• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

ৰক্ষকেই ভক্ষক! দুই যুৱকৰ পৰা ৪০ লক্ষাধিক টকা লুণ্ঠন কৰি গ্ৰেপ্তাৰ হ’ল দুই আৰক্ষী, ‘সমাজ সচেতক’সহ চাৰিগৰাকী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 4, 2022 6:52 am
Cops Arrested For Robbing
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

জনসাধাৰণৰ নিৰাপত্তা আৰু আইন-শৃংখলা ৰক্ষাৰ দায়িত্বত থকা আৰক্ষী কৰ্মীয়েই বহুসময়ত নিজেই অপৰাধমূলক কাম-কাজত জড়িত হৈ গ্ৰেপ্তাৰৰ সন্মুখীন হোৱা দেখিবলৈ পোৱা গৈছে। সেইদৰে সমাজৰ হিতৰ কাৰণে আগবাঢ়ি অহা একাংশ লোকৰ এই প্ৰত্যাশাৰ আঁৰত থকা কু-কৰ্মৰ ঘটনাও বহু সময়ত পোহৰলৈ আহিছে।

এনে এক ঘটনাৰ বাবেই শেহতীয়াকৈ ৰঙাঘৰৰ আলহী হ’বলগীয়া হৈছে দুগৰাকী আৰক্ষী কৰ্মী, এগৰাকী সমাজ সচেতক নামধাৰী ব্যক্তিসহ চাৰি দুৰ্বৃত্ত। দুগৰাকী যুৱকৰ পৰা ৩০ লাখতকৈও অধিক টকা লুণ্ঠন কৰাৰ অভিযোগত বৃহস্পতিবাৰে কলকাতাৰ একবালপুৰ অঞ্চলৰ পৰা এই চাৰিগৰাকী লোকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।

Apply Now

ঘটনা সন্দৰ্ভত গোচৰটোৰ তদন্তৰ দায়িত্বত থকা আৰক্ষী বিষয়াগৰাকীয়ে জানিবলৈ দিয়া মতে, দুই যুৱক বুধবাৰে তেওঁলোকৰ কৰ্মৰত কোম্পানীৰ কাৰ্যালয়ৰ পৰা বেংকলৈ ধন লৈ যোৱাৰ সময়ত চাৰিজনীয়া দলটোৱে লুণ্ঠন কৰা বুলি অভিযোগ দাখিল কৰিছিল।

যুৱক দুগৰাকীৰ অভিযোগ মতে তেওঁলোক বেংকলৈ গৈ থকাৰ সময়তে নিজকে আৰক্ষী বুলি চিনাকি দিয়া দুগৰাকী ব্যক্তিয়ে তেওঁলোকক বাট আগচি ধৰিছিল। দুই আৰক্ষী কৰ্মীয়ে যুৱক দুগৰাকীৰক ওচৰৰ এখন হোটেললৈ লৈ যায় আৰু তাতে সমাজ সচেতক হিচাপে পৰিচিত ব্যক্তিগৰাকী আৰু আন এগৰাকী লোকৰ সৈতে মিলি তেওঁলোকক শাৰীৰিক আক্ৰমণ কৰে।

চাৰিও অভিযুক্তই প্ৰহাৰ কৰাৰ পাছতে তেওঁলোকে লগত লৈ যোৱা সমুদায় ধনৰাশিও কাঢ়ি নিয়ে বুলি দুই যুৱকে অভিযোগ কৰে। ঘটনাৰ পিছতে যুৱক দুগৰাকীয়ে তেওঁলোক কৰ্মৰত কোম্পানীৰ মেনেজাৰক ফোন যোগে এই বিষয়ে অৱগত কৰে।

ফোন কলৰ জৰিয়তে ঘটনাৰ বিষয়ে খবৰ লাভ কৰাৰ পিছতে মেনেজাৰগৰাকী লগে লগে আৰক্ষী থানাত উপস্থিত হৈ অভিযোগ দাখিল কৰে আৰু তেতিয়াই এই চাঞ্চল্যকৰ ঘটনাৰ কথা পোহৰলৈ আহে। এই অভিযোগৰ পাছতে আৰক্ষীয়ে থানাৰ পৰাই আৰক্ষী কৰ্মী দুগৰাকী আৰু সমাজ সচেতক ব্যক্তিগৰাকীক গ্ৰেপ্তাৰ কৰে।

আনহাতে অভিযুক্ত আনগৰাকী ব্যক্তিকো আৰক্ষীয়ে কিছুসময় পিছতে গ্ৰেপ্তাৰ কৰি থানালৈ নিয়ে। তদন্তকাৰী আৰক্ষী বিষয়াগৰাকীয়ে এই চাঞ্চল্যকৰ ঘটনা সন্দৰ্ভত তদন্ত চলাই থকা হৈছে বুলি উল্লেখ কৰি অপৰাধীসকলৰ বিৰুদ্ধে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি মন্তব্য কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

এনচিইআৰটিৰ পাঠ্যক্ৰমত ডাঙৰ সালসলনি: বাদ পৰিল হিটলাৰ, অন্তৰ্ভুক্ত হ’ল সাভাৰকাৰৰ স্বৰাজৰ দাবী

এনচিইআৰটিৰ পাঠ্যক্ৰমত ডাঙৰ সালসলনি: বাদ পৰিল হিটলাৰ, অন্তৰ্ভুক্ত হ’ল সাভাৰকাৰৰ স্বৰাজৰ দাবী

July 9, 2026 7:31 pm
সংগীত জগতৰ অন্যতম শ্ৰেষ্ঠ আৰু বিখ্যাত গায়িকা বনি টেইলৰৰ দেহাৱসান

সংগীত জগতৰ অন্যতম শ্ৰেষ্ঠ আৰু বিখ্যাত গায়িকা বনি টেইলৰৰ দেহাৱসান

July 9, 2026 6:31 pm
লৰেন্স বিষ্ণোইক ভাৰতৰ পৰা প্ৰত্যাৰ্পণৰ পথত আমেৰিকা? নিজ্জৰ হত্যাকাণ্ডত বৃহৎ পদক্ষেপৰ প্ৰস্তুতি

লৰেন্স বিষ্ণোইক ভাৰতৰ পৰা প্ৰত্যাৰ্পণৰ পথত আমেৰিকা? নিজ্জৰ হত্যাকাণ্ডত বৃহৎ পদক্ষেপৰ প্ৰস্তুতি

July 9, 2026 6:19 pm
মোবাইল টাৱাৰ নোহোৱা ঠাইতো চলিব ফোন, বিএছএনএলে আনিলে ১,৩৪,১৬৬ টকীয়া বিশেষ ছেটেলাইট ফোন

মোবাইল টাৱাৰ নোহোৱা ঠাইতো চলিব ফোন, বিএছএনএলে আনিলে ১,৩৪,১৬৬ টকীয়া বিশেষ ছেটেলাইট ফোন

July 9, 2026 6:05 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এনচিইআৰটিৰ পাঠ্যক্ৰমত ডাঙৰ সালসলনি: বাদ পৰিল হিটলাৰ, অন্তৰ্ভুক্ত হ’ল সাভাৰকাৰৰ স্বৰাজৰ দাবী

এনচিইআৰটিৰ পাঠ্যক্ৰমত ডাঙৰ সালসলনি: বাদ পৰিল হিটলাৰ, অন্তৰ্ভুক্ত হ’ল সাভাৰকাৰৰ স্বৰাজৰ দাবী

July 9, 2026 7:31 pm
সংগীত জগতৰ অন্যতম শ্ৰেষ্ঠ আৰু বিখ্যাত গায়িকা বনি টেইলৰৰ দেহাৱসান

সংগীত জগতৰ অন্যতম শ্ৰেষ্ঠ আৰু বিখ্যাত গায়িকা বনি টেইলৰৰ দেহাৱসান

July 9, 2026 6:31 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd