• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

তদন্তত গাফিলতি! ১১ গৰাকী জনজাতীয় মহিলাৰ দলবদ্ধ ধৰ্ষণত অভিযুক্ত ২১ আৰক্ষীক দোষমুক্ত

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 8, 2023 6:16 pm
Andhra Cops Accused Of Gang-Raping
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

২০০৭ চনত অন্ধ্ৰ প্ৰদেশৰ আল্লুৰি সীতাৰামা ৰাজু জিলাত ২১ গৰাকী আৰক্ষীৰ বিৰুদ্ধে জিলাখনৰ এখন গাঁৱত ১১ গৰাকী কন্ধ জনজাতীয় মহিলাক দলবদ্ধ ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছিল। ১৬ বছৰ পিছত এতিয়া অভিযুক্ত ২১ গৰাকী আৰক্ষীক দোষমুক্ত ঘোষণা কৰিছে জিলাখনৰ বিশেষ আদালতে।

এই গোচৰৰ তদন্তৰ বাবে নিয়োজিত তদন্তকাৰী বিষয়া দুগৰাকীয়ে ন্যায্য আৰু নিৰপেক্ষ তদন্ত চলাব নোৱাৰাৰ বাবেই মূলতঃ অভিযুক্ত আৰক্ষী কেইগৰাকীক দোষমুক্ত কৰা হৈছে বুলি আদালতে ৰায় দিয়ে। ২০১৮ চনত বিশাখাপট্টনমত আৰম্ভ হৈছিল এই গোচৰৰ বিচাৰ প্ৰক্ৰিয়া।

Apply Now

বৃহস্পতিবাৰে SC & ST (Prevention of Atrocities) Act ৰ অধীনত একাদশ অতিৰিক্ত জিলা আৰু অধিবেশন ন্যায়াধীশ-সহ-বিশেষ আদালতে দুৰ্ণীতিগ্ৰস্ত তদন্তৰ বাবে আৰক্ষীক দোষমুক্ত কৰে। আদালতে লগতে ধৰ্ষণৰ বলি হোৱা মহিলাসকলক জিলা আইন সেৱা প্ৰাধিকৰণৰ জৰিয়তে ক্ষতিপূৰণ দিবলৈ নিৰ্দেশ দিয়ে।

উল্লেখ্য যে, ২০০৭ চনৰ ২০ আগষ্টত ২১ জনীয়া গ্ৰেহাউণ্ডছ নামৰ বিশেষ আৰক্ষী দল এটাই এক অভিযানৰ বাবে বাকাপল্লী নামৰ গাঁওখনত বিশেষভাৱে দুৰ্বল জনজাতীয় গোটৰ অন্তৰ্গত ১১ গৰাকী জনজাতীয় মহিলাক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছিল।

ৰাজ্যখনৰ মানৱ অধিকাৰ মঞ্চৰ এগৰাকী সদস্যৰ মতে, অভিযুক্ত আৰক্ষীকেইগৰাকীৰ বিৰুদ্ধে অভিযোগ দাখিল কৰা হৈছিল যদিও এগৰাকী অভিযুক্তকো গ্ৰেপ্তাৰ কৰা হোৱা নাছিল। ইয়াৰে কেইগৰাকীমান জোৱানে অৱসৰ গ্ৰহণ কৰাৰ বিপৰীতে কেইবাগৰাকীমানৰ ইতিমধ্যে মৃত্যু হৈছে।

মানৱ অধিকাৰ মঞ্চখনৰ মতে, অভিযুক্ত আৰক্ষী কেইগৰাকীৰ বিৰুদ্ধে তদন্ত আৰম্ভ হৈছিল যদিও তদন্তত আপোচ কৰা হৈছিল আৰু ফৰেনছিক চিকিৎসা পৰীক্ষাত দোষী সাব্যস্ত হোৱাৰ সময়ত বাধ্যতামূলক পদ্ধতিক অৱজ্ঞা কৰি অভিযুক্তক সুৰক্ষা দিয়াৰ উদ্দেশ্যেৰে তদন্ত কৰা হৈছিল।

মঞ্চই লগতে বাকাপল্লী ধৰ্ষণৰ বলি হোৱা মহিলাসকলক ক্ষতিপূৰণ দিবলৈ আদালতে দিয়া নিৰ্দেশৰ দ্বাৰা আদালতে যে ভুক্তভোগী মহিলাসকলৰ জবানবন্দীৰ ওপৰত বিশ্বাস ৰাখিছিল সেয়া স্পষ্ট কৰিছে বুলিও দাবী কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

July 4, 2026 7:10 pm
জাৰ্মানীত ফোন কৰিলে আৰু পোৱা নাযাব ছুটী! সলনি হ’ব ছিক লিভৰ নিয়ম, দিব লাগিব বেমাৰ হোৱাৰ প্ৰমাণ

জাৰ্মানীত ফোন কৰিলে আৰু পোৱা নাযাব ছুটী! সলনি হ’ব ছিক লিভৰ নিয়ম, দিব লাগিব বেমাৰ হোৱাৰ প্ৰমাণ

July 4, 2026 6:45 pm
দিল্লী হিংসা গোচৰ: ওমৰ খালিদ আৰু চৰ্জিল ইমামৰ জামিন আবেদন নাকচ

দিল্লী হিংসা গোচৰ: ওমৰ খালিদ আৰু চৰ্জিল ইমামৰ জামিন আবেদন নাকচ

July 4, 2026 6:13 pm
নিৰ্মাণ শ্ৰমিকৰ কল্যাণৰ বাবে থকা ৭০,৭৪৪ কোটি টকা এতিয়াও ব্যৱহাৰ কৰা নাই ৰাজ্য চৰকাৰসমূহে

নিৰ্মাণ শ্ৰমিকৰ কল্যাণৰ বাবে থকা ৭০,৭৪৪ কোটি টকা এতিয়াও ব্যৱহাৰ কৰা নাই ৰাজ্য চৰকাৰসমূহে

July 4, 2026 6:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

July 4, 2026 7:10 pm
জাৰ্মানীত ফোন কৰিলে আৰু পোৱা নাযাব ছুটী! সলনি হ’ব ছিক লিভৰ নিয়ম, দিব লাগিব বেমাৰ হোৱাৰ প্ৰমাণ

জাৰ্মানীত ফোন কৰিলে আৰু পোৱা নাযাব ছুটী! সলনি হ’ব ছিক লিভৰ নিয়ম, দিব লাগিব বেমাৰ হোৱাৰ প্ৰমাণ

July 4, 2026 6:45 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd