• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 18, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

গুজৰাটৰ পৰা ২,৮০০ কিলোমিটাৰ খোজকাঢ়ি আহি অসমত উপস্থিত হ’ল এজন লোক

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , April 20, 2020 5:49 pm

1 min read

Jadav_Gogoi

২,৮০০ কিলোমিটাৰ খোজকাঢ়ি অসমত উপস্থিত হোৱা যাদৱ গগৈ, ফ'টো সৌজন্য- ইন্টাৰনেট

23.7k
VIEWS
Share on FacebookShare on Twitter

ক’ৰ’নাতংকৰ বাবে সমগ্ৰ দেশত অব্যাহত আছে ল’কডাউন।

এই ল’কডাউনৰ সময়তে এজন অসমীয়া লোকে সুদূৰ গুজৰাটৰ পৰা খোজেৰে ২,৮০০ কিলোমিটাৰ পথ অতিক্ৰম কৰি অসমত উপস্থিত হৈছেহি।

অবিশ্বাস্য যেন লাগিলেও এয়া সত্য।

নগাঁৱৰ যাদৱ গগৈ নামৰ লোকজনে এই অসম্ভৱক সম্ভৱ কৰি তুলিছে।

৪৫ বৰ্ষীয় যাদৱ গগৈয়ে জেপত ৪,০০০ টকা লৈ ২৫ দিন খোজকাঢ়ি আহি নগাঁও জিলাৰ ৰহাত উপস্থিত হয়হি।

কেন্দ্ৰীয় শাসিত অঞ্চল দমনৰ বাপী চহৰত প্ৰব্ৰজিত শ্ৰমিকৰূপে কৰ্মৰত লোকজনে যোৱা ২৭ মাৰ্চত এই গৃহাভিমূখী যাত্ৰা আৰম্ভ কৰিছিল।

যাত্ৰাকালত লোকজনে বিহাৰত প্ৰৱেশ কৰাৰ পিছতে প্ৰচণ্ড ভৰিৰ বিষত আক্ৰান্ত হৈছিল।

যোৱা দেওবাৰে লোকজনক ৰহাৰ টুলগেটৰ পৰা নগাঁও জিলা অসম জাতীয়তাবাদী পৰিষদে উদ্ধাৰ কৰে।

স্থানীয় জিলা যুৱ ছাত্ৰ পৰিষদৰ নেতা দিব্যজ্যোতি হাজৰিকাৰ মতে যাদৱ গগৈক উদ্ধাৰ কৰি ৰহাৰ আৰক্ষী থানালৈ নি পিছত ভোগেশ্বী ফুকননী চিকিৎসালয়ত ভৰ্তি কৰায়।

চিকিৎসকৰ মতে লোকজন বৰ্তমান সুস্থ যদিও শাৰীৰিকভাৱে যথেষ্ট অৱসাদগ্ৰস্ত হৈ আছে।

লোকজনক কোভিড১৯ৰ স্বাস্থ্য পৰীক্ষা কৰি ১৪ দিনৰ বাবে কোৱাৰান্টেইন কৰা হৈছে বুলি জানিবলৈ দিছে চিকিৎসকে।

যাদৱ গগৈৰ ঘৰ নগাঁও জিলাৰ ৰহাৰ গধৰীয়াত বুলি জানিব পৰ গৈছে।

Tags: COVID-19

Recent News

a black t

চাপৰত উপস্থিত হৈ মন্ত্ৰী পীযুষ হাজৰিকাই বিলালে ১৫ হাজাৰকৈ টকা, কাক দিলে এই ধন?

boat capsize

নাৱৰ পৰা পৰি তিনি শিশু, এগৰাকী মহিলাসহ পাঁচগৰাকী পৰ্যটকৰ হ্ৰদত সলিল সমাধি : ১৫ জন আহত

a black t

বিটিচিৰ স্বাস্থ্য বিভাগৰ বহু কৰ্মচাৰীয়ে আজি ফোনতে শুনিবলগীয়া হ’ল ধমক, কোনে দিলে কৰ্মচাৰীক ধমক?

Manipur Two

দেশদ্ৰোহিতাৰ গোচৰত দুই মণিপুৰী সাংবাদিকক গ্ৰেপ্তাৰ : সন্ত্ৰাসবাদী সংগঠনক সমৰ্থনৰ অভিযোগ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd