• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, November 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিশিষ্ট চিত্ৰশিল্পী কন্দৰ্প নাথ শৰ্মা আৰু নৃত্যশিল্পী ঝৰ্ণা শইকীয়াক ২০২০ বৰ্ষৰ বিষ্ণুৰাভা বঁটা প্ৰদান

এন ই নাও নিউজ by এন ই নাও নিউজ
June 20, 2020 8:56 pm
5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত আৰু ডিব্ৰুগড় জিলা প্ৰশাসনৰ সহযোগত ডিব্ৰুগড়ৰ শ্ৰী শ্ৰী আউনিআটী শাখা সত্ৰৰ প্ৰেক্ষাগৃহত বিষ্ণুৰাভা দিৱসৰ কেন্দ্ৰীয় অনুষ্ঠান উদযাপন কৰা হয়।

অনুষ্ঠানত অংশগ্ৰহণ কৰি মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে বিশিষ্ট চিত্ৰশিল্পী কন্দৰ্প নাথ শৰ্মা আৰু নৃত্যশিল্পী ঝৰ্ণা শইকীয়ালৈ ২০২০ বৰ্ষৰ বিষ্ণুৰাভা বঁটা আগবঢ়োৱা হয়।

Apply Now

এই বঁটাত এখন প্ৰশস্তিপত্ৰ, শৰাই, অংগবস্ত্ৰ আৰু ২ লাখ টকাৰ চেক আগবঢ়োৱা হয়।

অনুষ্ঠানত ভাষণ প্ৰদান কৰি মুখ্য মন্ত্ৰী সোণোৱালে তেজপুৰত থকা কলাগুৰু বিষ্ণুৰাভা দেৱৰ সমাধিক্ষেত্ৰ সংৰক্ষণ কৰাৰ লগতে ইয়াক ৰাজ্য চৰকাৰে আটকধুনীয়াকৈ নিৰ্মাণ কৰিব বুলি কয়।

আনহাতে,দুয়োগৰাকী শিল্পীক বিষ্ণুৰাভা বঁটা প্ৰদান কৰি সোণোৱালে ৰাজ্যৰ সাংস্কৃতিক জীৱনধাৰালৈ অমূল্য বৰঙণি আগবঢ়োৱা এইগৰাকী শিল্পীক আমাৰ নতুন প্ৰজন্মৰ মাজলৈ লৈ গৈ তেওঁৰ জীৱন দৰ্শন আৰু সৃষ্টিৰাজিৰ উপযুক্ত প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে আমি চেষ্টা কৰিব লাগিব বুলি কয়।

তদুপৰি, বিষ্ণুৰাভাৰ দিৱসটি মাথোঁ ৰাজ্যৰ ভিতৰতে সীমাৱদ্ধ ৰখা উচিত নহয় বুলি সোণোৱালে উল্লেখ কৰি মনীষীগৰাকীৰ জীৱন আৰু কৰ্মৰ মহান আদৰ্শৰ বিষয়ে নৱ প্ৰজন্মক অৱগত কৰোৱাৰ ক্ষেত্ৰত প্ৰস্তাৱিত সংগ্ৰহালয়টোৱে এক মঞ্চৰ ৰূপত কাম কৰিব বুলিও লগতে উল্লেখ কৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মণিপুৰত দুই সশস্ত্ৰ সংগঠনৰ সংঘৰ্ষত নিহত ৩ কুকি যুৱক; মেইটেই-নগাৰ প্ৰতিবাদী সমদল

মণিপুৰত দুই সশস্ত্ৰ সংগঠনৰ সংঘৰ্ষত নিহত ৩ কুকি যুৱক; মেইটেই-নগাৰ প্ৰতিবাদী সমদল

November 1, 2026 1:13 pm
দিল্লীত ছিয়াং বান্ধ বিৰোধী প্ৰতিবাদকাৰীক আটক, আৰক্ষীৰ দ্বাৰা হাৰাশাস্তিৰ অভিযোগ

দিল্লীত ছিয়াং বান্ধ বিৰোধী প্ৰতিবাদকাৰীক আটক, আৰক্ষীৰ দ্বাৰা হাৰাশাস্তিৰ অভিযোগ

November 1, 2026 12:06 pm
টকাৰ খক! IAS-IPS দম্পতীৰ বিৰুদ্ধে ৩৬টা ভিলা ক্ৰয়, কোটি কোটি টকাৰ সম্পত্তি গঢ়াৰ অভিযোগ, চলিছে তদন্ত

টকাৰ খক! IAS-IPS দম্পতীৰ বিৰুদ্ধে ৩৬টা ভিলা ক্ৰয়, কোটি কোটি টকাৰ সম্পত্তি গঢ়াৰ অভিযোগ, চলিছে তদন্ত

November 1, 2026 11:02 am
অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

November 1, 2026 10:18 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মণিপুৰত দুই সশস্ত্ৰ সংগঠনৰ সংঘৰ্ষত নিহত ৩ কুকি যুৱক; মেইটেই-নগাৰ প্ৰতিবাদী সমদল

মণিপুৰত দুই সশস্ত্ৰ সংগঠনৰ সংঘৰ্ষত নিহত ৩ কুকি যুৱক; মেইটেই-নগাৰ প্ৰতিবাদী সমদল

November 1, 2026 1:13 pm
দিল্লীত ছিয়াং বান্ধ বিৰোধী প্ৰতিবাদকাৰীক আটক, আৰক্ষীৰ দ্বাৰা হাৰাশাস্তিৰ অভিযোগ

দিল্লীত ছিয়াং বান্ধ বিৰোধী প্ৰতিবাদকাৰীক আটক, আৰক্ষীৰ দ্বাৰা হাৰাশাস্তিৰ অভিযোগ

November 1, 2026 12:06 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd