• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, October 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কানাডাৰ মেকটেক পাৰ্কত ক্লিফ ডাইভিং কৰিবলৈ গৈ ৰহস্যজনকভাবে মৃত্যু অসমীয়া ছাত্ৰৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
September 28, 2020 12:51 pm
aranyam
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কানাডাৰ প্ৰখ্যাত মেকটেক পাৰ্কত ক্লিফ ডাইভিং কৰিবলৈ গৈ ৰহস্যজনক ভাবে মৃত্যুক সাৱটি লৈছে অসমৰ এগৰাকী ছাত্ৰই।

কানাডাৰ ছেণ্ট থমাছ বিশ্ববিদ্যালয়ত ৰাজনীতি বিজ্ঞান বিষয়ত অধ্যয়নৰত  ২২ বছৰীয়া অৰণ্যম ৱৰা (এৰি বৰা) ই মেকটেক পাৰ্কলৈ আন লগৰীয়াৰ সৈতে ফুৰিবলৈ গৈছিল আৰু বিয়লিৰ ভাগত ছাত্ৰজনে পাৰ্কৰ জলাশয়ত সাঁতুৰিবলৈ পানীত জঁপিয়াইছিল।

Apply Now

কিছুসময় পিছতেই অৰণ্যমক পানীৰ মাজত মৃত অৱস্থাত উদ্ধাৰ কৰা হৈছিল।

বডি বিল্ডাৰ হিচাবে বিশ্ববিদ্যালয় খনত সুনাম অৰ্জন কৰা অৰণ্যমৰ ঘৰ গুৱাহাটীত বুলি জানিব পৰা গৈছে।তেওঁ কানাডাৰ ফ্ৰেডাৰিকটনত বাস কৰিছিল।

অৰণ্যমৰ মৃত্যু সন্দৰ্ভত তেওঁৰ এগৰাকী বান্ধৱীয়ে ছ’চিয়েল মিডিয়াত এটা প’ষ্ট কৰা পৰিলক্ষিত হৈছে।

বান্ধৱী মিল্লি কুইৰেছৰ প’ষ্টটোৰ  ভিত্তিত আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত অৰণ্যমৰ মৃত্যুৰ বাতৰিটো প্ৰকাশ পাইছে।

চিবিচিয়ে প্ৰকাশ কৰা বাতৰি অনুসৰি বুধবাৰে বিয়লি অৰণ্যমৰ সলিল সমাধি ঘটিছিল।

ইপিনে অৰণ্যমৰ মৃত্যুক সহজ ভাবে ল’ব পৰা নাই তেওঁৰ বান্ধৱী মিল্লিৰ লগতে আন বন্ধু সকলে।

মিল্লিৰ মতে সাঁতুৰিবলৈ জনা অৰণ্যম কিদৰে পানীত বুৰ গ’ল সেয়াহে ৰহস্যৰ বিষয়।

মিল্লিয়ে সেয়ে ঘটনাটোৰ ৰহস্য উদ্ঘাটনৰ দাবী জনাইছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সকলোৱে নিজকে সাংবাদিক বুলি দাবী কৰিলে সুৰক্ষা দিয়াটো কঠিন! পৰ্যবেক্ষণ উচ্চতম ন্যায়ালয়ৰ

সকলোৱে নিজকে সাংবাদিক বুলি দাবী কৰিলে সুৰক্ষা দিয়াটো কঠিন! পৰ্যবেক্ষণ উচ্চতম ন্যায়ালয়ৰ

October 16, 2026 2:47 pm
‘আমেৰিকা-পাকিস্তানৰ যুদ্ধ হ’লে ইছলামাবাদৰ কাষত থাকিব ভাৰত’, বিজেপি নেতাৰ মন্তব্যক লৈ অস্বস্তিত গেৰুৱা শিৱিৰ

‘আমেৰিকা-পাকিস্তানৰ যুদ্ধ হ’লে ইছলামাবাদৰ কাষত থাকিব ভাৰত’, বিজেপি নেতাৰ মন্তব্যক লৈ অস্বস্তিত গেৰুৱা শিৱিৰ

October 16, 2026 12:46 pm
মেডিকেল কলেজৰ চেয়াৰমেন পদত নিৰক্ষৰ চাহ বিক্ৰেতা! ইউজিচিক তীব্ৰ ভৎৰ্সনা উচ্চতম ন্যায়ালয়ৰ

মেডিকেল কলেজৰ চেয়াৰমেন পদত নিৰক্ষৰ চাহ বিক্ৰেতা! ইউজিচিক তীব্ৰ ভৎৰ্সনা উচ্চতম ন্যায়ালয়ৰ

October 16, 2026 11:48 am
আজি চিজেপিৰ ‘ত্ৰিৰংগা উৰাও’ কাৰ্যসূচী! উত্তপ্ত হোৱাৰ আশংকাত মাত্ৰ ১১ জনকহে অনুমতি দিল্লী আৰক্ষীৰ

আজি চিজেপিৰ ‘ত্ৰিৰংগা উৰাও’ কাৰ্যসূচী! উত্তপ্ত হোৱাৰ আশংকাত মাত্ৰ ১১ জনকহে অনুমতি দিল্লী আৰক্ষীৰ

October 16, 2026 10:33 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সকলোৱে নিজকে সাংবাদিক বুলি দাবী কৰিলে সুৰক্ষা দিয়াটো কঠিন! পৰ্যবেক্ষণ উচ্চতম ন্যায়ালয়ৰ

সকলোৱে নিজকে সাংবাদিক বুলি দাবী কৰিলে সুৰক্ষা দিয়াটো কঠিন! পৰ্যবেক্ষণ উচ্চতম ন্যায়ালয়ৰ

October 16, 2026 2:47 pm
‘আমেৰিকা-পাকিস্তানৰ যুদ্ধ হ’লে ইছলামাবাদৰ কাষত থাকিব ভাৰত’, বিজেপি নেতাৰ মন্তব্যক লৈ অস্বস্তিত গেৰুৱা শিৱিৰ

‘আমেৰিকা-পাকিস্তানৰ যুদ্ধ হ’লে ইছলামাবাদৰ কাষত থাকিব ভাৰত’, বিজেপি নেতাৰ মন্তব্যক লৈ অস্বস্তিত গেৰুৱা শিৱিৰ

October 16, 2026 12:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd