• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

ঈশ্বৰৰ নামত শপত ল’বলৈ অস্বীকাৰ কেৰালাৰ ৪২ জন বিধায়কৰ, তালিকাত বাওঁপন্থীৰ লগতে আছে কংগ্ৰেছ নেতাও

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 22, 2026 10:00 pm
51
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পবিত্ৰ তীৰ্থ স্থানৰ বাবে জনাজাত কেৰালাত বহু জনপ্ৰতিনিধিৰে ঈশ্বৰৰ প্ৰতি আস্থা নাই। বিধানসভাত নিয়ম অনুসৰি শপত গ্ৰহণ কৰাৰ সময়ত মুঠ ৪২ জন বিধায়কে ঈশ্বৰৰ নাম ল’বলৈ অস্বীকাৰ কৰিছে। ইয়াৰ ভিতৰত বেছিভাগেই হৈছে বাওঁপন্থী বিধায়ক। অৱশ্যে এই তালিকাত কংগ্ৰেছ আৰু আন আন দলৰ কেইজনমান বিধায়কৰ নামো অন্তৰ্ভুক্ত হৈছে। বিধানসভাত শপত লোৱাৰ আগতে বিধায়কসকলক কিছুমান বিকল্প দিয়া হয়। বিধায়কসকলে নিজৰ পছন্দৰ ভাষাত শপত ল’ব পাৰে আৰু তেওঁলোকে কাৰ নামত শপত ল’ব সেইয়াও নিজেই বাছনি কৰিব পাৰে। এইক্ষেত্ৰত ঈশ্বৰৰ নাম আৰু আন্তৰিক প্ৰতিজ্ঞা বা ছলেমন্ এফাৰ্মেছনৰ দুটা বিকল্প দিয়া হয়। তাৎপৰ্যপূৰ্ণভাৱে ১৪০ খন আসনৰ কেৰালা বিধানসভাত ৪২ জন বিধায়কে ঈশ্বৰৰ নামত শপত নোলোৱাৰ সিদ্ধান্ত লয় আৰু তেওঁলোকে আন্তৰিক প্ৰতিজ্ঞাৰে শপত বাক্য পাঠ কৰে।

বাওঁপন্থীসকলে প্ৰায়েই ধৰ্মৰ অস্তিত্বক অস্বীকাৰ কৰি আহিছে। নিৰ্বাচনী বিপৰ্যয়ৰ পাছত আন ৰাজ্যত বাওঁপন্থী শিবিৰৰ কিছু আদৰ্শগত পৰিৱৰ্তন দেখা গ’লেও কেৰালাত তেনে হোৱা নাই। চিপিআইএম আৰু চিপিআইৰ টিকটত জয়ী হোৱা ৩৪ জন বিধায়কে শপত গ্ৰহণৰ ক্ষেত্ৰত ঈশ্বৰৰ নাম আওকাণ কৰিছে। ইয়াৰ বাহিৰেও আৰএছপিৰ দুজন বিধায়ক আৰু ৰিভল্যুচনাৰী মাৰ্ক্সিষ্ট পাৰ্টীৰ দুজন বিধায়কেও আন্তৰিক প্ৰতিজ্ঞাৰ নামতে শপত লয়। আনকি দুজন কংগ্ৰেছ বিধায়কেও ঈশ্বৰৰ নামত শপত গ্ৰহণ কৰা নাই।

Apply Now

কেৰালা বিধানসভাত ঈশ্বৰৰ নামত শপত নোলোৱাৰ এই প্ৰৱণতা অৱশ্যে কোনো নতুন কথা নহয়। সদায় বাওঁপন্থী বিধায়কৰ এটা ডাঙৰ অংশই শপত গ্ৰহণৰ সময়ত ঈশ্বৰৰ নাম লোৱাৰ পৰা বিৰত থাকে। এইবাৰ সেই তালিকাত আৰু কিছুমান নতুন নাম সংযোজন হৈছে। আনহাতে শপত গ্ৰহণৰ সময়ত ভাষাৰ ক্ষেত্ৰতো একাধিক বৈচিত্ৰ্য দেখা গৈছে। এই সকলোবোৰ পৰিঘটনাত শাসকীয় শিবিৰে যথেষ্ট সন্তোষ প্ৰকাশ কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰিয়জনক চুমা খাওঁতে চকু নিজে নিজে কিয় বন্ধ হৈ যায় জানেনে?

প্ৰিয়জনক চুমা খাওঁতে চকু নিজে নিজে কিয় বন্ধ হৈ যায় জানেনে?

July 8, 2026 7:45 am
ঘৰৰ ফ্ৰিজটো বেয়া হ’বলৈ ধৰিছে নেকি? সহজেই বুজি লওক এইসমূহ লক্ষণ

ঘৰৰ ফ্ৰিজটো বেয়া হ’বলৈ ধৰিছে নেকি? সহজেই বুজি লওক এইসমূহ লক্ষণ

July 8, 2026 6:45 am
ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

July 7, 2026 8:43 pm
প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

July 7, 2026 8:41 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰিয়জনক চুমা খাওঁতে চকু নিজে নিজে কিয় বন্ধ হৈ যায় জানেনে?

প্ৰিয়জনক চুমা খাওঁতে চকু নিজে নিজে কিয় বন্ধ হৈ যায় জানেনে?

July 8, 2026 7:45 am
ঘৰৰ ফ্ৰিজটো বেয়া হ’বলৈ ধৰিছে নেকি? সহজেই বুজি লওক এইসমূহ লক্ষণ

ঘৰৰ ফ্ৰিজটো বেয়া হ’বলৈ ধৰিছে নেকি? সহজেই বুজি লওক এইসমূহ লক্ষণ

July 8, 2026 6:45 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd