• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

টাইমছ হায়াৰ এড্যুকেশ্যনৰ শীৰ্ষ শিক্ষানুষ্ঠানৰ তালিকাৰ ৯৯ সংখ্যক স্থানত তেজপুৰ বিশ্ববিদ্যালয়

প্ৰণব কুমাৰ দাস by প্ৰণব কুমাৰ দাস
May 10, 2018 3:41 pm
Main-Gate-of-Tezpur-University-at-Napam-570x320

তেজপুৰ বিশ্ববিদ্যালয়ৰ মূল প্ৰৱেশদ্বাৰ

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

টাইমছ হায়াৰ এড্যুকেশ্যনৰ উদীয়মান অৰ্থনীতিৰ অন্তৰ্ভুক্ত ৰাষ্ট্ৰসমূহৰ অন্তৰ্গত শিক্ষানুষ্ঠানসমূহৰ ভিতৰত তেজপুৰ বিশ্ববিদ্যালয়ে ৯৯ সংখ্যক স্থান লাভ কৰিছে।

টাইমছ হায়াৰ এড্যুকেশ্যনৰ তালিকাত ‘এফ টি এছ ই’য়ে শ্ৰেণীভুক্ত কৰা শিক্ষানুষ্ঠানসমূহক সামৰি লোৱা হয়।

Apply Now

উল্লেখ্য যে এই তালিকাত গুৱাহাটী আই আই টিয়ে ১১৪ সংখ্যক স্থান লাভ কৰিছে।

ভাৰতত ইণ্ডিয়ান ইন্সটিটিউট অব ছাইন্স, আই আই টি বোম্বে আৰু আই আই টি খড়গপুৰৰ পিছতে তেজপুৰ বিশ্ববিদ্যালয়ক গৱেষণা বিভাগত ৪ৰ্থ নম্বৰ স্থান প্ৰদান কৰা হৈছে। তেজপুৰ বিশ্ববিদ্যালয়ক সমগ্ৰ ভাৰত বিভাগত ৮ নং স্থান প্ৰদান কৰা হৈছে।

টাইমছ হায়াৰ এড্যুকেশ্যনৰ ইমাৰ্জিং ইক’নোমিকছ ইউনিভাৰ্ছিটিত অন্তৰ্ভুক্ত হোৱা মানে এই বিশ্ববিদ্যালয়খন ‘টাইমছ হায়াৰ এড্যুকেশ্যনে’ বিশ্লেষণৰ বাবে বাচনি কৰা নিৰ্দিষ্ট (‘এফ টি এছ ই’য়ে শ্ৰেণীভুক্ত কৰা) ৪২খন দেশৰ শীৰ্ষ ৩৭৮খন বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত হৈছে।

টাইমছ হায়াৰ এড্যুকেশ্যনে ৫০ খন দেশৰ শিক্ষানুস্থানসমূহক ‘উদীয়মান অৰ্থনীতি’ (emerging economies) (উচ্চ আৰু মাধ্যমিক) বা সীমান্ত অৰ্থনীতি (frontier economies) শিক্ষানুষ্ঠান হিচাপে বিৱেচনা কৰে যদিও ৪২খন দেশৰ শিক্ষানুস্থানেহে শীৰ্ষ ৩৭৮ স্থান লাভ কৰিবলৈ সক্ষম হৈছে।

বিগত বছৰৰ ২৭ খনৰ পৰা এই বছৰ ৪২খন শিক্ষানুস্থানেৰে ভাৰত দ্বিতীয় অধিক সংখ্যক প্ৰতিনিধিত্ব কৰা দেশ হিচাপে পৰিগণিত হৈছে। বিগত বছৰৰ ৫২ খনৰ পৰা চলিত বৰ্ষত ৬৩ শিক্ষানুস্থানেৰে চীন তালিকাৰ শীৰ্ষত আছে। পিকিং বিশ্ববিদ্যালয় তালিকাৰ শীৰ্ষস্থান লাভ কৰিছে আৰু ছিংহুৱা বিশ্ববিদ্যালয়ে দ্বিতীয় স্থানত আছে।

টাইমছ হায়াৰ এড্যুকেশ্যনৰ তালিকাত প্ৰত্যেকখন মূল উদ্দেশ্য-বিশ্ববিদ্যালয়ৰ শিক্ষণ, গৱেষণা, জ্ঞান প্ৰদান আৰু আন্তঃজাতিক দৃষ্টিভংগীৰ ওপৰত ১৩ টা কঠোৰ দক্ষতা সূচক ব্যৱহাৰ কৰা হয়।‘উদীয়মান অৰ্থনীতি’ শ্ৰেণীৰ অন্তৰ্গত দেশসমূহৰ লক্ষণ আৰু উন্নয়নৰ অগ্ৰাধিকাৰসমূহক অধিক ভালকৈ প্ৰতিফলিত কৰা প্ৰণালীবিধিৰ যত্নেৰে জোখ লোৱা হয়।

তাৰোপৰি, তালিকা প্ৰস্তুৰ সময়ত এখন বিশ্ববিদ্যালয়ৰ সৈতে থকা উদ্যোগসমূহৰ সম্পৰ্ক আৰু আন্তঃজাতিক দৃষ্টিভংগীক অগ্ৰাধিকাৰ দিয়া হয়।

এই কৃতকাৰ্যতা লাভত তেজপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক বিনোদ কুমাৰ জৈনে শিক্ষাৰ্থী, শিক্ষক, কৰ্মচাৰীসকলক শুভেচ্ছা জনায় আৰু ভৱিষ্যতে আৰু অধিক কৃতকাৰ্যতা লাভ কৰাৰ বাবে আৰু অধিক কঠোৰ পৰিশ্ৰম কৰাৰ বাবে আহ্বান জনায়।

প্ৰণব কুমাৰ দাস

প্ৰণব কুমাৰ দাস

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

July 8, 2026 9:16 pm
ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

July 8, 2026 9:06 pm
২০১৩ চনৰ পৰা বিনা ভাড়াই ২৪ আকবৰ ৰোডৰ কাৰ্যালয় দখল কৰি আছে কংগ্ৰেছে! আৰটিআই-ৰ তথ্যত পোহৰলৈ আহিল তথ্য

২০১৩ চনৰ পৰা বিনা ভাড়াই ২৪ আকবৰ ৰোডৰ কাৰ্যালয় দখল কৰি আছে কংগ্ৰেছে! আৰটিআই-ৰ তথ্যত পোহৰলৈ আহিল তথ্য

July 8, 2026 8:44 pm
১১ দিনত ৭ কেজি ওজন কমিল সোনম ৱাংচুকৰ : অনশনৰ মজিয়াত নুডলছ আৰু কচুৰিৰ পিকনিক! ‎

১১ দিনত ৭ কেজি ওজন কমিল সোনম ৱাংচুকৰ : অনশনৰ মজিয়াত নুডলছ আৰু কচুৰিৰ পিকনিক! ‎

July 8, 2026 8:26 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

July 8, 2026 9:16 pm
ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

July 8, 2026 9:06 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd