• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, April 20, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কৰ’নাৰ ক’ৰাল গ্ৰাসত বন্দী জীৱন! কৰ’নাত আক্ৰান্ত হৈ মৃত্যু হ’ল এটি এমহীয়া শিশুৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , March 10, 2021 11:02 am

1 min read

luma-pimentel-463423-unsplash-750x375

প্ৰতিনিধিত্বমূলক ফটো।

256
VIEWS
Share on FacebookShare on Twitter

মাত্ৰ এমাহ বয়সৰ এটি শিশু সৰ্বকনিষ্ঠ শিশু হিচাপে কৰ’না ভাইৰাছত আক্ৰান্ত হৈ গ্ৰীচত মৃত্যুবৰণ কৰিছে। ৩৭ দিনীয়া শিশুটিয়ে ১৭দিন ধৰি কৰ’নাৰ সৈতে যুঁজ দিছিল।

গ্ৰীচৰ প্ৰধানমন্ত্ৰী কিৰিয়াকোছ মিৎসোতাকিছে টুইটাৰত কয়,’’মৰ্মান্তিক ঘটনা যে কৰ’না মহামাৰীত আমাৰ দেশৰ সৰ্বকনিষ্ঠ এজনৰ মৃত্যু হৈছে।‘’

কিছুদিন পূৰ্বে শিশুটিৰ দেহত কৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰিছিল।

গ্ৰীচৰ স্বাস্থ্য মন্ত্ৰ্যালয়ে জানিবলৈ দিয়ে,’’শিশুটিক যোৱা ফেব্ৰুৱাৰিৰ মাজভাগত জ্বৰত আক্ৰান্ত হোৱা অৱস্থাত এথেন্স চাইল্ড্ৰেন হাস্পাতলত ভৰ্তি কৰা হৈছিল। তাৰ পাছদিনাই শিশুটিক আইচিয়ুত ভৰ্তি কৰা হয়। যোৱা দেওবাৰে শিশুটিৰ মৃত্যু ঘটে।‘’

ইপিনে, দেশখনত কৰ’না আক্ৰান্তৰ সংখ্যা দ্ৰুতভাৱে বৃদ্ধি পোৱাত হাস্পাতলসমূহত চাপৰ সৃষ্টি হৈছে। বাতৰি অনুসৰি, গ্ৰীচত কৰ’নাৰ ব্ৰিটেইনৰ ষ্ট্ৰেইনটো বিয়পি পৰিছে।

বাতৰি মতে, গ্ৰীচত বৰ্তমান ২৩হাজাৰ ৪০৬গৰাকী সক্ৰিয় কৰ’না ৰোগী আছে। দেশখনত এতিয়ালৈকে ৬হাজাৰ ৭৯৭গৰাকী লোক কৰ’নাত আক্ৰান্ত হৈ মৃত্যুমুখত পৰিছে।

Recent News

Schools_during_COVID19_16

ক’ৰ’নাৰ ভয়াৱহ সংক্ৰমণ : গুৱাহাটীত বন্ধ কৰা হ’ল বহুকেইখন বিদ্যালয়

Covid-test-image-1-1

স্তব্ধ হোৱা নাই অসমত কৰ’নাৰ সংক্ৰমণ; আজি ৰাজ্যখনত পুনৰ ১৩৬৭গৰাকী লোক আক্ৰান্ত

Forest-Department-750x375

ৰহস্য কি? নতুন চৰকাৰ গঠন নোহোৱাকৈয়েই বন বিভাগত বিষয়াক পদোন্নতিৰ জোৱাৰ! একাধিকক বদলি

a-vac-640x375

কৰ’নাৰ সংক্ৰমণ ৰোধ কৰিবলৈ এইবাৰ ১৮ বছৰৰ ওপৰৰ সকলোকে দিয়া হ’ব ভেকচিন

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd