• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

দিল্লী মেট্ৰ’ ৰেইলৰ ২০জন কৰ্মচাৰীৰ দেহত ধৰা পৰিছে কোভিড-১৯ পজিটিভ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , June 6, 2020 8:24 am

1 min read

COVID19: 2772 persons discharged in Assam on Thursday

প্ৰতিনিধিত্বমূলক ছবি

3.7k
VIEWS
Share on FacebookShare on Twitter

দিল্লী মেট্ৰ’ ৰেইল কৰ্পোৰেশ্যন (ডিএমআৰচি)ৰ কমেও বিশ জন কৰ্মচাৰীৰ দেহত ধৰা পৰিছে কোভিড-১৯ পজিটিভ।

বাতৰি অনুসৰি, ডিএমআৰচিৰ এই কৰ্মচাৰীকেইজন বৰ্তমান সুস্থ হৈ উঠাৰ পথত আৰু শাৰীৰিকভাৱে স্থাস্থ্য ভালেই আছে।

ডিএমআৰচিৰ বিষয়াই জানিবলৈ দিয়ে যে যেতিয়াই চৰকাৰৰ পৰা নিৰ্দেশনা লাভ কৰে তেতিয়াই ইয়াৰ বহু কৰ্মচাৰী সেৱাসমূহ সুষম কৰি তুলিবলৈ কাৰ্যালয় বা ষ্টেশ্যন চৌহদলৈ আহে।

এক বিবৃতিত ডিএমআৰচিয়ে কয়,’’দেশৰ বাকী অংশৰ লগতে ডিএমআৰচিয়েও কোভিড-১৯ৰ বিৰুদ্ধে যুঁজ দি আছে।‘’

‘’দিল্লী মেট্ৰ’ৰ কৰ্মচাৰীসকলে মেট্ৰ’সেৱা পুনৰ গিতশীল কৰি তুলিবলৈ মেট্ৰ’ ব্যৱস্থাটোক সুষম কৰি ৰখাৰ বাবে দৃষ্টান্তমূলকভাৱে কাম কৰি আছে,’’-বিবৃতিটোত লগতে কোৱা হয়।

‘’এন চি আৰৰত সিচৰিত হৈ থকা একাংশ কৰ্মচাৰী ভাইৰাছৰ দ্বাৰা সংক্ৰমিতও হৈছে। তেওঁলোক সুৰক্ষিত আৰু ক্ৰমে সুস্থ হৈ উঠিছে,’’-বিবৃতিটোত কোৱা হয়।

‘’অৱশ্যে, এই সংকটৰ সময়তো দিল্লী মেট্ৰৰ কৰ্ম তৎপৰতা ক্ষিপ্ৰতাৰে আগবাঢ়িছে,’’-ইয়াত লগতে কোৱা হয়।

ডিএমআৰচিয়ে ইয়াৰ টুইটাৰত প’ষ্ট কৰা বিবৃতিটোত লগতে ইয়াৰ মাস্ক আৰু এযোৰ গ্ল’ভছ পিন্ধা প্ৰতীকিটোৰ পোষ্টাৰো সংলগ্ন কৰিছে।

ইয়াৰ মাজতে, দিল্লীত ইতিমধ্যে ২৫০০৪জন লোক কৰ’নাত আক্ৰান্ত হৈছে আৰু ৯৮৯৮জন লোক কোবিড-১৯ৰ ফলত মৃত্যু হৈছে।

Recent News

a som

এইমছৰ নিৰাপত্তা কৰ্মীক আক্ৰমণ, দিল্লীৰ আদালতে দোষী সাৱস্ত্য কৰিলে আপৰ বিধায়ক সোমনাথ ভাৰতীক

তামুলপুৰৰ দুৰ্ভগীয়া পৰিয়ালৰ কাহিনী

এটি দুর্ভগীয়া পৰিয়াল! লকডাউনৰ মাজতে হোৱা দুৰ্ঘটনাৰ পাছত এক জীয়া জীৱন সংগ্ৰামৰ কাহিনী

a melas

অসম চুক্তিৰ ৬ নং দফা ৰূপায়ন আৰু বিদেশী সমস্যা সমাধানৰ দাবীত বিশ্বনাথ জিলা ছাত্ৰ সন্থাৰ বিক্ষোভ কাৰ্যসূচী

a melas

ক্ষমতাত নথকা ট্ৰাম্পৰ সৈতে ফটো এখন উঠিবলৈও অনিচ্ছা মেলানিয়াৰ! চাওঁক ভিডিঅ’

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd