• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 26, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

২৪ ঘণ্টাৰ ভিতৰত চাৰিজন দুৰ্ধৰ্ষ ডকাইতক গ্ৰেপ্তাৰ ধুবুৰী আৰক্ষীৰ

Mukesh Kumar Singh মুকেশ কুমাৰ সিং
ধুবুৰী , December 4, 2020 12:23 pm

1 min read

২৪ ঘণ্টাৰ ভিতৰত চাৰিজন দুৰ্ধৰ্ষ ডকাইতক গ্ৰেপ্তাৰ ধুবুৰী আৰক্ষীৰ

ফটো : নৰ্থ-ইষ্ট নাও

398
VIEWS
Share on FacebookShare on Twitter

বিগত কেইবামাহ ধৰি সাধাৰণ জনতাৰ মাজত সন্ত্ৰাসৰ সৃষ্টি কৰা চাৰিজন দুৰ্ধৰ্ষ ডকাইতক অৱশেষত ধুবুৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

জিলাখনত সংঘটিত কেইবাটাও ডকাইতি কাণ্ডত এই ডকাইত কেইজন জৰিত আছিল বুলি আৰক্ষীয়ে জনায়।

গ্ৰেপ্তাৰ হোৱা ডকাইত কেইজন ক্ৰমে মায়াৰ চৰৰ আছাদ মণ্ডল, বয়জাৰ আলগাৰ পাৰ্ট তিনিৰ চৰবেছ আলী আৰু তমাকুবাৰী পাৰ্ট একৰ ৰফিজুল হক বুলি চিনাক্ত কৰা হৈছে।

আনহাতে এতিয়াও এজনৰ পৰিচয় সম্পূৰ্ণৰূপে জানিব পৰা হোৱা নাই।

ধুবুৰী আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰাই এতিয়ালৈকে নাককাটা সহিতে চাৰিজন দুৰ্ধৰ্ষ ডকাইতক আৰক্ষীৰ এটা বিশেষ দলে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা বুলি জানিবলৈ দিয়ে।

উল্লেখ্য যে, কিছু মাহ পূৰ্বে নাককাটাৰ সহযোগী শ্বাহ আলম আৰক্ষীৰ সৈতে সংঘৰ্ষত নিহত হৈছিল বুলিও আৰক্ষী অধীক্ষক গৰাকীয়ে উল্লেখ কৰে।

আনহাতে ধুবুৰী আৰক্ষীৰ আন এটা সফল অভিযানত চাপৰ অঞ্চলৰ পৰা তিনিজন ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

ইয়াৰ উপৰি তামৰহাট আৰক্ষী থানাৰ অন্তৰ্গত অঞ্চলৰ পৰা ২৫টা চোৰাং গৰু আৰু চালকিচা আৰক্ষী চকীৰ অন্তৰ্গত চুৱাপাৰা পাৰ্ট তিনিৰ গাঁৱৰ পৰা বৃহৎ পৰিমাণৰ ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ চাউলো জব্দ কৰে।

Recent News

ঐতিহাসিক লাল কিল্লাত প্ৰৱেশ প্ৰতিবাদী কৃষকৰ; উৰুৱালে নিজৰ পতাকা

ঐতিহাসিক লাল কিল্লাত প্ৰৱেশ প্ৰতিবাদী কৃষকৰ; উৰুৱালে নিজৰ পতাকা

কোকিলা গাঁও পঞ্চায়তৰ সভাপতিৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ

কোকিলা গাঁও পঞ্চায়তৰ সভাপতিৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ

Bokakhat republic day

ৰাষ্ট্ৰৰ লগতে বোকাখাততো ৭২ সংখ্যক গণৰাজ্য দিৱস উদযাপন; বিভিন্ন জনক সম্বৰ্ধনা

বেৰিকেড ভাঙি দিল্লীত প্ৰৱেশ কৃষকৰ, প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীৰ কন্দুৱা গেছ, লাঠীচালনা

বেৰিকেড ভাঙি দিল্লীত প্ৰৱেশ কৃষকৰ, প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীৰ কন্দুৱা গেছ, লাঠীচালনা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd