• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 27, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

গুৱাহাটী ল’ন টেনিছ এছোচিয়েশ্যনৰ উদ্যোগত কুইজ প্ৰতিযোগিতাৰ আয়োজন

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , September 20, 2018 4:19 pm

1 min read

sports-quiz-for-cs-750x375
260
VIEWS
Share on FacebookShare on Twitter

দ্বিতীয় পুলিন দাস স্মাৰক মুকলি প্ৰাইজমানি ক্ৰীড়া কুইজ প্ৰতিযোগিতা-২০১৮ অক্টোবৰৰ ২ তাৰিখে গুৱাহাটীৰ উজান বজাৰস্থিত ‘কুমাৰ ভাস্কৰ নাট্য মন্দিৰ’ত অনুষ্ঠিত হ’ব।  এই কুইজ প্ৰতিযোগিতাখনৰ আয়োজন কৰিছে গুৱাহাটী ল’ন টেনিছ এছোচিয়েশ্যনে। দুপৰীয়া ২-০০ বজাত এই প্ৰতিযোগিতাখন আৰম্ভ হ’ব বুলি উদ্যোক্তাসকলে জনাইছে।

মূল প্ৰতিযোগিতাখনৰ পূৰ্বে একেই স্থানতেই দিনৰ ১১-০০ বজাত এটা প্ৰাথমিক আৰু নিৰ্বাচন ৰাউণ্ড অনুষ্ঠিত কৰা হ’ব।

বৃহস্পতিবাৰে এছোচিয়েশ্যনৰ তৰফৰ পৰা প্ৰকাশ কৰা এটা সংবাদ বিবৃতিত এই কথা প্ৰকাশিত হৈছে।

শীৰ্ষ প্ৰথম, দ্বিতীয় আৰু তৃতীয় দলক যথাক্ৰমে ১০,০০০, ৭,০০০ টকা আৰু ৫,০০০ টকা প্ৰাইজমানি প্ৰদান কৰা হ’ব। আনহাতে ৪ৰ্থ, ৫ম আৰু ৬ষ্ঠ দলক ১,০০০ টকাকৈ প্ৰাইজমানি প্ৰদান কৰা হ’ব।

এই কুইজ প্ৰতিযোগিতাখন পৰিচালনা কৰিব প্ৰখ্যাত কুইজ মাষ্টাৰদ্বয় দীপাংকৰ কৌশিক আৰু দিলীপ শৰ্মাই।

গুৱাহাটী ল’ন টেনিছ এছোচিয়েশ্যনৰ সাধাৰণ সম্পাদক নবজ্যোতি কলিতাই জনাইছে যে দুজনেৰে গঠিত যিকোনো দলেই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব পাৰিব।

আগ্ৰহী প্ৰতিযোগী দলসমূহে গুৱাহাটী ল’ন টেনিছ এছোচিয়েশ্যনৰ সাধাৰণ সম্পাদকৰ সৈতে 9435559885 / 9101264498 নম্বৰত অথবা ইমেইল যোগে [email protected] যোগাযোগ কৰিব পাৰে।

Recent News

94355452_10157511895548983_6137327993321684992_o-750x375

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শিৱসাগৰত বিতৰণ কৰিব স্বামী বিবেকানন্দ যুৱ সৱলীকৰণ যোজনা অনুমোদন পত্ৰ

ULFA flag

গণৰাজ্য দিৱসত গোলাঘাটতত আলফা স্বাধীনৰ পতাকা

উঠাই লোৱা হ’ল ২৭ জানুৱাৰিৰ ২৪ ঘণ্টীয়া চকা বন্ধ কাৰ্য্যসূচী

উঠাই লোৱা হ’ল ২৭ জানুৱাৰিৰ ২৪ ঘণ্টীয়া চকা বন্ধ কাৰ্য্যসূচী

ভাৰতীয় দলৰ প্ৰাক্তন গ’লকীপাৰ প্ৰশান্ত ডোৰাৰ মৃত্যু; মোহন বাগানৰ শোকপ্ৰকাশ

ভাৰতীয় দলৰ প্ৰাক্তন গ’লকীপাৰ প্ৰশান্ত ডোৰাৰ মৃত্যু; মোহন বাগানৰ শোকপ্ৰকাশ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd