• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

লখিমপুৰ খেৰীৰ পুনৰাবৃত্তি! উৰিষ্যাৰ নিলম্বিত বিধায়কৰ গাড়ীৰ খুন্দাত আহত কমেও ২৪জন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 12, 2022 5:57 pm
Car
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উত্তৰ প্ৰদেশৰ লখিমপুৰ খেৰীৰ ঘটনাৰ পুনৰাবৃত্তি ঘটিছে উৰিষ্যাৰ খুৰদা জিলাত। শাসকীয় বিজেডি দলৰ নিলম্বিত বিধায়কৰ গাড়ীৰ খুন্দাত গুৰুতৰভাৱে আহত হৈছে কমেও ২৪জন লোক। আহতসকলৰ মাজত বহুকেইগৰাকী মহিলাও আছে।

এই ঘটনাৰ পিছতে স্থানীয় লোকে ঘটনাস্থলীত তীব্ৰ প্ৰতিবাদ সাৱ্যস্ত কৰে। উন্মত্ত লোকে অভিযুক্তক প্ৰহাৰ কৰাৰ লগতে গাড়ীখনো ভাঙি চূৰমাৰ কৰে।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে শনিবাৰে পুৱা চিল্কা হ্ৰদৰ সমীপত বানপুৰ পঞ্চায়ত সমিতিৰ কাৰ্যালয়ৰ সন্মুখত বিজেপিৰ নেতা-কৰ্মীসকলে এটি শোভাযাত্ৰা উলিয়াইছিল। অধ্যক্ষ নিৰ্বাচনক কেন্দ্ৰ কৰি শোভাযাত্ৰাত কমেও ২০০মান কৰ্মীয়ে শোভাযাত্ৰাটোত অংশ লৈছিল।

Apply Now

লগতে পঢ়ক: সাৱধান! আমেৰিকান ৰাষ্ট্ৰপতি বিডেনৰ ভাষ্যত তৃতীয় বিশ্বযুদ্ধৰ সংকেত!

অভিযোগ অনুসৰি, সেই সময়তে চিল্কা বিধানসভাৰ পৰা নিৰ্বাচিত তথা যোৱ বছৰ ‘নিলম্বিত’ বিজু জনতা দলৰ (বিজেডি) বিধায়ক প্ৰশান্ত জগদেব-ৰ গাড়ী তীব্ৰ বেগে শোভাযাত্ৰাৰ মাজেৰে পাৰ হয়। গাড়ীৰ খুন্দাত এজন এজনকৈ বিজেপি কৰ্মীসকল আহত হৈ পৰে।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে বিধায়ক প্ৰশান্ত জগদেবেই গাড়ীখন চলাইছিল। তীব্ৰ গতিৰে গাড়ী চলাই আহি তেওঁৱেই বিজেপি কৰ্মীসকলক খুন্দিয়ায়। তেওঁৰ গাড়ীৰ খুন্দাত কমেও ২৪জন লোক আহত হয়।

এই ঘটনাত বিজেপি কৰ্মীসকলৰ লগতে বানপুৰ থানাৰ পঁচগৰাকী আৰক্ষী উপ পৰিদৰ্শকো গুৰুতৰভাৱে আহত হয়।

ঘটনাৰ পিছতে ঘটনাস্থলীত উপস্থিত হোৱা উন্মত্ত লোকসকলে অভিযুক্ত নেতাগৰাকীক গাড়ীৰ পৰা উলিয়াই আনি মাটিত পেলাই লৈ প্ৰহাৰ কৰে। তেওঁৰ গাড়ীখনো ভাঙি চূৰমাৰ কৰে আৰু জুই লগাই দিয়ে।

লগতে পঢ়ক: ৰাছিয়া-ইউক্ৰেইন যুদ্ধ: অসামৰিক নাগৰিকে আশ্ৰয় লোৱা মছজিদত আক্ৰমণ ৰাছিয়াৰ

এই ঘটনাৰ ফলত আহত বহুকেইগৰাকী লোকক হাস্পাতালত ভৰ্তি কৰা হৈছে। জনতাৰ প্ৰহাৰত গুৰুতৰভাৱে আহত নিলম্বিত বিধায়কগৰাকীকো ঘটনাস্থলীৰ পৰা উদ্ধাৰ কৰি পিছত ভুৱনেশ্বৰৰ এখন হাস্পাতালত ভৰ্তি কৰোৱা হৈছে।

যোৱা বছৰ বিজেপিৰ এগৰাকী দলিত নেতাক প্ৰহাৰ কৰাৰ অভিযোগত প্ৰশান্ত জগদেবক নিলম্বিত কৰা হৈছিল।  

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চিকিৎসালয়ত উত্তৰ কোৰিয়াৰ দৰে বন্দী কৰি ৰাখিছিল : আৰু বহু ভয়ংকৰ অভিযোগ সোণম ৱাংছুকৰ

চিকিৎসালয়ত উত্তৰ কোৰিয়াৰ দৰে বন্দী কৰি ৰাখিছিল : আৰু বহু ভয়ংকৰ অভিযোগ সোণম ৱাংছুকৰ

July 25, 2026 10:01 am
মহাৰাষ্ট্ৰৰ চৰকাৰী চিকিৎসালয়ত মুকলি হ’ল ৫-ষ্টাৰ ৰেটিং ব্যৱস্থা

মহাৰাষ্ট্ৰৰ চৰকাৰী চিকিৎসালয়ত মুকলি হ’ল ৫-ষ্টাৰ ৰেটিং ব্যৱস্থা

July 25, 2026 8:05 am
জাল জিৰা পানী খোৱাৰ উপকাৰিতা

জাল জিৰা পানী খোৱাৰ উপকাৰিতা

July 25, 2026 6:39 am
সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

July 24, 2026 9:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চিকিৎসালয়ত উত্তৰ কোৰিয়াৰ দৰে বন্দী কৰি ৰাখিছিল : আৰু বহু ভয়ংকৰ অভিযোগ সোণম ৱাংছুকৰ

চিকিৎসালয়ত উত্তৰ কোৰিয়াৰ দৰে বন্দী কৰি ৰাখিছিল : আৰু বহু ভয়ংকৰ অভিযোগ সোণম ৱাংছুকৰ

July 25, 2026 10:01 am
মহাৰাষ্ট্ৰৰ চৰকাৰী চিকিৎসালয়ত মুকলি হ’ল ৫-ষ্টাৰ ৰেটিং ব্যৱস্থা

মহাৰাষ্ট্ৰৰ চৰকাৰী চিকিৎসালয়ত মুকলি হ’ল ৫-ষ্টাৰ ৰেটিং ব্যৱস্থা

July 25, 2026 8:05 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd