• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 15, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক নাহেন্দ্ৰ পাদুনলৈ ‘সাহিত্যাচার্য সন্মান ২০১৯’

NE NOW NEWS পাৰ্শ্বজ্যোতি গগৈ
শিৱসাগৰ , November 25, 2019 8:25 pm

1 min read

20191125_192312

নাহেন্দ্ৰ পাদুনৰ ফাইল ফটো

3k
VIEWS
Share on FacebookShare on Twitter

বছৰৰ শেষত শিৱসাগৰবাসীলৈ এক সুখবৰ। মিচিং ভাষা সাহিত্যৰ পুৰোধা ব্যক্তি, বিশিষ্ট সাহিত্যিক তথা অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক নাহেন্দ্ৰ পাদুনলৈ ‘সাহিত্যাচার্য ২০১৯’ সন্মান।

অসমীয়া ভাষা সাহিত্য জগতলৈ আগবঢ়োৱা অৱদানৰ বাবে অসম সাহিত্য সভাই সাহিত্যিক নাহেন্দ্র পাদুনলৈ ২০১৯ বর্ষৰ ‘সাহিত্যাচার্য সন্মান’ আগবঢ়াইছে।

অহা ২৭ নৱেম্বৰত মাছখোৱা প্রাগজ্যোতি সাংস্কৃতিক প্রকল্পত অনুস্থিত হ’ব লগীয়া অসম সাহিত্য সভাৰ দ্বি-বাৰ্ষিক অনুস্থান ‘সমাৱৰ্তন ২০১৯’ ত এই এই সন্মান প্ৰদান কৰা হ’ব বুলি জানিব পৰা গৈছে।

উক্ত অনুস্থানত মেঘালয়ৰ ৰাজ্যপাল তথাগত ৰয়ৰ লগতে সভাৰ প্ৰাক্তন সভাপতি ড৹ ধ্রুৱজ্যোতি বৰা আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড৹ প্রকাশজ্যোতি সন্দিকৈৰ দৰে কেইবাজনো গণ্য-মান্য ব্যক্তিৰ উপস্থিতিত এই সন্মান প্ৰদান কৰা হ’ব।

শিৱসাগৰ মহাবিদ্যালয় জয়সাগৰৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক হিচাপে অৱসৰ গ্ৰহণ কৰা নাহেন্দ্র পাদুনে অসমীয়া সাহিত্যৰ লগতে মিচিং সাহিত্যলৈ যথেষ্ট অৱদান আগবঢ়াইছে।

শিৱসাগৰৰ গণকপটিৰ সেউজপুৰৰ নিৱাসী নাহেন্দ্র পাদুনলৈ অসম সাহিত্য সভাই আগবঢ়োৱা এনে সন্মানৰ বাবে স্বাভাৱিকতে উৎফুল্লিত হৈ উঠিছে শিৱসাগৰবাসী তথা ৰাজ্যৰ সাহিত্য অনুৰাগীসকল।

Recent News

Screenshot_2021-01-15-11-22-42_1

কলিয়াবৰৰ বিহডুবিত নতুনকৈ আৰম্ভ হ’ব অসম সমবায় মৰাপাট কলৰ দ্বিতীয়টো ইউনিট

3cc7ae1a4adc52c5d680f64cc290d44091aa9c846eb8c05567d7b88e61b981b1

কৃষকেৰে চৰকাৰৰ নৱম লানি আলোচনাও ব্যৰ্থ, নোলাল সমাধান সূত্ৰ, পৰৱৰ্তী আলোচনা ১৯ জানুৱাৰীত

download

মাণিকপুৰৰ ডাঙাইগাওঁত নিশা নিচাজাতীয় দ্ৰব্য সেৱন কৰোৱাই চুৰি কাণ্ড

PM Modi

কাইলৈ প্ৰধানমন্ত্ৰী মোদীয়ে দেশত আনুষ্ঠানিক ভাবে আৰম্ভ কৰিব কোভিডৰ টিকাকৰণ কাৰ্যসূচী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd