• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ওদালগুৰিৰ মাজবাটৰ পৰা গ্ৰেপ্তাৰ এন ডি এফ বি (সং)ৰ তিনিজন লিংকমেন

চাজিদ খান by চাজিদ খান
October 9, 2018 8:10 am
IMG-20181008-WA0035

ফটো : নৰ্থ-ইষ্ট নাও

202
VIEWS
Share on FacebookShare on Twitter

এক গোপন সূত্ৰৰ পৰা পোৱা তথ্য অনুসৰি সোমবাৰে সন্ধিয়া ওদালগুৰি জিলাৰ মাজবাট আৰক্ষী থানাৰ অন্তৰ্গত মেৰাবিল অঞ্চলৰ পৰা আৰক্ষীৰ এটা দলে গ্ৰেনেডসহ এন ডি এফ বি(সং)ৰ তিনিজন লিংকমেনক আটক কৰে।

মাজবাট আৰক্ষী আৰু মাজবাটস্থিত সেনাৰ ১৪ নং গাৰোৱাল ৰেজিমেণ্টে মেৰাবিল গাঁৱৰ নন্দেশ্বৰ ৰাভা নামৰ এজন লোকৰ ঘৰত অভিযান চলাই গেৰেমছা বসুমতাৰী (৪০) নামৰ এটা লিংকমেনক আটক কৰাৰ লগতে বাৰীৰ পিছফালে পুতি থোৱা অৱস্থাৰ পৰা দুটা গ্ৰেণেড উদ্ধাৰ কৰে। এটা গ্ৰেণেড ভাৰতত আৰু এটা চীনত নিৰ্মিত।

ইফালে আৰক্ষীয়ে গেৰেমছা বসুমতাৰীৰ ভাষ্য অনুসৰি ডেকাৰগাঁও-ৰঙিয়া অভিমুখী ট্ৰেইনৰ পৰা মাজবাট ষ্টেশ্যনত আন দুজন লিংকমেনক আটক কৰে। লিংকমেন দুজন ক্ৰমে দেউলাং বসুমতাৰী(২৮) আৰু বৰমদাউ নাৰ্জাৰী (২০) বুলি জানিব পৰা যায়।

IMG-20181008-WA0036
ফটো : নৰ্থ-ইষ্ট নাও

শোণিতপুৰ জিলাৰ চাৰিদুৱাৰৰ ১ নং মাইদাংশ্ৰী গাঁৱৰ যুৱক দেউলাং বসুমতাৰীৰ পৰা আৰক্ষীৰ অভিযানকাৰী দলটোৱে নগদ ৫৯,৭৭৫ টকা, এখন এ টি এম কাৰ্ড, ভোটাৰ কাৰ্ড আৰু দুটা মোবাইল ফোন উদ্ধাৰ কৰে।

উল্লেখ্য যে আৰক্ষীয়ে তিনিওজন লিংকমেনৰ বিৰুদ্ধে মাজবাট আৰক্ষী থানাত নিজাববীয়াকৈ এটা গোচৰ ৰুজু কৰিছে আৰু তিনিওজনকে জেৰা অব্যাহত ৰাখিছে।

Recent News

১৮ দিনীয়া মহাকাশ অভিযানৰ অন্ত! নৰলোকলৈ উভটি আহিল শুভাংশু শুক্লা

১৮ দিনীয়া মহাকাশ অভিযানৰ অন্ত! নৰলোকলৈ উভটি আহিল শুভাংশু শুক্লা

শোকাবহ! আত্মহ*ত্যাৰ চেষ্টা; অৱশেষত মৃত্যুক আঁকোৱলি ল’লে ADC ত্ৰিদীপ কোঁৱৰে

শোকাবহ! আত্মহ*ত্যাৰ চেষ্টা; অৱশেষত মৃত্যুক আঁকোৱলি ল’লে ADC ত্ৰিদীপ কোঁৱৰে

খৰাংত সৰ্বস্বান্ত কৃষক! অসমৰ জলসিঞ্চনক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম জাতীয় পৰিষদৰ

খৰাংত সৰ্বস্বান্ত কৃষক! অসমৰ জলসিঞ্চনক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম জাতীয় পৰিষদৰ

গোৱালপাৰাৰ সুৰক্ষাসিনী গাঁৱত ভূমি জৰীপৰ মাজতে গাওঁবাসীৰ মনত উচ্ছেদৰ ভয়ে সৃষ্টি কৰিছে আতংকৰ

গোৱালপাৰাৰ সুৰক্ষাসিনী গাঁৱত ভূমি জৰীপৰ মাজতে গাওঁবাসীৰ মনত উচ্ছেদৰ ভয়ে সৃষ্টি কৰিছে আতংকৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd