• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ধেমাজিৰ জোনাই মহকুমাৰ নিৰ্বাচনৰ বাবে ২১খন মনোনয়নপত্ৰ দাখিল

প্ৰফুল্ল কামান by প্ৰফুল্ল কামান
January 11, 2019 9:50 pm
MAC list-
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি ১১ জানুৱাৰি শুকুৰবাৰে ধেমাজি জিলাৰ জোনাই মহকুমাৰ নিৰ্বাচনৰ বাবে ১৭খন মিচিং স্বায়ত্ত শাসিত পৰিষদ আৰু ৪খন সোণোৱাল কচাৰী স্বায়ত্ত শাসিত পৰিষদৰ মুঠ ২১গৰাকী প্ৰাৰ্থীয়ে মনোনয়নপত্ৰ জমা দিয়ে। মিচিং স্বায়ত্ত শাসিত পৰিষদৰ ৬নং ছানজোৰি নিগিৰ (জনজাতি)সমষ্টিৰ বাবে সন্মিলিত গণশক্তিৰ মালেন্দ্ৰ নাৰ্জাৰীৰে মনোনয়নপত্ৰ জমা দিছে।

পূৰ্বৰ মিচিং স্বায়ত্ত শাসিত পৰিষদৰ কাৰ্যবাহী পাৰিষদ ৰাজু মেদকেও এইখন আসনত প্ৰতিদ্বন্দ্বিতা কৰিছে। তেওঁ ইয়াৰ আগতে এছজিএছৰ হৈ ৩ নং গালি-বিজয়পুৰ (এছটি) সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল। আনহাতে মিচিং ছাত্ৰৰ (টিএমপিকে) কেন্দ্ৰীয় সমিতিৰ সভাপতি নৰেশ কুমবাঙে ২নং মুৰ্কংছেলেক (অসংৰক্ষিত) আসনখনত প্ৰতিদ্বন্দ্বিতা কৰিছে। আছুৰ প্ৰাক্তন সাহিত্য বিভাগৰ সম্পাদক আৰ্নল্ড টায়েই আইএনচিৰ মহাবীৰ পায়েঙেও এই একেই সমষ্টিত প্ৰতিদ্বন্দ্‌বিতা আগবঢ়াব।

Apply Now

আনহাতে বিজয় শইকীয়া (বিজেপি), জান হাজৰিকা (আইএনচি) আৰু ২গৰাকী নিৰ্দলীয় প্ৰাৰ্থী হৰ্ষজ্যোতি কচাৰী আৰু ৰাজেন সোণোলালে জোনাইৰ একমাত্ৰ সোণোৱাল কচাৰী স্বায়ত্ত শাসিত পৰিষদৰ আসনখনত প্ৰতিদ্বন্দ্বিতা কৰিছে।

নিৰ্বাচন বিভাগে  ধেমাজি মহকুমাত ৩৫খন মনোনয়নপত্ৰ লাভ কৰিছে। ইয়াৰে ১০খন মিচিং স্বায়ত্ত শাসিত পৰিষদ আৰু ৩খন সোণোৱাল কচাৰী স্বায়ত্ত শাসিত পৰিষদৰ বিপৰীতে ১১খনকৈ মনোনয়নপত্ৰ লাভ কৰিছে।

দুয়োটা  স্বায়ত্ত শাসিত পৰিষদৰ বাবে মনোনয়নপত্ৰসমূহৰ অহা ১২ জানুৱাৰিত পুনৰীক্ষণ কৰা হ’ব আৰু মনোনয়নপত্ৰ প্ৰত্যাহাৰৰ অন্তিম তাৰিখ ১৪ জানুৱাৰি ধাৰ্য কৰা হৈছে। উল্লেখ্য যে নিৰ্বাচন আয়োগে ২১ জানুৱাৰিত দুয়োটা স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনৰ দিন স্থিৰ কৰিছে। উল্লেখ্য যে ধেমাজি জিলাত ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদৰ বাবে কোনো সুকীয়া সমষ্টি নাই।

প্ৰফুল্ল কামান

প্ৰফুল্ল কামান

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ঘৰত হ’লে কথা চহকী; বিদ্যালয়ত খোল নাখায় মুখ! ভয়ংকৰ সমস্যাত থাকিব পাৰে আপোনৰ শিশুটি?

ঘৰত হ’লে কথা চহকী; বিদ্যালয়ত খোল নাখায় মুখ! ভয়ংকৰ সমস্যাত থাকিব পাৰে আপোনৰ শিশুটি?

August 27, 2026 6:46 am
উজনিৰ ভয়ংকৰ বান মানৱ-সৃষ্ট : গুৱাহাটী উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰিলে দেৱব্ৰত শইকীয়াৰ জনস্বাৰ্থজড়িত আবেদন

উজনিৰ ভয়ংকৰ বান মানৱ-সৃষ্ট : গুৱাহাটী উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰিলে দেৱব্ৰত শইকীয়াৰ জনস্বাৰ্থজড়িত আবেদন

August 26, 2026 9:45 pm
মহাকাল মন্দিৰলৈ যোৱাৰ পথত ভয়ংকৰ পথ দুৰ্ঘটনা : জনপ্ৰিয় ইউটিউবাৰ আৰু মাতৃৰ মৃত্যু

মহাকাল মন্দিৰলৈ যোৱাৰ পথত ভয়ংকৰ পথ দুৰ্ঘটনা : জনপ্ৰিয় ইউটিউবাৰ আৰু মাতৃৰ মৃত্যু

August 26, 2026 8:45 pm
বান সাহায্য বিতৰণক লৈ ৰাজনৈতিক সংঘাত! অখিল গগৈৰ বিৰুদ্ধে দাখিল ৮ খনকৈ এজাহাৰ

বান সাহায্য বিতৰণক লৈ ৰাজনৈতিক সংঘাত! অখিল গগৈৰ বিৰুদ্ধে দাখিল ৮ খনকৈ এজাহাৰ

August 26, 2026 7:44 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ঘৰত হ’লে কথা চহকী; বিদ্যালয়ত খোল নাখায় মুখ! ভয়ংকৰ সমস্যাত থাকিব পাৰে আপোনৰ শিশুটি?

ঘৰত হ’লে কথা চহকী; বিদ্যালয়ত খোল নাখায় মুখ! ভয়ংকৰ সমস্যাত থাকিব পাৰে আপোনৰ শিশুটি?

August 27, 2026 6:46 am
উজনিৰ ভয়ংকৰ বান মানৱ-সৃষ্ট : গুৱাহাটী উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰিলে দেৱব্ৰত শইকীয়াৰ জনস্বাৰ্থজড়িত আবেদন

উজনিৰ ভয়ংকৰ বান মানৱ-সৃষ্ট : গুৱাহাটী উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰিলে দেৱব্ৰত শইকীয়াৰ জনস্বাৰ্থজড়িত আবেদন

August 26, 2026 9:45 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd