• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 19, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

Zee Newsৰ ২৮গৰাকী কৰ্মচাৰী কোভিড-১৯ পজিটিভ; ছীল কৰা হ’ল ষ্টুডিঅ’

NE NOW NEWS এন ই নাও নিউজ
নতুন দিল্লী , May 19, 2020 7:44 am

2 min read

COVID19-negative-1140x570

প্রতিনিধিত্বমূলক ফটো

2.8k
VIEWS
Share on FacebookShare on Twitter

ৰিপ’ৰ্টাৰকে ধৰি Zee মিডিয়াৰ মুঠ ২৮গৰাকী কৰ্মচাৰীৰ দেহত কোভিড-১৯ পজিটিভ ধৰা পৰিছে।

সংবাদ মাধ্যম গোষ্ঠাটোৱে কয় যে কৰ্মচাৰীসকলৰ কৰ’না পজিটিভ ওলোৱাৰ পাছত সোমবাৰে ইয়াৰ নতুন দিল্লীৰ কাৰ্যালয়, নিউজ ৰুম আৰু ষ্টুডিঅ’ ছীল কৰা হৈছে।

‘’বিশ্বজোৰা মহামাৰী এতিয়া জী মিডিয়াৰ বাবে এটা ব্যক্তিগত বাতৰি হৈ পৰিছে। যোৱা শুকুৰবাৰে আমাৰ এগৰাকী সহকৰ্মীৰ কোভিড-১৯ পজিটিভ ধৰা পৰিছিল।‘’

‘’এটা দায়বদ্ধ সংস্থা হিচাপে, আমি সেই ব্যক্তিগৰাকীৰ প্ৰত্যক্ষ বা পৰোক্ষভাৱে সংস্পৰ্শলৈ অহা সকলোৰে পৰীক্ষা ব্যৱস্থা কৰিছিলো,’’-এক বিবৃতিত এইদৰে কয় জী নিউজৰ মুখ্য সম্পাদক সুধীৰ চৌধুৰীয়ে।

‘’এতিয়ালৈকে আমাৰ ২৮গৰাকী সহকৰ্মীৰ পজিটিভ ধৰা পৰিছে। সৌভাগ্যক্ৰমে, তেওঁলোকৰ বেছিভাগেই উপসৰ্গহীন আৰু কোনো সমস্যাৰ সন্মুখীন হোৱা নাই। আমি ভাৱো আগতীয়া পৰীক্ষা আৰু কাৰ্যকৰী হস্তক্ষেপৰ বাবে এয়া সম্ভৱ হৈছে,’’-বিবৃতিটোত কোৱা হৈছে।

‘’আমি ইয়াৰ শৃংখলাটো ভাঙিবলৈ তথা সংক্ৰমণ ৰোধ কৰিবলৈ সকলো চৰকাৰী আৰু স্বাস্থ্য কৰ্তৃপক্ষৰ সৈতে যোগাযোগ কৰি সৰ্বোত্তম অনুশীলন অনুসৰণ কৰিছো। সকলো ধৰণৰ স্বাস্থ্য সম্পৰ্কীয় প্ৰট’কল আৰু চৰকাৰী নিৰ্দেশনা অনুসৰণ কৰা হৈছে,’’-চৌধুৰীয়ে কয়।

‘’আমাৰ কাৰ্যালয়, নিউজৰুম আৰু ষ্টুডিঅ’ ছেনিটাইজেশ্যনৰ বাবে ছীল কৰা হৈছে। জী নিউজৰ টীমক সাময়িকভাৱে আন এক বিকল্প স্থানলৈ স্থানান্তৰিত কৰা হৈছে,’’-তেওঁ কয়।

বাকী থকা কৰ্মচাৰীসকলৰ পৰীক্ষা চলি থাকিব।

বৰ্তমান জী মিডিয়াত কৰ্পোৰেশ্যন লিমিটেডত মুঠতে ২,৫০০ কৰ্মচাৰী আছে।

‘’আমি তেওঁলোক সকলোৰে সুৰক্ষাৰ বাবে দায়বদ্ধ,’’-বিবৃতিটোত কোৱা হৈছে।

Tags: COVID-19

Recent News

Brindaban-A

তেজপুৰৰ বৃন্দাবন পৰিব নেকি ছন! : সাংসদ পল্লৱৰ ঘোষণাত উৎফুল্লিত তেজপুৰ বিজেপি

742522c4-f4a8-4aa2-b61a-4a14339e879d

‘২০২১ত কংগ্ৰেছৰ চৰকাৰ আহিলে নাৰী সুৰক্ষাৰ বাবে মহিলা আৰক্ষী বিগ্ৰেড সৃষ্টি কৰিম’ : মহিলা কংগ্ৰেছ

Arunachal

উপগ্ৰহীয় চিত্ৰত ধৰা পৰিছে : অৰুণাচল প্ৰদেশত গাঁও নিৰ্মাণ কৰিছে চীনে!

index.jpgaa

মাৰ্ঘেৰিটাত ধঁপাত, গুটখা জাতীয় সামগ্ৰী বন্ধৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ ‘আহোম সভা’ৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd