• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, February 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

ব্ৰহ্মপুত্ৰৰ বুকুত ভয়ংকৰ নাও দুঘৰ্টনা! ধুমুহাই বুৰালে দুখন নাও; সন্ধানহীন চাৰিজন মাছমৰীয়া

Kalpa Saikia কল্পজ্যোতি শইকীয়া
গুৱাহাটী , April 15, 2020 6:23 pm

1 min read

index.jpgaa
3.1k
VIEWS
Share on FacebookShare on Twitter

ধুমুহাৰ মাজতে ব্ৰহ্মপুত্ৰৰ বুকুত সংঘটিত হৈছে ভয়ংকৰ নাও দুৰ্ঘটনা।

উত্তৰ গুৱাহাটী টিলিংগাঁওত সংঘটিত এই নাও দুৰ্ঘটনাত দুখনকৈ নাও ব্ৰহ্মপুত্ৰত বুৰ যায়।

দুয়োখন নাও মাছমৰীয়াই ব্যৱহাৰ কৰা বুলি প্ৰত্যক্ষদৰ্শিয়ে জনায়। স্থানীয় ৰাইজে জনোৱা অনুসৰি তীব্ৰ বেগত অহা ধূলি ধুমুহাৰ সময়তে নেদেখা হৈ যায় নাও দুখন।

দুখন নাৱত চাৰিজনক মাছমৰীয়া থকা বুলি স্থানীয় ৰাইজে সন্দেহ কৰে।

ঘটনাস্থলীত SDRF আৰু NDRF বাহিনী উপস্থিত হৈ অভিযান চলাই আছে যদিও বৰ্তমানলৈকে সন্ধান লাভ কৰা নাই এজনো মাছমৰীয়াকেইজন।

ইতিনধ্যে ঘটনাস্থলীত গৈ প্ৰশাসন লোক উপস্থিত হৈছে।

স্থানীয় ৰাইজে মাছমৰীয়া কেইজনক বৰ্তমানলৈকে পৰিচয় জনাব পৰা নাই যদিও আটাইকেইজন মাছমৰীয়া আমিনগাঁৱৰ বুলি সন্দেহ প্ৰকাশ কৰিছে ৰাইজে।

এন্ধাৰ হৈ অহাৰ বাবে উদ্ধাৰ অভিযান ব্যাহত হোৱাৰ আশংকা কৰা হৈছে।

এই ঘটনাক কেন্দ্ৰ কৰি টিলিংগাঁওত চাঞ্চল্যই বিৰাজ কৰিছে।

Recent News

pashim Guwahati Samasti

কি হ’ব পশ্চিম গুৱাহাটীত? মিত্ৰজোঁটত ফাঁট, বিজেপিৰ দাবী তেওঁলোকৰহে ভেটি শক্তিশালী

a ghana

বিশ্ব স্বাস্থ্য সংস্থাৰ COVAX আঁচনি: ঘানালৈ ভাৰতে প্ৰেৰণ কৰিলে ৬ লাখ কোভিড ভেকচিন

AJP

বিজেপি এতিয়া দুৰ্নীতি আৰু ছিণ্ডিকেটৰ পক্ষত সহনশীল দল: এজেপি

প্ৰধানমন্ত্ৰীক দীঘল দাড়ি কাটিবলৈ আহ্বান কংগ্ৰেছী আৰ. পি.শৰ্মাৰ; তেতিয়াহে হ’ব মূল্যবৃদ্ধি ৰোধ

প্ৰধানমন্ত্ৰীক দীঘল দাড়ি কাটিবলৈ আহ্বান কংগ্ৰেছী আৰ. পি.শৰ্মাৰ; তেতিয়াহে হ’ব মূল্যবৃদ্ধি ৰোধ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd