• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

দেৱব্ৰত শইকীয়াক ২৪ ঘন্টাৰ সময়সীমা বান্ধি দিলে উজনিৰ ৩০ দল সংগঠনে; গণ সমাৱেশৰ প্ৰস্তুতি

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
September 1, 2024 4:49 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

স্তিমিত হোৱা নাই খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষাৰ সংগ্ৰাম। উজনিত আৰম্ভ হোৱা খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষাৰ সংগ্ৰাম হ’ব অধিক তীব্ৰতৰ।সমগ্ৰ অসমলৈ বিস্তাৰিত হ’ব খিলঞ্জীয়া থলগিৰি ৰাইজৰ অস্তিত্ব ৰক্ষাৰ সংগ্ৰাম।

শিৱসাগৰত গণ সমাৱেশৰ আয়োজন। অক্টোবৰ মাহৰ শেষৰফালে অনুষ্ঠিত হ’ব এই সমাৱেশ। শিৱসাগৰত ৩০ জাতীয় দল সংগঠনৰ উমৈহতীয়া মঞ্চৰ সংবাদমেলত ঘোষণা আটাছুৰ সভাপতি বসন্ত গগৈৰ।

শিৱসাগৰত এগৰাকী নাবালিকা পাঞ্জা খেলুৱৈক অনা অসমীয়া দুৰ্বৃত্তই আক্ৰমণ কৰাৰ ঘটনাৰ পিছতেই উত্তাল হৈ পৰিছিল শিৱসাগৰৰ পৰিৱেশ, তাৰ পিছতে ধিং কাণ্ডই এই পৰিৱেশ আৰু অধিক উত্তপ্ত কৰি তুলিছিল শিৱসাগৰৰ লগতে উজনি অসমত। অখিলঞ্জীয়া লোকৰ আগ্ৰাসনত থলগিৰি ৰাইজৰ অধিকাৰ সংকুচিত হৈ পৰা তথা খিলঞ্জীয়াৰ অস্তিত্ব সংকটত পৰাৰ প্ৰসংগ উত্থাপনেৰে আৰম্ভ হৈছিল খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষাৰ সংগ্ৰাম। আৰু উজনিৰ ৰাইজৰ লগতে সমগ্ৰ অসমৰ খিলঞ্জীয়া থলগিৰি ৰাইজৰ অধিকাৰসমূহ সুৰক্ষিত কৰি ৰখাৰ স্বাৰ্থত এই আন্দোলনৰ পৰিসৰ সমগ্ৰ অসমজুৰি বিস্তাৰিত কৰাৰ বাবে গণ আন্দোলনৰ পৰিকল্পনা ৩০ জাতীয় দল সংগঠৰ।

Apply Now

থলগিৰি ৰাইজৰ অধিকাৰ সুৰক্ষিত কৰি ৰাখিবৰ বাবে ৰাজপথলৈ ওলাই আহি গণতান্ত্ৰিকভাৱে এই আন্দোলনত অংশগ্ৰহণ কৰিবৰ বাবে প্ৰতিজন নাগৰিকলৈ আহ্বান ৩০ দল সংগঠনৰ। শিৱসাগৰৰ পৰা আৰম্ভ হ’ব এই গণ সংগ্ৰাম। আৰু তাৰ বাবে অক্টোবৰ মাহত শিৱসাগৰত গণ সমাৱেশৰ আয়োজন কৰা হৈছে।

ইফালে, খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষাৰ বাবে শিৱসাগৰত ৩০ জাতীয় দল সংগঠনে কৰা আন্দোলন সন্দৰ্ভত অসম বিধানসভাত দেৱব্ৰত শইকীয়াই দিয়া মন্তব্য সম্পৰ্কত ওলোটাই প্ৰশ্ন দল সংগঠনৰ। ২৪ ঘন্টাৰ ভিতৰত দেৱব্ৰত শইকীয়াক নিজৰ স্থিতি স্পষ্ট কৰিৰ বাবে দাবী, অন্যথা অহা ৪ ছেপ্তেম্বৰত শিৱসাগৰত কংগ্ৰেছে যি সভাৰ আয়োজন কৰিছে সেই সভা অনুষ্ঠিত কৰিবলৈ দিয়া নহ’ব বুলি হুংকাৰ ৩০ জাতীয় সংগঠনৰ।

তাৰোপৰি খিলঞ্জীয়াৰ আন্দোলন সন্দৰ্ভত তৃণমূল কংগ্ৰেছৰ নেত্ৰী সুস্মিতা দেৱৰ মন্তব্যৰো তীব্ৰ প্ৰতিক্ৰিয়া দল সংগঠনৰ। উজনিৰ পৰা পহুখেদা দিয়া হ’ব সুস্মিতা দেৱক।

খিলঞ্জীয়াৰ অস্তিত্ব সংগ্ৰামৰ আন্দোলনক ৰাজনৈতিক ষড়যন্ত্ৰৰে নিঃশেষ কৰিবলৈ চেষ্টা কৰা, ধৰ্মীয় মেৰুকৰণ কৰা আদি কাৰ্যক কোনে কাৰণতেই সহ্য কৰা নহ’ব বুলি সংবাদমেলত মন্তব্য ৩০ দল সংগঠনৰ।

আনহাতে এই আন্দোলন সন্দৰ্ভত মুখ্যমন্ত্রী ৰ ভূমিকাত সন্তুষ্টি প্ৰকাশ। অখিল গগৈৰ স্থিতি সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰে বসন্ত গগৈয়ে।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

July 31, 2026 6:30 am
লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

July 31, 2026 6:30 am
লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd