• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ভাৰতীয় নৌসেনাতো ওলাল কৰ’না; পৰীক্ষাত ধৰা পৰিল ২১ নৌসেনাৰ দেহত কোভিড-১৯পজিটিভ

এন ই নাও নিউজ by এন ই নাও নিউজ
April 18, 2020 10:04 am
navy_image-770x433 new

ফটো সৌজন্য: নৌসেনাৰ টুইটাৰ

10.3k
VIEWS
Share on FacebookShare on Twitter

কৰ’না ভাইৰাছে লাহে লাহে ভাৰতত সংক্ৰমণৰ পৰিসৰ বৃদ্ধি কৰি আনিছে। এইবাৰ ভাৰতীয় নৌসেনালৈকো ইয়াৰ আতংক সম্প্ৰসাৰিত হৈছে।

বাতৰি অনুসৰি, নৌসেনাৰ ২৫জনতকৈয়ো অধিক কৰ্মীৰ কৰ’না ভাইৰাছৰ পৰীক্ষা কৰা হৈছে আৰু ইয়াৰে ২১ জনৰ দেহত পজিটিভ ধৰা পৰিছে।

মুম্বাইৰ আই এন এছ আংগ্ৰেত ২০টা পজিটিভ ঘটনা ধৰা পৰিছে। জানিব পৰা মতে মুম্বাইৰ আই এন এছ আংগ্ৰেৰ এজন নাবিকৰ পৰা বাকী লোকলৈ ইয়াৰ সংক্ৰমণ ঘটিছে। উক্ত নাবিকজনৰ যোৱা ৭ এপ্ৰিলত পৰীক্ষাত পজিটিভ ধৰা পৰিছিল।

মুম্বাইৰ আই এন এছ আংগ্ৰেৰ পৰিসৰৰ ভিতৰৰ লোকসকলক কোৱাৰেন্টাইন কৰা হৈছে। তদুপৰি, আৰু যাতে সংক্ৰমণ বিয়পিব নোৱাৰে তাৰ বাবে পদক্ষেপ গ্ৰহণ কৰা হৈছে।

যুদ্ধ জাহাজ আৰু ছাবমেৰিনত সংক্ৰমণ ঘটা নাই বুলি কোৱা হৈছে।

দেশত ইতিমধ্যে চিকিৎসক, স্বাস্থ্যকৰ্মীকে ধৰি বিভিন্ন ক্ষেত্ৰৰ লোক কৰ’না ভাইৰাছত আক্ৰান্ত হোৱাৰ খৱৰ পোৱা গৈছে।

আনহাতে, ভাৰতীয় সেনাৰ বিষয়াও কৰ’না ভাইৰাছৰ সংক্ৰমণৰ বলি হোৱাৰ খৱৰ পোৱা গৈছে। ভাৰতীয় সেনাৰ এগৰাকী লেফটেনেন্ট কৰ্ণেল পৰ্যায়ৰ চিকিৎসকৰ কোভিড-১৯ পজিটিভ ধৰা পৰিছে।

ভাৰতীয় সেনাৰ উক্ত লেফটেনেন্ট কৰ্ণেল পৰ্যায়ৰ চিকিৎসকগৰাকীয়ে কোভিড-১৯ৰ বিৰুদ্ধে অভিযানত চিকিৎসক হিচাপে সেৱা আগবঢ়াইছিল।

সেনাৰ সূত্ৰ অনুসৰি সেনাৰ চিকিৎসকগৰাকীয়ে দিল্লীত সেনাৰ মুখ্য কাৰ্যালয়ৰ এটা অংশত নিযুক্ত আছিল আৰু কোভিড-১৯ৰ বিৰুদ্ধে অভিযানত সেৱা আগবঢ়াইছিল।

সেনাৰ এই চিকিৎসকগৰাকীৰ সম্পৰ্কলৈ অহা লোকসকলক চিনাক্ত কৰা হৈছে আৰু ইতিমধ্যে আইছ’লেট কৰা হৈছে। এই চিকিৎসকগৰাকীকে ধৰি সেনাৰ মুঠ পাঁচজন লোক কোভিড-১৯ত আক্ৰান্ত বুলি কোৱা হৈছে।

Tags: COVID-19

Recent News

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱস উদযাপন : চৰাই বিষয়ক স্মৃতিগ্ৰন্থ ‘পক্ষী সংবাদ’ উন্মোচন

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱস উদযাপন : চৰাই বিষয়ক স্মৃতিগ্ৰন্থ ‘পক্ষী সংবাদ’ উন্মোচন

এছিয়া কাপৰ বাবে ভাৰতলৈ আহিব পাকিস্তানৰ হকী দল: ক্ৰীড়া মন্ত্ৰালয়ৰ সূত্ৰৰ দাবী

এছিয়া কাপৰ বাবে ভাৰতলৈ আহিব পাকিস্তানৰ হকী দল: ক্ৰীড়া মন্ত্ৰালয়ৰ সূত্ৰৰ দাবী

ইংলেণ্ডৰ ভূমিত ‘প্ৰিন্স’ শুভমন গিলৰ দৃষ্টিনন্দন দ্বিশতকঃ গাভাস্কাৰ, দ্ৰাবিড় আৰু কোহলীৰ অভিলেখো কৰিলে ভংগ!

ইংলেণ্ডৰ ভূমিত ‘প্ৰিন্স’ শুভমন গিলৰ দৃষ্টিনন্দন দ্বিশতকঃ গাভাস্কাৰ, দ্ৰাবিড় আৰু কোহলীৰ অভিলেখো কৰিলে ভংগ!

গুৱাহাটী বিশ্ববিদ্যালয়ত ৰাষ্ট্ৰীয় কৰ্মশালা অনুষ্ঠিত

গুৱাহাটী বিশ্ববিদ্যালয়ত ৰাষ্ট্ৰীয় কৰ্মশালা অনুষ্ঠিত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd