• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 17, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কোনে কোনে পালে সাহিত্যিক পেন্সন? সন্দেহৰ আৱৰ্তত বহুজনৰ সাহিত্যিক পৰিচয়!

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , August 14, 2018 7:00 pm

2 min read

LiteraryAward
117
VIEWS
Share on FacebookShare on Twitter

ৰাজ্য চৰকাৰে প্ৰতি বছৰৰ দৰে এইবাৰো সাহিত্যিক পেন্সন ঘোষণা কৰিছে। মুঠ ৪৩জন বিশিষ্ট লোকক ২০১৮-১৯ বৰ্ষৰ সাহিত্যিক পেন্সনৰ বাবে নিৰ্বাচিত কৰা হৈছে।

মন কৰিব লগীয়া কথাটো হ’ল- চৰকাৰৰ লাখ টকা দৰমহা খাই থকা লোককো এই সাহিত্যিক পেন্সনৰ বাবে নিৰ্বাচন কৰা হৈছে। এওঁলোকে সাহিত্যিক পেন্সনৰ জৰিয়তে আন এটা পৰিমাণৰ চৰকাৰী টকা লাভ কৰাটো নিশ্চিত হ’ল। এনে লোকসকলক পুনৰ পেন্সনৰ নামত চৰকাৰৰ ধন দিয়াৰ যুক্তি ক’ত বুলি প্ৰশ্ন কৰিছে একাংশ ৰাইজে।

আনহাতে সাহিত্যিক পেন্সনাৰ হিচাপে নিৰ্বাচিত হোৱাসকলৰ বহুতৰ সাহিত্যিক পৰিচয় সন্দৰ্ভত প্ৰশ্নৰ অৱতাৰণা কৰিছে সচেতন একাংশই।

সাহিত্যিক পেন্সনাৰ হিচাপে নিৰ্বাচিতসকল হ’ল:-

ড০ উত্তম চন্দ্ৰ পাঠক (বৰপেটা), ইন্দ্ৰ প্ৰসাদ শইকীয়া (বিশ্বনাথ), ড০ সান্ত্বনাময়ী মজুমদাৰ (বঙাইগাওঁ), কাব্ৰাম্বাম নীলকান্ত সিংহ (কাছাৰ), মতিদেৱ শৰ্মা শাস্ত্ৰী (দৰং), পৃথুৰাম বৰুৱা (দৰং), নীলিমা চক্ৰৱৰ্তী (ধুবুৰী), জিতেন্দ্ৰ নাথ চুতীয়া (ধেমাজি), পুষ্পধৰ গগৈ (ধেমাজি), গুণেশ্বৰ সোণোৱাল (ডিব্ৰুগড়), মুকুট দত্ত (ডিব্ৰুগড়), জ্যোতি বৰগোহাঁই (ডিব্ৰুগড়), ভৱকান্ত কোঁৱৰ (ডিব্ৰুগড়), অনিমা দেৱী (গোলাঘাট), ৰীতাঞ্জলি পূজাৰী (যোৰহাট), ৰুণিমা বৰুৱা (যোৰহাট), নৃপেন দেউৰী (যোৰহাট), দীনেশ কাকতী নাথ (কামৰূপ মহানগৰ), মুৰুলিধৰ দাস(কামৰূপ মহানগৰ), ছফিউৰ ৰহমান শইকীয়া (কামৰূপ মহানগৰ), ভূপেন্দ্ৰ ৰয় চৌধুৰী (কামৰূপ মহানগৰ), তৰণীকান্ত পাঠক (কামৰূপ মহানগৰ), মাধুৰী কলিতা চৌধুৰী (কামৰূপ মহানগৰ), নীলিমা বৰা (কামৰূপ মহানগৰ), দয়ানন্দ পাঠক (কামৰূপ মহানগৰ), পংকজ ঠাকুৰ (কামৰূপ মহানগৰ), ভুৱন চন্দ্ৰ কলিতা (কামৰূপ মহানগৰ), সুকুমাৰ বাগচী (কামৰূপ মহানগৰ), পদ্মৰাম মহন্ত (কামৰূ), ফণীধৰ বৰা (মাজুলী), ভৰত চন্দ্ৰ ডেকা (নলবাৰী), দিলীপ কুমাৰ বৰগোহাঁই (শিৱসাগৰ), হৰেন্দ্ৰ কলিতা (কামৰূপ), মনজিত সিং (কামৰূপ মহানগৰ), গণেশ পেগু (কামৰূপ মহানগৰ), ধৰ্মেশ্বৰ দুৱৰা (গোলাঘাট), মহীধৰ ডেকা (কামৰূপ মহানগৰ), ড০ নমিতা ডেকা (কামৰূপ মহানগৰ), ৰত্নেশ্বৰ বসুমতাৰী (কামৰূপ মহানগৰ), ড০ ভুৱনেশ্বৰ ডেকা (কামৰূপ), ৰূপচিং টেৰন (কাৰ্বি আংলং), বিদ্যাসাগৰ নাৰ্জাৰী (কোকৰাঝাৰ) আৰু সুমন্ত চলিহা (কামৰূপ মহানগৰ)।

উল্লেখযোগ্য যে চৰকাৰৰ জনসংযোগ বিভাগৰ দ্বাৰা প্ৰকাশিত এই তালিকাত থকাসকলক মহানগৰীৰ কাহিলিপাৰাস্থিত উচ্চ শিক্ষা সঞ্চালকালয়ৰ সৈতে যোগাযোগ কৰিবলৈ অনুৰোধ কৰা হৈছে।

Recent News

IMG-20210116-WA0054

বোকাখাতত প্ৰথম দিনা ৬৭ গৰাকী স্বাস্থ্য কৰ্মীক ক’ভিড১৯ৰ প্ৰতিষেধক প্ৰদান

WhatsApp Image 2021-01-16 at 6.46.28 PM

গুৱাহাটীত ক’ভিড-১৯ৰ টীকাকৰণ অভিযানৰ শুভাৰম্ভ স্বাস্থ্য মন্ত্ৰীৰ; তিনি বিশিষ্ট চিকিৎসকে ল’লে ভেকচিন

WhatsApp Image 2021-01-16 at 6.46.03 PM

অজাপৰ যোগদান সমাৰোহ; এইবাৰ অসমত জাতীয়তাবাদৰ চৰকাৰ অহাটো নিশ্চিত: লুৰীণজ্যোতি গগৈ

IMG-20210116-WA0008

কেৱল গোৰ্খা ভোটেৰে জয়ী হৈ দেখুৱাওক বিধায়ক ভাস্কৰ শৰ্মাই; লেখাপানীত ১০ সংগঠনৰ হুংকাৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd