• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

পুনৰ অসমত কৰ’নাৰ ক’ৰাল গ্ৰাস! নতুনকৈ ২৪৫ গৰাকী লোকৰ শৰীৰত ঘটিল ভাইৰাছৰ সংক্ৰমণ

এন ই নাও নিউজ by এন ই নাও নিউজ
April 9, 2021 6:39 am
Covid-test-image

প্ৰতিনিধিত্বমূলক ফটো।

1000
VIEWS
Share on FacebookShare on Twitter

অসমত পুনৰ ক’ৰনাৰ সংক্ৰমণে উদ্বেগৰ সৃষ্টি কৰিছে। কৰ’নাৰ দ্বিতীয়টো ঢৌ  আৰম্ভ হোৱা ৰাজ্যখনত বৃহস্পতিবাৰে নতুনকৈ ২৪৫ গৰাকী লোক কৰ’নাত আক্ৰান্ত হৈছে।

আনহাতে, ৰাজ্যখনত কৰ’নাত এগৰাকী লোকৰ মৃত্যু হৈছে।

বৃহস্পতিবাৰৰ দিনটোত অকল কামৰূপ মহানগৰ জিলাতে কৰ’নাত আক্ৰান্ত হৈছে ১২৮ গৰাকী লোক। সেইদৰে, কামৰূপ গ্ৰাম্য জিলাত ২৮ গৰাকী লোক আক্ৰান্ত হৈছে ।

এই দিনটোত ডিব্ৰুগড়ত ২৬ গৰাকী তিনিচুকীয়াত ১০ গৰাকী; হোজাই জিলাত ৯ গৰকী; শিৱসাগৰ, গোলাঘাট, কৰিমগঞ্জ, বঙাইগাঁৱত ৬ গৰাকীকৈ লোক কৰ’না ভাইৰাছত আক্ৰান্ত হৈছে।

সেইদৰে, কাছাৰ, শোণিতপুৰ, নগাঁও আৰু যোৰহাটত ৫ গৰাকীকৈ লোক আক্ৰান্ত হোৱাৰ লগতে বজালী জিলাত আক্ৰান্ত হৈছে ২গৰাকী লোক।

বৃহস্পতিবাৰে অসমত কৰ’নাৰ দ্বিতীয় ঢৌত মুঠ সক্ৰিয় কৰ’না ৰোগীৰ সংখ্যা ১০২৩ গৰাকীলৈ বৃদ্ধি পাইছে। এই দিনটোত ৬৮গৰাকী লোকক আৰোগ্য লাভ কৰাৰ পাছত হাস্পাতলৰ পৰা যাবলৈ দিয়া হৈছে।

বৃহস্পতিবাৰৰ দিনটোত মুঠ ২২৮৮৮গৰাকী লোকৰ টেষ্ট কৰা হৈছিল আৰু ইয়াৰ ভিতৰত ২৪৫গৰাকীৰ দেহত কোভিড পজিটিভ ধৰা পৰে।

ইপিনে, প্ৰধানমন্ত্ৰী মোডীয়ে বৃহস্পতিবাৰে সম্পূৰ্ণ লকডাউন নহয় বুলি স্পষ্ট কৰিছে।

ৰাজ্যখনৰ স্বাস্থ্য মন্ত্ৰী  হিমন্ত বিশ্ব শৰ্মাইও লকডাউন নহয় বুলি ঘোষণা কৰাৰ লগতে ৰঙালী বিহু উদযাপন কৰাৰ ক্ষেত্ৰত সামাজিক দূৰত্ব বিধি মানি চলিবলৈ আহ্বান জনাইছে।

Recent News

ফেটি লিভাৰৰ সমস্যা দূৰ কৰাত ৭ বিধ খাদ্যৰ যাদু !

ফেটি লিভাৰৰ সমস্যা দূৰ কৰাত ৭ বিধ খাদ্যৰ যাদু !

ওজন কমাবলৈ ‘২১-২১-২১’ নিয়ম! কপিল শৰ্মাৰ পৰিৱৰ্তিত চেহেৰাৰ আঁৰৰ ৰহস্য ফাদিল কৰিলে প্ৰশিক্ষকে

ওজন কমাবলৈ ‘২১-২১-২১’ নিয়ম! কপিল শৰ্মাৰ পৰিৱৰ্তিত চেহেৰাৰ আঁৰৰ ৰহস্য ফাদিল কৰিলে প্ৰশিক্ষকে

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱস উদযাপন : চৰাই বিষয়ক স্মৃতিগ্ৰন্থ ‘পক্ষী সংবাদ’ উন্মোচন

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱস উদযাপন : চৰাই বিষয়ক স্মৃতিগ্ৰন্থ ‘পক্ষী সংবাদ’ উন্মোচন

এছিয়া কাপৰ বাবে ভাৰতলৈ আহিব পাকিস্তানৰ হকী দল: ক্ৰীড়া মন্ত্ৰালয়ৰ সূত্ৰৰ দাবী

এছিয়া কাপৰ বাবে ভাৰতলৈ আহিব পাকিস্তানৰ হকী দল: ক্ৰীড়া মন্ত্ৰালয়ৰ সূত্ৰৰ দাবী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd