DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, August 18, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বিজেপিয়ে নাগৰিকত্ব বিধেয়ক গৃহীত কৰালেও কংগ্ৰেছ ক্ষমতালৈ আহিলে আইনখন বাতিল কৰিব : ৰিপুন বৰা

কাজি জেইদুল ইছলাম by কাজি জেইদুল ইছলাম
February 2, 2019 5:56 pm
Ripun Bora
1.2k
VIEWS
Share on FacebookShare on Twitter

প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাৰ উপস্থিতিত আজি বিশ্বনাথৰ ৰাজীৱ ভৱনত জিলা কংগ্ৰেছৰ বিশাল সাংগঠনিক সভা অনুষ্ঠিত হয়। ৰিপুন বৰাৰ উপৰি সভাত বিধায়ক ৰূপজ্যোতি কুৰ্মী, জাকিৰ হুছেইনকে ধৰি বহু নেতা কৰ্মীয়ে অংশগ্ৰহণ কৰে।

সভাত বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰি বৰাই কয়, ‘বিজেপিয়ে যদি নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰে, আমি ২০১৯ ত শাসনত আহিলে পুনৰ এই আইন বাতিল কৰিম।‘ ২০১৯ চনৰ নিৰ্বাচনক দ্বিতীয় স্বাধীনতাৰ যুঁজ বুলি আখ্যা দি তেওঁ ‘নিজৰ জাতিক বচোৱা, নিজৰ নিৰাপত্তা সুনিশ্চিত কৰা এই যুঁজত’ কংগ্ৰেছক জয়ী কৰাব লাগিব বুলি কয়।

আনহাতে মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰত কয় যে ‘আই মাতৃক ভাল পোৱা লোকে কেতিয়াও নাগৰিকত্ব বিধেয়ক সমৰ্থন কৰিব নোৱাৰে। অসমৰ ৯০ শতাংশ লোকে বিধেয়কৰ বিৰোধিতা কৰে, কেৱল ১০ শতাংশ পাগল আছে যিয়ে এই বিধেয়ক সমৰ্থন কৰি আছে।‘

উল্লেখযোগ্য যে আজি এই সভাতে বিশ্বনাথৰ যুৱ নেতা অঞ্জন বৰাই ৩৭০ গৰাকী সতীৰ্থক লগত লৈ ভাৰতীয় জাতীয় কংগ্ৰেছত যোগদান কৰে।

Recent News

বৃহত্তৰ বঙাইগাঁও প্ৰেছ ক্লাব আৰু বঙাইগাঁও জিলা পৰিবহণ বিভাগৰ উদ্যোগত ‘জাতীয় পতাকাৰ স্বকীয়তা-মৰ্যাদা অক্ষুণ্ণ ৰাখক ‘ শীৰ্ষক সচেতনতামূলক কাৰ্যসূচী

বৃহত্তৰ বঙাইগাঁও প্ৰেছ ক্লাব আৰু বঙাইগাঁও জিলা পৰিবহণ বিভাগৰ উদ্যোগত ‘জাতীয় পতাকাৰ স্বকীয়তা-মৰ্যাদা অক্ষুণ্ণ ৰাখক ‘ শীৰ্ষক সচেতনতামূলক কাৰ্যসূচী

Biological clock of human body জৈৱিক ঘড়ীৰ বিষয়ে জানেনে আপুনি?

Biological clock of human body জৈৱিক ঘড়ীৰ বিষয়ে জানেনে আপুনি?

’আমাক জীয়াই থাকিবলৈ দিয়ক’, কাশ্মীৰী পণ্ডিতৰ প্ৰতিবাদত কঁপি উঠিল কাশ্মীৰ উপত্যকা

’আমাক জীয়াই থাকিবলৈ দিয়ক’, কাশ্মীৰী পণ্ডিতৰ প্ৰতিবাদত কঁপি উঠিল কাশ্মীৰ উপত্যকা

কৃষি বিজ্ঞান কেন্দ্ৰ যোৰহাটৰ এপাৰ্ট প্ৰকল্পৰ অধীনত কাৰিকৰী শিক্ষামূলক ভ্ৰমণ

কৃষি বিজ্ঞান কেন্দ্ৰ যোৰহাটৰ এপাৰ্ট প্ৰকল্পৰ অধীনত কাৰিকৰী শিক্ষামূলক ভ্ৰমণ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd