• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 12, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অতি শীঘ্ৰে ত্ৰিপুৰাৰ ১,৪১,৬২৫ লোকলৈ বিদ্যুৎ সংযোগৰ ব্যৱস্থা

এন ই নাও নিউজ by এন ই নাও নিউজ
May 18, 2018 12:12 pm
jishnu
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰধানমন্ত্ৰীৰ সৌভাগ্য আঁচনিৰ জৰিয়তে ত্ৰিপুৰাৰ প্ৰায় ১,৪১,৬২৫ লোকক বিদ্যুৎ সংযোগৰ ব্যৱস্থা কৰি দিব কেন্দ্ৰীয় চৰকাৰে।— এই তথ্য প্ৰকাশ কৰিছে কেন্দ্ৰীয় চৰকাৰৰ শক্তি বিভাগৰ ৰাজ্যিক মন্ত্ৰী আৰ কে সিঙে।

অলপতে ত্ৰিপুৰাৰ উপ- মুখ্য মন্ত্ৰী তথা শক্তি মন্ত্ৰী জিষ্ণু দেৱবাৰ্মাই কেন্দ্ৰীয় মন্ত্ৰী গৰাকীক সাক্ষাতৰ সময়ত তেওঁ এই প্ৰতিশ্ৰুতি দিয়ে বুলি জানিব পৰা গৈছে। আনহাতে এই আঁচনি কাৰ্যকৰী কৰাৰ বাবে অতি শীঘ্ৰে পুঁজি মোকলাই দিয়া হ’ব বুলিও প্ৰকাশ কৰে কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে।

Apply Now

কেন্দ্ৰীয় মন্ত্ৰী আৰ কে সিঙে লগতে এই সন্দৰ্ভত বিভাগটোৰ বিষয়াসকলক নিৰ্দেশ দিয়া হৈছে বুলিও প্ৰকাশ কৰে।

আনহাতে এই বৈঠকতে ত্ৰিপুৰাৰ উপ- মুখ্য মন্ত্ৰী গৰাকীয়ে ৰাজ্যবাসীক সকাহ দিয়াৰ উদ্দেশ্যেই অসমৰ বঙাইগাঁও তাপ বিদ্যুৎ প্ৰকল্পৰ পৰা ক্ৰয় কৰা বিদ্যুতৰ মাচুল হ্ৰাস কৰাৰ দাবী উত্থাপন কৰে। লক্ষণীয়ভাৱে কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে এইক্ষেত্ৰত উপযুক্ত ব্যৱস্থা গ্ৰহণৰ অশ্বাস দিয়ে জিষ্ণু দেৱবাৰ্মাক।

আনহাতে একেখন বৈঠকতে দেৱবাৰ্মাই আমবাছাৰ পৰা গণচেৰাৰলৈ থকা ১৩২ কেভি পাৱাৰ লাইনৰ সমস্যাৰ কথাও উত্থাপন কৰে। অৱশ্যে কেন্দ্ৰীয় মন্ত্ৰী সিঙে অগ্ৰাধিকাৰ ভিত্তিত সমস্যা সমূহ সমাধান কৰা হ’ব বুলি আশ্বাস প্ৰদান কৰে বুলি জানিব পৰা গৈছে।

 

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কাজিৰঙাত পঞ্চতাৰকাযুক্ত হোটেল নিৰ্মাণৰ বিৰোধিতা কৰা সক্ৰিয় সমাজকৰ্মী প্ৰণৱ দলেক গ্ৰেপ্তাৰ

কাজিৰঙাত পঞ্চতাৰকাযুক্ত হোটেল নিৰ্মাণৰ বিৰোধিতা কৰা সক্ৰিয় সমাজকৰ্মী প্ৰণৱ দলেক গ্ৰেপ্তাৰ

July 12, 2026 11:52 am
বিৰোধীৰ হাতত ভোট চুৰিৰ তথ্য তুলি দিয়া গৱেষণা প্ৰতিষ্ঠানৰ অনুদান বন্ধ কৰিলে মোডী চৰকাৰে

বিৰোধীৰ হাতত ভোট চুৰিৰ তথ্য তুলি দিয়া গৱেষণা প্ৰতিষ্ঠানৰ অনুদান বন্ধ কৰিলে মোডী চৰকাৰে

July 12, 2026 11:48 am
অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

July 12, 2026 10:28 am
আলভাৰেজৰ যাদুকৰী গ’ল! ১০ জনৰ ছুইজাৰলেণ্ডৰ বিৰুদ্ধে ৩-১ গ’লত জয়েৰে ছেমি ফাইনেলত মেছি বাহিনী

আলভাৰেজৰ যাদুকৰী গ’ল! ১০ জনৰ ছুইজাৰলেণ্ডৰ বিৰুদ্ধে ৩-১ গ’লত জয়েৰে ছেমি ফাইনেলত মেছি বাহিনী

July 12, 2026 10:11 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কাজিৰঙাত পঞ্চতাৰকাযুক্ত হোটেল নিৰ্মাণৰ বিৰোধিতা কৰা সক্ৰিয় সমাজকৰ্মী প্ৰণৱ দলেক গ্ৰেপ্তাৰ

কাজিৰঙাত পঞ্চতাৰকাযুক্ত হোটেল নিৰ্মাণৰ বিৰোধিতা কৰা সক্ৰিয় সমাজকৰ্মী প্ৰণৱ দলেক গ্ৰেপ্তাৰ

July 12, 2026 11:52 am
বিৰোধীৰ হাতত ভোট চুৰিৰ তথ্য তুলি দিয়া গৱেষণা প্ৰতিষ্ঠানৰ অনুদান বন্ধ কৰিলে মোডী চৰকাৰে

বিৰোধীৰ হাতত ভোট চুৰিৰ তথ্য তুলি দিয়া গৱেষণা প্ৰতিষ্ঠানৰ অনুদান বন্ধ কৰিলে মোডী চৰকাৰে

July 12, 2026 11:48 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd