DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 22, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব

বিভিন্ন কল্যাণমূলক আঁচনিৰে আমবাছাত অনুষ্ঠিত হ’ব ত্ৰিপুৰাৰ অৱসৰপ্ৰাপ্ত সেনাবাহিনীৰ সভা

পিনাকী দাস by পিনাকী দাস
May 17, 2018 9:52 pm
Ex-servicemen-rally-570x320
74
VIEWS
Share on FacebookShare on Twitter

আমবাছাত অৱস্থিত ধালাই জিলা পলিটেকনিক কলেজত আহা মে’ মাহৰ ২০ তাৰিখে  ত্ৰিপুৰাৰ অৱসৰপ্ৰাপ্ত সেনাসকলৰ কল্যাণ সাধন কৰাৰ উদ্দেশ্যে এখন সভা অনুষ্ঠিত হ’ব বুলি জানিব পৰা গৈছে।

ৰাতিপুৱা ৮ বজাত এই সভা আৰম্ভ হৈ আৱেলি ৪ বজাত অন্ত পৰিব।

এই সভাত অৱসৰপ্ৰাপ্ত সেনা বাহিনীৰ লোকসকলৰ বিভিন্ন সমস্যাৱলীৰ ওপৰত আলোকপাত কৰা হ’ব। ইয়াত সেনা বাহিনী, ৰাজ্য সৈনিক ব’ৰ্ড বা জিলা সৈনিক ব’ৰ্ড আৰু অসামৰিক প্ৰশাসনৰ বিষয়াবৰ্গ উপস্থিত থাকিব।.

আয়োজকসকলে লনথোৰাই, গান্দাচেৰা, আমবাচা আৰু কামালপুৰৰ সকলো অৱসৰপ্ৰাপ্ত সৈনিক, বীৰ নাৰীকে এই শোভাযাত্ৰা আৰু সভাত উপস্থিত থকাৰ বাবে আহ্বান জনাইছে।

এইবাৰ চিএছডি, ইচিএইচএছ, ডিজিচেল লাইফ চাৰ্টিফিকেট, ডেণ্টেল এণ্ড মেডিকেল কেয়াৰ চেল, পেনছন আৰু অভিযোগ চেল আদি নিয়মীয়া কাউণ্টাৰ কোষৰ উপৰিও অৱসৰপ্ৰাপ্ত সেনা বাহিনীৰ লোকৰ বাবে প্ৰধান মন্ত্ৰী ৰোজগাৰ সৃষ্টি আঁচনি, ৰাষ্ট্ৰীয় দক্ষতা বিকাশ নিগম, প্ৰদান মন্ত্ৰী বিকাশ যোজনা, সংযুক্ত গ্ৰাম্যস্ব-নিয়োগ প্ৰশিক্ষণ প্ৰতিষ্ঠান, ত্ৰিপুৰা গ্ৰাম্য জীৱিকা অভিযান, সীমা এলেকা বিকাশ কাৰ্যসূচী আদি প্ৰতিষ্ঠা কৰা হ’ব।

সেনা আবহিনীয়ে ২০১৮ বৰ্ষত ‘বিকলাংগ সৈনিকৰ বৰ্ষ’ হিচাপে পালন কৰিব আৰু তাৰে সৈতে সংগতি ৰাখি সেনা বাহিনীয়ে বিকলাংগ হোৱা সেনা বাহিনীৰ লোকসকলক উপকৃত কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি সেনা বাহিনীৰ তৰফৰ পৰা  জনোৱা হৈছে।

Recent News

হাজোত কিশোৰীৰ সৈতে থকা গোপন মুহূৰ্তৰ ফটো ভাইৰেল কৰি গ্ৰেপ্তাৰ দৰ্জী

হাজোত কিশোৰীৰ সৈতে থকা গোপন মুহূৰ্তৰ ফটো ভাইৰেল কৰি গ্ৰেপ্তাৰ দৰ্জী

Gangetic dolphin

বৰপেটাত মৃত অৱস্থাত গাঙ্গেতিক ডলফিন উদ্ধাৰ: জালত লাগি মৃত্যু হোৱাৰ সন্দেহ

বঙাইগাঁৱত নাও চলাচলত নিষেধাজ্ঞা জিলা দণ্ডাধীশৰ

বঙাইগাঁৱত নাও চলাচলত নিষেধাজ্ঞা জিলা দণ্ডাধীশৰ

Mentally Ill Man Thrashed

‘নাম কি? মহম্মদ নেকি?’: মানসিক ৰোগত আক্ৰান্ত ব্যক্তিৰ ধৰ্মীয় পৰিচয় বিচাৰি শাৰীৰিক আক্ৰমণ; মৃতদেহ উদ্ধাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd