• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

যোৰহাটৰ পৰা অহা ২৬জন বাংলাদেশীক ধুবুৰীত কৰা হ’ল কোৱাৰেন্টাইন

মুকেশ কুমাৰ সিং by মুকেশ কুমাৰ সিং
May 4, 2020 6:52 am
Lockdown.-1140x570

প্ৰতিনিধিত্বমূলক ফটো। ফটো সৌজন্য: www.indiatvnews.com

4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোৰহাট জিলাৰ পৰা আহি ভাৰত-বাংলা সীমান্ত অতিক্ৰম কৰিব বিচৰা ২৬জন বাংলাদেশী নাগৰিকক দেওবাৰে ধুবুৰীত ৰখাই কোৱাৰেন্টাইন কৰা হৈছে।

আৰক্ষীয়ে বাংলাদেশীকেইজনক ধুবুৰী জিলাৰ প্ৰৱেশ পথ বহলপুৰৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথ (নতুন)ৰ ওচৰত ৰখায়।

Apply Now

বিলাসীপাৰাৰ মহকুমা আৰক্ষী বিষয়া বি দাসে কয়,’’পুৱা প্ৰায় ৭বজাত বহলপুৰৰ ওচৰত নিয়মীয়া চেকিঙৰ সময়ত দুখন ভাড়া কৰা গাড়ীৰে অহা পাৰ্ছপ’ৰ্ট আৰু ভিছা থকা ২৬জন বাংলাদেশী নাগৰিকক বিষয়াসকলে ৰখায়।‘’

‘’তেওঁলোকক পাছত চাপৰত কোৱাৰেন্টাইন কৰা হয়,’’-আৰক্ষী বিষয়াগৰাকীয়ে কয়।

বাংলাদেশী নাগৰিককেইজনে যদিও দাবী কৰিছে যে তেওঁলোক প্ৰব্ৰজিত শ্ৰমিক আৰু যোৰহাটত মাছ মৰা কামত নিয়োজিত আছিল, কিন্তু তদন্তত জড়িত এগৰাকী বিষয়াই কয় যে ‘’তেওঁলোকে পৰ্যটকৰ ভিছা লৈহে ভ্ৰমণ কৰিছিল’’।

ইপিনে, তেওঁলোকে ভাড়া কৰি অনা AS01-HC-5934 আৰু AS04-BC-1383 নম্বৰৰ পঞ্জীয়ন থকা বাহন দুখন আৰক্ষীয়ে জব্দ কৰিছে।

বাহন দুখনৰ পাছ যোৰহাট জিলা প্ৰশাসনে ইচ্ছ্যু কৰিছিল।

আনহাতে, আন্ত: জিলা ভ্ৰমণৰ সন্দৰ্ভত যোৰহাট জিলা কৰ্তৃপক্ষই ধুবুৰীৰ প্ৰশাসনৰ সৈতে যোগাযোগ নকৰাৰ অভিযোগ উঠিছে।

ধুবুৰীৰ উপায়ুক্ত অনন্ত লাল গিয়ানীয়ে কয় যে বাংলাদেশী নাগৰিককেইজনৰ সঠিকভাৱে পৰীক্ষা কৰাবলৈ স্বাস্থ্য বিভাগৰ বিষয়াসকলক নিৰ্দেশ দিয়া হৈছে।

তেওঁ কয় যে আৰক্ষী বিভাগক ভ্ৰমণকাৰীকেইজনৰ পাছপ’ৰ্ট, ভিছা আৰু আন নথিসমূহ তথা তেওঁলোকৰ ভ্ৰমণৰ উদ্দেশ্য পৰীক্ষা কৰি চাবলৈ নিৰ্দেশ দিয়া হৈছে।

‘’বিষয়টো তদন্তৰ অধীনত আছে আৰু তদন্ত সম্পূৰ্ণ হোৱাৰ পাছতেই আমি নিয়ম আৰু আইন অনুসৰি উপযুক্ত কাৰ্যব্যৱস্থা গ্ৰহণ কৰিম,’’-গিয়ানীয়ে নৰ্থইষ্ট নাওৰ আগত এইদৰে কয়।

Tags: COVID-19
মুকেশ কুমাৰ সিং

মুকেশ কুমাৰ সিং

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ফ্ৰান্সত শিক্ষা ব্যৱস্থাৰ সংস্কাৰৰ দাবীত ৰাজপথত ক্ষুব্ধ ছাত্ৰসমাজ; কঠোৰ হাতেৰে দমন আৰক্ষীৰ

ফ্ৰান্সত শিক্ষা ব্যৱস্থাৰ সংস্কাৰৰ দাবীত ৰাজপথত ক্ষুব্ধ ছাত্ৰসমাজ; কঠোৰ হাতেৰে দমন আৰক্ষীৰ

October 3, 2026 1:43 pm
অন্ধ্ৰ প্ৰদেশৰ ঔষধ কাৰখানাত ভয়াৱহ বিস্ফোৰণ; কমেও ৫ শ্ৰমিকৰ মৃত্যু, গুৰুতৰভাৱে আহত ১০ জন

অন্ধ্ৰ প্ৰদেশৰ ঔষধ কাৰখানাত ভয়াৱহ বিস্ফোৰণ; কমেও ৫ শ্ৰমিকৰ মৃত্যু, গুৰুতৰভাৱে আহত ১০ জন

October 3, 2026 11:54 am
এইবাৰ চিজেপিৰ ‘দিল্লী চলো’’, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ১০ অক্টোবৰত ৰাজধানীত আন্দোলনৰ আহ্বান

এইবাৰ চিজেপিৰ ‘দিল্লী চলো’’, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ১০ অক্টোবৰত ৰাজধানীত আন্দোলনৰ আহ্বান

October 3, 2026 11:20 am
বাদ পৰা ভোটাৰৰ নাম অন্তৰ্ভুক্তিত ফৰ্ম-৬ ব্যৱহাৰ শাস্তিযোগ্য অপৰাধ; আয়োগক তুলাধূনা প্ৰাক্তন চিইচিৰ

বাদ পৰা ভোটাৰৰ নাম অন্তৰ্ভুক্তিত ফৰ্ম-৬ ব্যৱহাৰ শাস্তিযোগ্য অপৰাধ; আয়োগক তুলাধূনা প্ৰাক্তন চিইচিৰ

October 3, 2026 10:10 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ফ্ৰান্সত শিক্ষা ব্যৱস্থাৰ সংস্কাৰৰ দাবীত ৰাজপথত ক্ষুব্ধ ছাত্ৰসমাজ; কঠোৰ হাতেৰে দমন আৰক্ষীৰ

ফ্ৰান্সত শিক্ষা ব্যৱস্থাৰ সংস্কাৰৰ দাবীত ৰাজপথত ক্ষুব্ধ ছাত্ৰসমাজ; কঠোৰ হাতেৰে দমন আৰক্ষীৰ

October 3, 2026 1:43 pm
অন্ধ্ৰ প্ৰদেশৰ ঔষধ কাৰখানাত ভয়াৱহ বিস্ফোৰণ; কমেও ৫ শ্ৰমিকৰ মৃত্যু, গুৰুতৰভাৱে আহত ১০ জন

অন্ধ্ৰ প্ৰদেশৰ ঔষধ কাৰখানাত ভয়াৱহ বিস্ফোৰণ; কমেও ৫ শ্ৰমিকৰ মৃত্যু, গুৰুতৰভাৱে আহত ১০ জন

October 3, 2026 11:54 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd