• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

সুৰক্ষা কৰ্মীয়েই আটক কৰিলে সুৰক্ষা কৰ্মীক! অবৈধ ড্ৰাগছ সৰবৰাহকাৰী ৩ অসম ৰাইফলছৰ তিনি জোৱানক গ্ৰেপ্তাৰ

নৰ্থ ইষ্ট নাও by নৰ্থ ইষ্ট নাও
October 22, 2021 2:28 pm
3 Assam Rifles jawan & one civilian held with drugs in Dibrugarh
194
VIEWS
Share on FacebookShare on Twitter

জনসাধাৰণৰ সুৰক্ষা আৰু আইন-শৃংখলাৰ ৰক্ষাকাৰী খাকী পোছাক পৰিহিত জোৱানেই অবৈধ কৰ্মৰ বাবে গ্ৰেপ্তাৰ হৈছে খাকী পোছাকধাৰীৰ হাতত।

অবৈধ ড্ৰাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে অসমত তীব্ৰতৰ অভিযান চলি থকাৰ সময়তে ডিব্ৰুগড়ত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৩ অসম ৰাইফলছৰ জোৱানক।

অতিৰিক্ত আৰক্ষী অধীক্ষক বিতুল চেতিয়াৰ নেতৃত্বত ডিব্ৰুগড় আৰক্ষীয়ে শুকুৰবাৰে অভিযান চলাই ডিব্ৰুগড়ত অসম ৰাইফলৰ তিনিজন জোৱান আৰু এজন অসামৰিক লোকক ২৬৯ গ্ৰাম হিৰ’ইনসহ গ্ৰেপ্তাৰ কৰিছে।

আৰক্ষীয়ে সৰবৰাহকাৰী সকলে ব্যৱহাৰ কৰা দুখন বাহনও জব্দ কৰিছে। আৰক্ষীয়ে ডিব্ৰুগড়ৰ পৰা এএছ07এল 4096 নম্বৰৰ এখন বোলেৰ’ আৰু দেৰগাঁওৰ পৰা এনএল11 2673 নম্বৰৰ এখন টাটা জেনন বাহন জব্দ কৰে।

গ্ৰেপ্তাৰ কৰা ব্যক্তি কেইজনক ক্ৰমে ২৩অসম ৰাইফলছৰ ৰঞ্জিত কুমাৰ সিংগা, ১৬অসম ৰাইফলছৰ বিনয় কুমাৰ, ৭ অসম ৰাইফলছৰ জুনুশ খানসকলোইউনিফৰ্ম আৰু পেজলহৌলি ৰুপ্ৰিঅ’ বুলি চিনাক্ত কৰা হৈছে।

অভিযুক্তকেইজনৰ বিৰুদ্ধে ডিব্ৰুগড় আৰক্ষী থানাত ২০৩৬/২১ ইউ/২২(গ)/২৭এ/২৯ এনডিপিএছ আইনৰ অধীনত গোচৰ ৰুজু কৰা হৈছে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

ডিব্ৰুগড়ৰ আৰক্ষী অধীক্ষক শ্বেতংক মিশ্ৰাই কয় যে দলটোক ডিমাপুৰৰ পৰা তিনিচুকীয়ালৈ যাত্ৰা কৰি থকা অৱস্থাত ডিব্ৰুগড়ৰ ওচৰৰ জোকাইত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। প্ৰায় ১ কোটি টকাৰ নিষিদ্ধ ড্ৰাগছখিনি তিনিচুকীয়াৰ এজন ব্যৱসায়ীক বিক্ৰী কৰিবলৈ আহিছিল বুলি ধৃত জোৱান কেইজনে স্বীকাৰ কৰিছে।

আৰক্ষী বিষয়াজনে সদৰী কৰা মতে জোৱান কেইজনে নাগালেণ্ডৰ পৰা এই সামগ্ৰীখিনি সংগ্ৰহ কৰিছিল। এই ৰেকেটটোৰ সৈতে এটা বৃহৎ গোট জড়িত আছে বুলি সন্দেহ কৰি বিষয়াজনে উচিত তদন্ত চলোৱা হ’ব বুলি জানিবলৈ দিয়ে।

Recent News

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd