• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মাৰিয়া ৰেছা আৰু দিমিত্ৰী মুৰাটভলৈ ২০২১ বৰ্ষৰ শান্তিৰ নোবেল বঁটা

নৰ্থ ইষ্ট নাও by নৰ্থ ইষ্ট নাও
October 8, 2021 3:44 pm
191
VIEWS
Share on FacebookShare on Twitter

শুকুৰবাৰে ঘোষণা কৰা হৈছে ২০২১ বৰ্ষৰ শান্তিৰ নোবেল বঁটা বিজয়ীৰ নাম।

ফিলিপিনছৰ সাংবাদিক মাৰিয়া ৰেছা আৰু ৰাছিয়াৰ দিমিত্ৰী মুৰাটভক তেওঁলোকৰ দেশত মত প্ৰকাশৰ স্বাধীনতাৰ হকে কৰা যুঁজৰ বাবে এই বৰ্ষৰ শান্তিৰ নবেল বঁটা আগবঢ়োৱা হৈছে।

নৰৱেৰ নবেল কমিটিৰ অধ্যক্ষা বেৰিট ৰেইছ-এণ্ডাৰছেনে কয় যে ৰেছা আৰু মুৰাটভক মত প্ৰকাশৰ স্বাধীনতা সুৰক্ষিত কৰাৰ প্ৰচেষ্টাৰ বাবে সন্মানিত কৰা হৈছে, যিটো গণতন্ত্ৰ আৰু স্থায়ী শান্তিৰ বাবে এক পূৰ্ব চর্ত।

এণ্ডাৰচনে লগতে কয়, “তেওঁলোক সকলো সাংবাদিকৰ প্ৰতিনিধি যিয়ে পৃথিৱীত গণতন্ত্ৰ আৰু সংবাদ মাধ্যমৰ স্বাধীনতাই ক্ৰমান্বয়ে প্ৰতিকূল পৰিস্থিতিৰ সন্মুখীন হোৱাৰ সময়তে মত প্ৰকাশৰ স্বতন্ত্ৰতাৰ আদৰ্শৰ পক্ষত থিয় দিয়ে।”

২০১২ চনত, ৰেছাই অনুসন্ধানমূলক সাংবাদিকতাৰ বাবে প্ৰতিষ্ঠা কৰা ডিজিটেল মিডিয়া কোম্পানী ৰেপলাৰৰ সহ-প্ৰতিষ্ঠাপক আছিল। তেওঁ এতিয়াও ৰেপলাৰৰ মুৰব্বী হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।

ৰেপলাৰে ফিলিপিনছৰ ৰাষ্ট্ৰপতি দুতেৰ্তেৰ শাসনৰ বিতৰ্কিত আৰু হত্যাকাৰী ড্ৰাগবিৰোধী অভিযানৰ ওপৰত সমালোচনামূলক দৃষ্টিভংগীৰে কাম কৰি আছে।

আনহাতে নোবেল বিজয়ী আনগৰাকী ব্যক্তি মুৰাটভে ক্ৰমান্বয়ে প্ৰত্যাহ্বানজনক পৰিস্থিতিলৈ গতি কৰা ৰাছিয়াত কেইবা দশক ধৰি বাক স্বাধীনতা ৰক্ষা কৰি আহিছে।

১৯৯৩ চনত তেওঁ স্বতন্ত্ৰ বাতৰি কাকত নোভায়া গাজেটাৰ অন্যতম প্ৰতিষ্ঠাপক আছিল। এই কাকতখনে ক্ষমতাৰ প্ৰতি মৌলিকভাৱে সমালোচনামূলক মনোভাৱ গ্ৰহণ কৰি আহিছে। মুৰাটভ ১৯৯৫ চনৰ পৰা এই কাকতৰ মুখ্য সম্পাদক হৈ আছে।

“মত প্ৰকাশৰ স্বাধীনতা আৰু সংবাদ মাধ্যমৰ স্বাধীনতা অবিহনে বৰ্তমান ৰাষ্ট্ৰসমূহৰ মাজত ভ্ৰাতৃত্ব, নিৰস্ত্ৰীকৰণ আৰু এক উন্নত বিশ্ব ব্যৱস্থাৰ সফল প্ৰচাৰ কৰাটো কঠিন হ’ব।” ৰেইছ-এণ্ডাৰচনে কয়।

Recent News

নাড্ডাৰ পিছত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি পদত এইবাৰ নিৰ্মলা? চৰ্চাত আৰু দুগৰাকীৰ নাম

নাড্ডাৰ পিছত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি পদত এইবাৰ নিৰ্মলা? চৰ্চাত আৰু দুগৰাকীৰ নাম

মানৱ দৰদী চিকিৎসক তথা জনপ্ৰিয় ইউটিউবাৰ ডাঃ ৰূপলীন ৰংপিপীৰ অকাল বিয়োগ

মানৱ দৰদী চিকিৎসক তথা জনপ্ৰিয় ইউটিউবাৰ ডাঃ ৰূপলীন ৰংপিপীৰ অকাল বিয়োগ

উপলুঙা কৰাৰ কিছুদিন পাছতেই বিশ্বৰ ১ নং স্থানৰ মেগনাছ কাৰ্লছনক পৰাজিত কৰিলে ডি গুকেশে

উপলুঙা কৰাৰ কিছুদিন পাছতেই বিশ্বৰ ১ নং স্থানৰ মেগনাছ কাৰ্লছনক পৰাজিত কৰিলে ডি গুকেশে

ফেটি লিভাৰৰ সমস্যা দূৰ কৰাত ৭ বিধ খাদ্যৰ যাদু !

ফেটি লিভাৰৰ সমস্যা দূৰ কৰাত ৭ বিধ খাদ্যৰ যাদু !

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd