• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কেন্দ্ৰ- ৰাজ্য চৰকাৰক ১৪ দিনৰ ভিতৰত ৰেৱতী ফুকনৰ স্থিতি জনোৱাৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
June 1, 2018 2:16 pm
ৰেৱতী ফুকন
98
VIEWS
Share on FacebookShare on Twitter

বিগত প্ৰায় এমাহৰো অধিক কাল সন্ধানহীন হৈ থকা পি চি জিৰ অন্যতম সদস্য ৰেৱতী ফুকনৰ স্থিতি অহা ১৪ দিনৰ ভিতৰত জনাবলৈ কেন্দ্ৰ- ৰাজ্য চৰকাৰক নিৰ্দেশ দিছে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে। সেই অনুসৰি অহা ১৪ দিনৰ ভিতৰত চৰকাৰে ন্যায়ালয়ক জনাব লাগিব ৰেৱতী ফুকনৰ স্থিতি।

ৰেৱতী ফুকনৰ পুত্ৰ কৌশিক ফুকনৰ আবেদনৰ ভিত্তিত আজি উচ্চতম ন্যায়ালয়ৰ দুজনীয়া বিচাৰপীঠ এখনে  শুনানিৰ অন্তত এই ৰায় প্ৰদান কৰে।

উল্লেখযোগ্য যে আলফা-চৰকাৰৰ মাজত আলোচনা কৰিবলৈ মধ্যস্থতাৰ বাবে এসময়ত গঠিত পি চি জিৰ অন্যতম সদস্য ৰেৱতী ফুকন যোৱা এমাহৰো অধিক দিন নিৰুদ্দেশ হৈ আছে। তেওঁ ২২ এপ্ৰিলৰ দিনা পুৱা আন দিনাৰ দৰে খোজ কাঢ়িবলৈ যোৱাৰ পৰাই সন্ধানহীন হৈ আছে। উচ্চতম ন্যায়ালয়ত দাখিল কৰা আবেদনখনত দেউতাক ৰেৱতী ফুকনৰ সন্ধান উলিওৱাত আৰক্ষী সম্পূৰ্ণ ব্যৰ্থ হোৱা বুলি অভিযোগ কৰিছিল পুত্ৰ কৌশিক ফুকনে।

প্ৰসংগক্ৰমে উল্লেখযোগ্য যে নিৰুদ্দিষ্ট ৰেৱতী ফুকনৰ সৈতে আলফা (স্বাঃ)ৰ সেনাধ্যক্ষ পৰেশ বৰুৱাৰ বিশেষ ঘনিষ্ঠতা আছিল। আনকি দুয়োগৰাকীয়ে শেহতীয়াভাৱে ৰোমানিয়াত এখন বিশেষ বৈঠকত মিলিত হৈছিল বুলি প্ৰকাশ কৰিছিল বিভিন্ন সংবাদ মাধ্যমে।

আনহাতে পৰেশ বৰুৱাই ৰেৱতী ফুকনৰ অপহৰণ হোৱা বুলি দাবী কৰিছিল আৰু ইয়াত কেন্দ্ৰীয় চোৰাংচোৱা বাহিনী (আই বি) বা ‘ৰ’ৰ হাত থাকিব পাৰে বুলি সন্দেহৰ আঙুলি টোঁৱাইছিল। আনকি এই ঘটনাত আন বহুতে আলোচনাপন্থী আলফালৰ হাত থকাৰ সন্দেহ ব্যক্ত কৰিছিল।তাৰ মাজতে উচ্চতম ন্যায়ালয়ে দিয়া ৰায়দান যথেষ্ট গুৰুত্বপূৰ্ণ।



Recent News

প্ৰতিজন কৰ্মচাৰীৰ উপাৰ্জনৰ ক্ষেত্ৰত এপল, এনভিডিয়াৰ দৰে বাণিজ্যিক দৈত্যক অতিক্ৰম Only Fans-ৰ

প্ৰতিজন কৰ্মচাৰীৰ উপাৰ্জনৰ ক্ষেত্ৰত এপল, এনভিডিয়াৰ দৰে বাণিজ্যিক দৈত্যক অতিক্ৰম Only Fans-ৰ

ইনফ’ছিছৰ নতুন নীতি: নাৰায়ণ মূৰ্তিৰ ৭০ ঘণ্টাৰ বিপৰীতে সৰ্বাধিক কৰ্মৰ সময়ৰ ক্ষেত্ৰত নতুন নীতি গ্ৰহণ

ইনফ’ছিছৰ নতুন নীতি: নাৰায়ণ মূৰ্তিৰ ৭০ ঘণ্টাৰ বিপৰীতে সৰ্বাধিক কৰ্মৰ সময়ৰ ক্ষেত্ৰত নতুন নীতি গ্ৰহণ

বুধবাৰে ভাৰত বন্ধ! কৰ্মবিৰতিত কেইবাটাও খণ্ডৰ ২৫ কোটি কৰ্মচাৰী; স্তব্ধ হৈ পৰিব পাৰে পৰিসেৱা

বুধবাৰে ভাৰত বন্ধ! কৰ্মবিৰতিত কেইবাটাও খণ্ডৰ ২৫ কোটি কৰ্মচাৰী; স্তব্ধ হৈ পৰিব পাৰে পৰিসেৱা

উটৰ এটোপাল চকুলোৱে নিষ্ক্ৰিয় কৰিব পাৰে ২৬টা বিষাক্ত সাপৰ বিষ! গৱেষণাত দিছে আশ্চৰ্যজনক তথ্য

উটৰ এটোপাল চকুলোৱে নিষ্ক্ৰিয় কৰিব পাৰে ২৬টা বিষাক্ত সাপৰ বিষ! গৱেষণাত দিছে আশ্চৰ্যজনক তথ্য

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd