• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গামোচা লৈ দিল্লীৰ ৰাজপথত প্ৰতিবাদ উত্তৰ-পূবৰ যুৱ কংগ্ৰেছীৰ

বিজেপি চৰকাৰৰ “অসম তথা উত্তৰ-পূব ভাৰত বিৰোধী” ভূমিকাৰ প্ৰতিবাদত এক প্ৰতিবাদী শোভাযাত্ৰা উলিয়াই নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬খন “জাপি” দিয়াৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে কংগ্ৰেছীসকলে।

এন ই নাও নিউজ by এন ই নাও নিউজ
January 31, 2019 10:56 pm
Congress

দিল্লীত যুৱ কংগ্ৰেছীৰ বৃ্হস্পতিবাৰৰ প্ৰতিবাদ। ছবি- ফে’চবুক।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নতুন দিল্লীৰ ৰাজপথত অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ যুৱ কংগ্ৰেছীসকলে বৃ্হস্পতিবাৰে বিজেপি চৰকাৰৰ “অসম তথা উত্তৰ-পূব ভাৰত বিৰোধী” ভূমিকাৰ প্ৰতিবাদত এক প্ৰতিবাদী শোভাযাত্ৰা উলিয়াই নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬খন “জাপি” দিয়াৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে।

কেন্দ্ৰৰ বিজেপি শাসিত চৰকাৰে “এই অঞ্চলৰ জনসাধাৰণৰ ভৱিষ্যতলৈ শংকা নমাই অনা” কাৰ্য্যৰ প্ৰতিবাদ জনাবলৈ উত্তৰ পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যৰ যুৱ কংগ্ৰেছৰ প্ৰতিনিধিসকলে নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ মুখ্য কাৰ্য্যআলয়, দিল্লীস্থিত ২৪ আকবৰ ৰোডৰ পৰা দিনৰ ভাগত উলিওৱা প্ৰতিবাদী শোভাযাত্ৰাই কেন্দ্ৰীয় গৃহ মন্ত্ৰীৰ বাসভৱনলৈ গতি কৰাৰ সময়ত আৰক্ষীয়ে শোভাযাত্ৰাকাৰী দলটোক মাজবাটতে আবদ্ধ কৰি ৰখাই আটক কৰে।

Apply Now

প্ৰতিবাদকাৰীসকলে কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ বাসভৱনৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰি কয় যে বিধেয়কখনে অসম তথা উত্তৰ-পূবৰ জনসাধাৰণৰ জীৱনলৈ শংকা নমাই অনাৰ লগতে নিজ নিজ ভাষা, সংস্কৃতিলৈকো ভাবুকি নমাই আনিব।

অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ মিডিয়া সমন্বয়ক কৃদীপ বৰ্মণে এক বিবৃতি যোগে জনোৱা মতে নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ প্ৰত্যাহাৰৰ দাবীত  “SAVE NORTH EAST – SAVE INDIA” ৰ উপৰিও বিভিন্ন শ্ল’গান দিয়াৰ লগতে অসমীয়াৰ স্বাভিমানৰ প্ৰতীক গামোচা প্ৰদৰ্শন কৰি প্ৰতিবাদ সাব্যস্ত কৰা হয়।

অসম, মেঘালয়, অৰুণাচল প্ৰদেশ, মণিপুৰ, নাগালেন্দ, ত্ৰিপুৰা, মিজোৰামৰ প্ৰদেশ যুৱ কংগ্ৰেছ সভাপতিসকল ক্ৰমে কমৰুল ইছলাম চৌধুৰী, ৰিচাৰ্দ এম মাৰাক, গেলি ইটে, আমিৰ হুচেইন, এবি কেংগ্ৰুচই, শুচান্ত চক্ৰৱৰ্তী, ড° লালমালচাওমনৰ নেতৃত্বত প্ৰায় চাৰিশ সদস্যই অংশগ্ৰহণ কৰে প্ৰতিবাদত।

সৰ্বভাৰতীয় যুৱ কংগ্ৰেছৰ সভাপতি কেশৱ চন্দ যাদৱ, উপ সভাপতি শ্ৰীনিবাস বি. ভেংকটেশৰ, সম্পাদক তথা প্ৰদেশ যুৱ কংগ্ৰেছৰ তত্বাবধায়ক ড° স্মুতি ৰঞ্জন লেংকা আৰু অসম প্ৰদেশ কংগ্ৰছৰ জ্যেষ্ঠ মুখপাত্ৰ অপূৰ্ব ভট্টাচাৰ্য, সম্পাদক ইমদাদ হুছেইন, অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি, বিধায়ক ৰেকীবুদ্দিন হুছেইনে প্ৰতিবাদী সকলক সম্বোধন কৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd