• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, March 6, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মিজোৰামত অসম ৰাইফলছৰ অভিযানত বৃহৎ পৰিমাণৰ অস্ত্ৰ উদ্ধাৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , January 22, 2021 4:23 pm

1 min read

মিজোৰামত অসম ৰাইফলছৰ অভিযানত বৃহৎ পৰিমাণৰ অস্ত্ৰ উদ্ধাৰ
158
VIEWS
Share on FacebookShare on Twitter

মিজোৰামৰ চাম্ফাই জিলাত শুকুৰবাৰে অসম ৰাইফলছে চলোৱা এক অভিযানত তিনিটা এ কে-৫৬ ৰাইফল, তিনিটা খালী মেগজিন আৰু ২.৩ লাখ ম্যানমাৰৰ টকা জব্দ কৰা হয়।

চাম্ফাই জিলাৰ জুট অঞ্চলৰ ঘন জংঘলৰ মাজত এই অস্ত্ৰ-শস্ত্ৰ সমূহ উদ্ধাৰ কৰা হয় বুলি অসম ৰাইফলছে জানিবলৈ দিয়ে।

বিশেষ সূত্ৰৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত অসম ৰাইফলছ আৰু মিজোৰামৰ আবকাৰী বিভাগে যুটীয়াভাৱে অভিযান চলাই বৃহৎ পৰিমানৰ অস্ত্ৰ-শস্ত্ৰখিনি উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

ম্যানমাৰ আৰু ভাৰতৰ অস্ত্ৰ সৰবৰাহকাৰীৰ মাজত চুক্তি সম্পন্ন হোৱাৰ পূৰ্বেই অসম ৰাইফলছৰ অভিযানকাৰী দলটোৱে অস্ত্ৰখিনি জব্দ কৰিবলৈ সক্ষম হয়।

এই ঘটনাৰ লগত বৰ্তমানলৈ এগৰাকী লোকক অভিযানকাৰী দলটোৱে আটক কৰিবলৈ সক্ষম হৈছে।

আনহাতে, ম্যানমাৰৰ দিশত অৱস্থিত গ্ৰহণ কৰি থকা অস্ত্ৰ সৰবৰাহকাৰী সকলে সীমান্তত ভাৰতীয় সেনা বাহিনীৰ উপস্থিতিৰ বিষয়ে জানিব পাৰি উক্ত স্থানৰ পৰা পলায়ন কৰে।

Recent News

Former-Asom-Sahitya-Sab

ছিপাঝাৰত বিনন্দৰ পাখি কাটি অগপৰ পৰা পৰমানন্দক আনি টিকট দিলে বিজেপিয়ে

bhaba

দুধনৈত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ বিৰুদ্ধেই হুংকাৰ দিলে বিজেপি কৰ্মীয়ে

কমিউনিষ্টসকলক য’তে দেখে, থিতাতে হত্যা কৰক : ফিলিপাইনছৰ ৰাষ্ট্ৰপতি ৰ’ড্ৰিগ’ ডুটাৰ্টে

কমিউনিষ্টসকলক য’তে দেখে, থিতাতে হত্যা কৰক : ফিলিপাইনছৰ ৰাষ্ট্ৰপতি ৰ’ড্ৰিগ’ ডুটাৰ্টে

IMG_20210306_150302

বিজেপি ত্যাগ কৰি কংগ্ৰেছত যোগ দিয়েই মহা বিস্ফোৰণ বিতোপন শইকীয়াৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd