• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 16, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

শ্ৰীমন্ত শংকৰ একাডেমীৰ অধ্যক্ষা ড০ গীতা দত্ত বৰুৱালৈ বুকলেণ্ড শ্ৰেষ্ঠ শিক্ষকৰ বঁটা

NE NOW NEWS কল্পজ্যোতি শইকীয়া
গুৱাহাটী , May 8, 2018 1:47 pm

2 min read

ATTACHMENT

বুকলেণ্ডৰ তৰফৰ পৰা বঁটা গ্ৰহণৰ মুহূৰ্তত শ্ৰীমন্ত শংকৰ একাডেমীৰ অধ্যক্ষা ড০ গীতা দত্ত বৰুৱা

95
VIEWS
Share on FacebookShare on Twitter

শিক্ষাৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা অনন্য অৱদানৰ বাবে বুকলেণ্ডৰ তৰফৰ পৰা আজি শ্ৰীমন্ত শংকৰ একাডেমীৰ অধ্যক্ষা ড০ গীতা দত্ত বৰুৱাক শ্ৰেষ্ঠ শিক্ষকৰ বঁটা প্ৰদান কৰা হয়।

এই সন্দৰ্ভত বুকলেণ্ডৰ পৰামৰ্শদাতা উজ্জ্বল বৰাই নৰ্থ ইষ্ট নাওক কয় যে শিক্ষাৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা অৱদানৰ বাবে ড০ গীতা দত্ত বৰুৱাক এই বঁটা প্ৰদান কৰা হৈছে । উল্লেখযোগ্য যে ইতিমধ্যে যোৱা দেওবাৰে অনুষ্ঠিত হৈ যোৱা বুকলেণ্ড শ্ৰেষ্ঠ শিক্ষকৰ বঁটা প্ৰদান অনুষ্ঠানত মুঠ পাঁচগৰাকী শিক্ষকক এই বঁটা প্ৰদান কৰা হৈছে।

প্ৰসংগক্ৰমে উল্লেখযোগ্য যে গুৱাহাটীৰ অন্যতম শিক্ষা প্ৰতিষ্ঠান শ্ৰীমন্ত শংকৰ একাডেমীৰ অধ্যক্ষা ড০ গীতা দত্ত বৰুৱাকো এই বঁটা প্ৰদান অনুষ্ঠানত বঁটা গ্ৰহণ কৰাৰ বাবে আমন্ত্ৰণ জনোৱা হৈছিল যদিও তেওঁৰ বিদ্যালয়তে নীট (NEET) পৰীক্ষাৰ দায়িত্বত থকাৰ বাবে তেওঁ সেই অনুষ্ঠানত উপস্থিত থাকিব নোৱাৰিলে।

সেয়েহে আজি বুকলেণ্ডৰ পৰামৰ্শদাতা উজ্জ্বল বৰাৰ নেতৃত্বত এটা দল বিদ্যালয়খনত উপস্থিত হৈ অধ্যক্ষাগৰাকীক এই বঁটা প্ৰদান কৰে।

বঁটা গ্ৰহণ কৰি বিদ্যালয়খনৰ অধ্যক্ষা ড০ বৰুৱাই নৰ্থ ইষ্ট নাওক কয়— ‘শ্ৰীমন্ত শংকৰ একাডেমীৰ ছাত্ৰ-ছাত্ৰীৰ পৰীক্ষাৰ ফলাফল, সুন্দৰ ব্যৱহাৰ, সুদক্ষ প্ৰশাসন আৰু নিয়মানুৱৰ্তিতাৰ বাবে তেওঁৰ নামটো বুকলেণ্ডে নিৰ্বাচিত কৰিছে। লগতে তেওঁ উক্ত বঁটা বিতৰণী অনুষ্ঠানত  ‘নীট’ৰ পৰীক্ষাৰ বাবে উপস্থিত থাকিব নোৱাৰাৰ বাবে দুখ প্ৰকাশ কৰাৰ লগতে বুকলেণ্ড কৰ্তৃপক্ষক তেওঁক এই বঁটাৰ বাবে নিৰ্বাচিত কৰাৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে।তদুপৰি বুকলেণ্ডৰ এই প্ৰচেষ্টাই শৈক্ষিক মহলত এক জাগৰণৰ সৃষ্টি কৰিব বুলি প্ৰকাশ কৰে অধ্যক্ষাগৰকীয়ে।‘

আনহাতে বঁটা প্ৰদান কৰা বুকলেণ্ডৰ পৰামৰ্শদাতা উজ্জ্বল বৰুৱাই নৰ্থ ইষ্ট নাওক কয় যে তেওঁলোকে গুৱাহাটীৰ কেইখনমান বিদ্যালয় নিৰ্বাচিত কৰি এক ক্ষেত্ৰভিতিতিক অধ্যয়ন চলাইছিল আৰু তাৰ ভিতৰত শ্ৰীমন্ত শংকৰ একাডেমীয়ে উচ্চ স্থান লাভ কৰিবলৈ সক্ষম হৈছিল। সেই হিচাপে আজি বিদ্যালয়ৰ অধ্যক্ষাগৰাকীক সম্বৰ্ধনা জ্ঞাপন কৰা হয়। বৰ্তমান এই পদক্ষেপে সমগ্ৰ অসমক সামৰি লৈছে যদিও পৰৱৰ্তী পৰ্যায়ত সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলকো সামৰি ল’ব বুলি তেওঁ আশা প্ৰকাশ কৰে।

 

Recent News

IMG-20210115-WA0005

নগাঁৱত বনকৰ্মী মহেশ নাথৰ দুখনকৈ গ্ৰন্থ উন্মোচন

a doctor

ৰাজ্যৰ ১২ গৰাকী জ্যেষ্ঠ চিকিৎসকে সৰ্বপ্ৰথমে গ্ৰহণ কৰিব কোভিডৰ ভেকচিন

FB_IMG_1610717632176

বিশিষ্ট সাহিত্যিক সু- লেখিকা বীণা শৰ্মাৰ মৃত্যু, শোক স্তব্ধ নগাঁও

a gana

ভাৰতীয় গণনাট্য সংঘৰ জ্যোতি-স্মৰণ আৰু গণশিল্পী হেমাঙ্গ বিশ্বাস বঁটা প্ৰদান অনুষ্ঠান

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd