্পীড বঢ়াই দিয়ে। ইয়াৰ পিছতে চালকজনৰ পৰা নিজকে বচাবলৈ চলন্ত গাড়ীখনৰ পৰা জঁপিয়াই দিয়ে দুগৰাকী মহিলাই।” আৰক্ষী বিষয়া ৰবীণ হংসে কয়।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শৈশৱৰ হেৰাই যোৱা অৱকাশ

শৈশৱৰ হেৰাই যোৱা অৱকাশ

July 25, 2026 6:52 pm
যন্তৰ-মন্তৰত ছাত্ৰৰ হুংকাৰ: এমুঠিমান ধনকুবেৰৰ চৰকাৰে শুনিবনে জনতাৰ মাত?

যন্তৰ-মন্তৰত ছাত্ৰৰ হুংকাৰ: এমুঠিমান ধনকুবেৰৰ চৰকাৰে শুনিবনে জনতাৰ মাত?

July 25, 2026 6:04 pm
কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ পিছতেই দাবীসমূহ মানি ল’লে চৰকাৰে, প্ৰতিবাদ সামৰিলে চিজেপিয়ে

কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ পিছতেই দাবীসমূহ মানি ল’লে চৰকাৰে, প্ৰতিবাদ সামৰিলে চিজেপিয়ে

July 25, 2026 5:55 pm
কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদৰ পৰা ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ: অসমৰ প্ৰতি থকা অৱদানক লৈ কৃতজ্ঞতা জ্ঞাপন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদৰ পৰা ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ: অসমৰ প্ৰতি থকা অৱদানক লৈ কৃতজ্ঞতা জ্ঞাপন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

July 25, 2026 5:53 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শৈশৱৰ হেৰাই যোৱা অৱকাশ

শৈশৱৰ হেৰাই যোৱা অৱকাশ

July 25, 2026 6:52 pm
যন্তৰ-মন্তৰত ছাত্ৰৰ হুংকাৰ: এমুঠিমান ধনকুবেৰৰ চৰকাৰে শুনিবনে জনতাৰ মাত?

যন্তৰ-মন্তৰত ছাত্ৰৰ হুংকাৰ: এমুঠিমান ধনকুবেৰৰ চৰকাৰে শুনিবনে জনতাৰ মাত?

July 25, 2026 6:04 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd