• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 2, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

জাতীয় পতাকাক লৈ মেহবুবা মুফটিৰ বিতৰ্কিত মন্তব্যৰ পাছত পিডিপি এৰিলে তিনিগৰাকী নেতাই

এন ই নাও নিউজ by এন ই নাও নিউজ
October 27, 2020 7:50 am
mehbooba-mufti-1601361538

পিডিপিৰ মুৰব্বী তথা জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্য মন্ত্ৰী মেহবুবা মুফটি।

1.8k
VIEWS
Share on FacebookShare on Twitter

সুদীৰ্ঘ ১৪মাহ ধৰি গৃহবন্দী হৈ থকাৰ পাছত যোৱা ১৩ অক্টোবৰত মুকলি হয় জম্মু-কাশ্মীৰৰ পিডিপি পার্টিৰ মুৰব্বী তথা প্ৰাক্তন মুখ্য মন্ত্ৰী মেহবুবা মুফটি।

গৃহবন্দিত্বৰ পৰা মুকলি হৈয়েই মেহবুবাই কাশ্মীৰৰ ৩৭০ধাৰা উভতাই দিয়াৰ দাবী তোলাৰ পাছত যোৱা শুকুৰবাৰে তেওঁ কাশ্মীৰৰ পতাকা ঘুৰাই দিয়াৰো দাবী জনায়।

তেওঁ আনকি কয় যে সেয়া নহ’লে তেওঁ জাতীয় পতাকাকো সন্মান নজনায়।

মেহবুবা মুফটিৰ এই মন্তব্যৰ পাছতে তেওঁৰ বিৰুদ্ধে ক্ষোভ উজাৰি পিডিপিৰ তিনিগৰাকী নেতাই দলৰ পৰা পদত্যাগ কৰিছে। পদত্যাগ কৰা নেতা তিনিগৰাকী হৈছে টি এছ বাজৱয়া, বেদ মহাজন আৰু হুছেইন এ ওয়াফা।

পিডিপিৰ মুৰব্বী মেহবুবা মুফটিলৈ লিখা এখন পত্ৰত তেওঁলোকে লিখিছে যে পিডিপিৰ মুৰব্বীগৰাকীৰ কিছুমান কথাবাৰ্তা তথা কৰ্মকাণ্ডৰ ফলত তেওঁলোক অস্বস্তিত পৰিছে।

নেতা তিনিগৰাকীয়ে বিশেষকৈ দেশপ্ৰেমক আঘাতহনা ধৰণৰ কিছু মন্তব্যৰ বাবে অপ্ৰস্তুত হৈ পৰা বুলি ব্যক্ত কৰে।

উল্লেখ্য যে যোৱা শুকুৰবাৰে এখন জনসভাত ভাষণ দিয়াৰ সময়ত মেহবুবা মুফটিয়ে ৩৭০ ধাৰা প্ৰত্যাহাৰৰ বাবে কেন্দ্ৰীয় চৰকাৰক তীব্ৰ সমালোচনা কৰিছিল।

ভাষণ প্ৰসংগত তেওঁ কৈছিল,’’যেতিয়ালৈকে কাশ্মীৰৰ নিজস্ব পতাকা ঘুৰাই দিয়া নহয়, তেতিয়ালৈকে ভাৰতৰ জাতীয় পতাকাক সন্মান নজনাও। আমাৰ পতাকা ঘুৰাই দিলেই ত্ৰিৰংগা হাতত তুলি ল’ম।‘’

Recent News

আমেৰিকাৰ ছিনেটত মাত্ৰ এটা ভোটত গৃহীত ট্ৰাম্পৰ বিতৰ্কিত কৰ আৰু ব্যয় কৰ্তন বিধেয়ক

আমেৰিকাৰ ছিনেটত মাত্ৰ এটা ভোটত গৃহীত ট্ৰাম্পৰ বিতৰ্কিত কৰ আৰু ব্যয় কৰ্তন বিধেয়ক

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত পাকিস্তানৰ অধ্যক্ষতা! চিন্তাৰ বিষয় হ’ব পাৰে ভাৰতৰ বাবে

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত পাকিস্তানৰ অধ্যক্ষতা! চিন্তাৰ বিষয় হ’ব পাৰে ভাৰতৰ বাবে

ভাৰ্চুৱেল শুনানিৰ সময়ত বিয়েৰত চুমুক! অধিবক্তাৰ বিৰুদ্ধে আদালত অৱমাননাৰ গোচৰ ৰুজু

ভাৰ্চুৱেল শুনানিৰ সময়ত বিয়েৰত চুমুক! অধিবক্তাৰ বিৰুদ্ধে আদালত অৱমাননাৰ গোচৰ ৰুজু

জলবায়ু পৰিৱৰ্তনৰ বাবে স্থানান্তৰিত হ’বলৈ বাধ্য হ’ল প্ৰাচীন হিমালয়ৰ গাঁও ছামজুং

জলবায়ু পৰিৱৰ্তনৰ বাবে স্থানান্তৰিত হ’বলৈ বাধ্য হ’ল প্ৰাচীন হিমালয়ৰ গাঁও ছামজুং

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd