• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

স্বাধীনতা দিৱসৰ দিনটোত অসমৰ ২৫টা স্থানত বোমা সংৰোপণ কৰাৰ দাবী আলফা স্বাধীনৰ! দিলে তালিকাও, বোমাৰ সন্ধানত আৰক্ষী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 15, 2024 12:51 pm
350
VIEWS
Share on FacebookShare on Twitter

স্বাধীনতা দিৱসৰ দিনটোতই ৰাজ্যৰ ২৫টা স্থানত বোমা সংস্থাপনৰ দাবী আলফা(স্বাধীন)ৰ। বিবৃতিযোগে এই দাবী কৰিছে সশস্ত্ৰ বিদ্ৰোহী সংগঠন আলফাই। কাৰিকৰী বিজুতিৰ বাবে সময়মতে বোমা ফলপ্ৰসূ নোহোৱা বুলি বিবৃতিত উল্লেখ কৰিছে আলফা স্বাধীনে। বোমাসমূহ আঁতৰাই নি নিষ্ক্ৰিয় কৰিবলৈ বিবৃতিত আহ্বান জনোৱা হৈছে।

বিবৃতিত উল্লেখ কৰা অনুসৰি, আজি ১৫ আগষ্টৰ দিনটোত পুৱা ৬ বজাৰ পৰা দুপৰীয়া ১২ বজালৈ সামৰিক প্ৰতিবাদৰ কাৰ্যসূচী ৰূপায়ণৰ সময় ধাৰ্য কৰা হৈছিল। কিন্তু যান্ত্ৰিক বিজুতিৰ বাবে সেই কাৰ্যসূচী নিৰ্ধাৰিত সময়ত ফলপ্ৰসূ নোহোৱাত জনস্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি প্ৰতিবাদস্থলীসমূহ ৰাজহুৱা কৰা হৈছে।

বোমা সংস্থাপন কৰা বুলি দাবী কৰা স্থানসমূহ :
১. শিৱসাগৰৰ টিডিঅ’ অফিচত পৰি থকা পুৰণা গাড়ী এখনত।
২. শিৱসাগৰৰ বি জি ৰ’ড ONGC ৫নং গেট পাৰ হৈ পথৰ কাষত থকা পুৰণি এম্বুলেঞ্চখনত।
৩. লাকুৱা তিনিআলিত, থানাৰ সমীপত।
৪. অসম ৰাজ্যিক পৰিবহণ নিগম ডিব্ৰুগড়, পুৰণা বাছ এখনত।
৫. অসম ৰাজ্যিক পৰিবহণ নিগম লখিমপুৰ, পুৰণা বাছ এখনত।
৬. লখিমপুৰ আৰক্ষী অধীক্ষকৰ কাষৰ পেৰেড গ্ৰাউণ্ডত (A Team Field)ত থকা NHPCৰ পুৰণা গাড়ীখনত।
৭. লালুক দৈনিক বজাৰ, IBৰ সমীপত
৮. বৰঘাট আৰক্ষী চকীৰ সমীপত গছ-লতাৰে আৱৰি ৰখা পুৰণা গাড়ীখনত।
৯. নগাঁও মেডিকেল কলেজলৈ যোৱা পথত আদিত্য হাস্পতাল পোৱাৰ আগত পোৱা ইটা ভাটাৰ সমীপত মাটিত পুতি থোৱা আছে।
১০. দিছপুৰ লাষ্টগেটৰ বিপৰীতে থকা মুকলি মাটিখিনিত পুতি থোৱা অৱস্থাত।
১১. গান্ধী মণ্ডপলৈ উঠা পথটোৰ বাওঁফালে থকা ট্ৰান্সফৰ্মাৰ ব’ৰ্ডৰ বাকচটোত।
১২. নাৰেংগী আৰ্মী কেম্পলৈ যোৱা পথত CDA গেটৰ সমীপত পুতি থোৱা আছে।
১৩. ব্ৰহ্মপুত্ৰ উদ্যোগ পাৰ হৈ পোৱা ঘুমটিখনৰ তলত, পাণবজাৰ, গুৱাহাটী।
১৪. যোৰাবাট উৰণীয়া সেতুৰ সমীপত।
১৫. ভেটাপাৰা
১৬. মালিগাঁও
১৭. ৰাজগড়
১৮. নলবাৰী পুৰণা মেডিকেললৈ সোমোৱা পথটোৰ কাষত থকা পুৰণা এম্বুলেন্স এখনৰ ভিতৰত।
১৯. ৰঙিয়া-তামুলপুৰ ৰ’ডৰ SBI Welcome ব’ৰ্ডখন পাৰ হৈ পোৱা প্ৰথমখন দোকানৰ কাষৰ খালী ঠাইখিনিত, গোৰেশ্বৰ
লগতে পানীতোলাৰ লগতে তিনিচুকীয়াৰ দুটা স্থান, ডিব্ৰুগড়ৰ এটা স্থান, গোলাঘাট-সৰুপথাৰৰ দুটা স্থানৰ সঠিক স্থান নিৰূপণ কৰিব নগ’ল বুলিও বিবৃতিত উল্লেখ কৰিছে।

Recent News

চীনৰ ৬০,০০০ মেগাৱাটৰ মেডগ’ জলবিদ্যুৎ প্ৰকল্পৰ অসমৰ প্ৰতি ভাবুকি! হ্ৰাস পাব ভূ-গৰ্ভৰ জলস্তৰ, কৃষিভূমি হৈ পৰিব খৰাং

চীনৰ ৬০,০০০ মেগাৱাটৰ মেডগ’ জলবিদ্যুৎ প্ৰকল্পৰ অসমৰ প্ৰতি ভাবুকি! হ্ৰাস পাব ভূ-গৰ্ভৰ জলস্তৰ, কৃষিভূমি হৈ পৰিব খৰাং

প্ৰকৃত গো-পালকৰ অৱস্থা অতি শোচনীয়, ধনী হৈছে কেৱল বৰমূৰীয়াসকলৰ অঙহী-বঙহীহে : দুগ্ধ বিতৰণ ফেডাৰেশ্যনৰ অভিযোগ

প্ৰকৃত গো-পালকৰ অৱস্থা অতি শোচনীয়, ধনী হৈছে কেৱল বৰমূৰীয়াসকলৰ অঙহী-বঙহীহে : দুগ্ধ বিতৰণ ফেডাৰেশ্যনৰ অভিযোগ

ভুৱা নথি লৈ আইআইটি-বম্বেত গৱেষক ছাত্ৰ হিচাপে প্ৰৱেশঃ দুসপ্তাহ উপস্থিতিৰ পাছতহে দৃষ্টিগোচৰ কাণ্ড

ভুৱা নথি লৈ আইআইটি-বম্বেত গৱেষক ছাত্ৰ হিচাপে প্ৰৱেশঃ দুসপ্তাহ উপস্থিতিৰ পাছতহে দৃষ্টিগোচৰ কাণ্ড

কমাৰ নাম নাই! ১ জুলাইৰ পৰা বৃদ্ধি পালে ৰে’লৰ ভাড়া; বিজ্ঞপ্তি প্ৰকাশ কৰি জনালে ৰে’ল মন্ত্ৰালয়ে

কমাৰ নাম নাই! ১ জুলাইৰ পৰা বৃদ্ধি পালে ৰে’লৰ ভাড়া; বিজ্ঞপ্তি প্ৰকাশ কৰি জনালে ৰে’ল মন্ত্ৰালয়ে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd