DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 23, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অৰুণাচল

মেঘালয় আৰু অৰুণাচলৰ অৰণ্যত ভেকুলীৰ ৪টা নতুন প্ৰজাতি আৱিষ্কাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
November 21, 2018 5:40 pm
frog-750x375
553
VIEWS
Share on FacebookShare on Twitter

দিল্লী বিশ্ববিদ্যালয়, য়ুনিভাৰছিটী কলেজ ডাবলিন (আয়াৰলেণ্ড) আৰু নেশ্যনেল মিউজিয়ামৰ (ইংলেণ্ড) উভচৰ জীৱ বিজ্ঞানীৰ (Amphibian Biologists) এটা দলে উত্তৰ পূৰ্বাঞ্চলৰ হিমালয়ান অঞ্চলত ৪টা নতুন প্ৰজাতিৰ ভেকুলী আৱিষ্কাৰ কৰিছে। বিগত ১৪ বছৰজোৰা গৱেষণাৰ পাছত বিজ্ঞানীৰ দলটোৱে এই নতুন প্ৰজাতিকেইটা আৱিষ্কাৰ কৰিবলৈ সক্ষম হৈছে।

এই আৱিষ্কাৰৰ উল্লেখযোগ্য কৃতিত্ব লাভ কৰিছে, উভচৰ জীৱবিজ্ঞানী, বন্যপ্ৰাণী সংৰক্ষণ কৰ্মী, ভাৰতৰ ভেকুলী মানৱ হিচাপে প্ৰখ্যাৎ দিল্লী বিশ্ববিদ্যালয়ৰ পৰিৱেশ অধ্যয়ন বিভাগৰ অধ্যাপক সত্যভমা দাস বিজুৰ অধীনত গৱেষণা কৰি থকা গৱেষক ছাত্ৰ ষ্টিফেন মেহগনিয়ে।

ষ্টিফেনে য়ুনিভাৰছিটী কলেজ ডাবলিনৰ অধ্যাপিকা এম্মা টেলিঙৰ ওচৰতো গেৱষণা কৰি আছে। ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলীয় ৰাজ্য অৰুণাচল প্ৰদেশ আৰু মেঘালয়ত নতুনকৈ আৱিষ্কৃত ভাৰতীয় শিঙাল ভেকুলী (Megophrys himalayana) জেনাছৰ (genus) অন্তৰ্গত ভেকুলীৰ সদ্যো আৱিষ্কৃত প্ৰজাতিকেইটা হৈছে হিমালয়ান শিঙাল ভেকুলী (Megophrys himalayana), গাৰো বগা-ওঠীয়া শিঙাল ভেকুলী  Megophrys oreocrypta); হালধীয়া ফুটফুটীয়া বগা-ওঠীয়া শিঙাল ভেকুলী (Megophrys flavipunctata) আৰু দৈত্যাকাৰ হিমালয়ান শিঙাল ভেকুলী (Megophrys periosa). এই ভেকুলীৰ চকুৰ ওপৰৰ  পতাৰ ওপৰত শিঙৰ নিচিনা থাকে বাবে এই ভেকুলীবিধক শিঙাল ভেকুলী নাম দিয়া হৈছে।

সদ্যো আৱিষ্কৃত ভেকুলীৰ প্ৰজাতিকেইটাৰ ভিতৰত আটাইতকৈ সৰু আকৃতিৰ হৈছে গাৰো বগা-ওঠীয়া শিঙাল ভেকুলী (Megophrys oreocrypta) (৫.৭ৰ পৰা ৭.৫ ছেণ্টিমিটাৰ) প্ৰজাতিটো আৰু ডাঙৰ হৈছে দৈত্যাকাৰ হিমালয়ান শিঙাল ভেকুলী (Megophrys periosa) (৭.১ৰ পৰা ১১.২ ছেণ্টিমিটাৰ)।

এই এই আৱিষ্কাৰৰ তথ্যসমৃদ্ধ গৱেষণাপত্ৰখন জীৱবিজ্ঞান বিষয়ক আন্তৰ্জাতিক আলোচনী Zootaxa ত সোমবাৰে প্ৰকাশিত হৈছে। অধ্যপক বিজুৱে কৈছে যে উত্তৰ পূৰ্বাঞ্চল উভচৰ প্ৰাণীৰ প্ৰাচুৰ্যপূৰ্ণ। এই নতুন প্ৰজাতিকেইটাৰ আৱিষ্কাৰে এই এলেকাত থকা বিশাল জৈৱবৈচিত্ৰৰ কথাকেই জনায়। তেওঁ আৰু কৈছে যে বিশ্বই স্বীকৃতি প্ৰদান কৰা জৈৱবৈচিত্ৰৰ কেন্দ্ৰস্থল (হিমালয় আৰু ম্যানমাৰ)হোৱা সত্তেও এই এলেকাটোক প্ৰায়েই অৱজ্ঞা কৰি অহা হৈছে।

Recent News

গেৰুৱা শিবিৰত জোকাৰণি: বিজেপি ত্যাগ কৰি তৃণমূল কংগ্ৰেছলৈ উভতি আহিল সাংসদ অৰ্জুন সিং

গেৰুৱা শিবিৰত জোকাৰণি: বিজেপি ত্যাগ কৰি তৃণমূল কংগ্ৰেছলৈ উভতি আহিল সাংসদ অৰ্জুন সিং

নিৰাপত্তা নোলোৱাকৈ ঘূৰিম কোৱা হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীয়ে জেহাদীৰ গোন্ধ পোৱাটো চিন্তনীয় : ভূপেন বৰা

নিৰাপত্তা নোলোৱাকৈ ঘূৰিম কোৱা হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীয়ে জেহাদীৰ গোন্ধ পোৱাটো চিন্তনীয় : ভূপেন বৰা

ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰিয়েলিটি শ্ব’ত জিলিকিছে টীয়কৰ কণমানি চাহিন

ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰিয়েলিটি শ্ব’ত জিলিকিছে টীয়কৰ কণমানি চাহিন

মাংকিপক্স কিমান ভয়াৱহ? মৃত্যু ঘটিব পাৰে নেকি এই ৰোগত?

মাংকিপক্স কিমান ভয়াৱহ? মৃত্যু ঘটিব পাৰে নেকি এই ৰোগত?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd