• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অব্যাহত ক’ৰ’না সংহাৰ : বৃহস্পতিবাৰে কেইবা হাজাৰ লোকৰ মৃত্যু আমেৰিকাত

এন ই নাও নিউজ by এন ই নাও নিউজ
April 17, 2020 11:20 am
494104aa920edb9bd55bcadbc9514288

প্ৰতিনিধিত্বমূলক চিত্ৰ

43.3k
VIEWS
Share on FacebookShare on Twitter

ক’ৰ’না ভাইৰাছৰ সংহাৰে সম্পূৰ্ণৰূপে দিশহাৰা কৰি তুলিছে ছুপাৰপাৱাৰ আমেৰিকাক। দেশখনত ক’ৰ’না সংক্ৰমণ তথা মৃত্যুৰ সংখ্যা নিয়ন্ত্ৰণৰ বাহিৰত গুছি যোৱা পৰিলক্ষিত হৈছে।

ক’ৰ’নাৰ সংহাৰ ইমানেই ভয়ংকৰ যে দেশখনত এই পৰ্যন্ত ৩২,৯১৭ গৰাকী লোকে প্ৰাণ হেৰুৱাইছে।

ইফালে যোৱা ২৪ ঘণ্টাত দেশখনত ক’ৰ’নাৰ ফলত ৪,৪৯১ গৰাকী লোকে প্ৰাণ হেৰুওৱা খবৰে আমেৰিকাৰ লগতে সমগ্ৰ বিশ্ববাসীক স্তম্ভিত কৰি তুলিছে।

জনছ হফিন্স য়ুনিভাৰ্চিটিৰ ক’ৰ’না ভাইৰাছ চেণ্টাৰে প্ৰকাশ কৰা তথ্য অনুসৰি এটা দিনত মৃত্যু হোৱা সংখ্যাৰ ক্ষেত্ৰত এই পৰ্যন্ত এইটোৱে সৰ্বাধিক সংখ্যাৰ ঘটনা।

উল্লেখ্য যে সমগ্ৰ বিশ্বতে ভয়াবহ ৰূপ ধাৰণ কৰা ক’ৰ’নাত সৰ্বাধিক আমেৰিকাৰ ৬,৬৭,৮০০ গৰাকী লোক আক্ৰান্ত হৈছে। আনহাতে মৃত্যু হৈছে ৩২,৯১৭ গৰাকী লোকৰ।

চীনৰ য়ুহান চহৰত আৰম্ভ হোৱা এই ভাইৰাছবিধে সমগ্ৰ বিশ্বলৈ সম্প্ৰসাৰণ ঘটাত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। ক’ৰ’নাৰ ফলত বিশ্বত এতিয়ালৈ ১,৪৪,২২১ গৰাকী লোকৰ মৃত্যু হোৱাৰ বিপৰীতে আক্ৰান্ত হৈছে ২১ লাখৰো অধিক লোক।

Recent News

ষষ্ঠ অনুসূচীৰ অধীনত হিমন্ত চৰকাৰে জনজাতীয় স্বায়ত্তশাসন হৰণ কৰাৰ অভিযোগ গৌৰৱ গগৈৰ

ষষ্ঠ অনুসূচীৰ অধীনত হিমন্ত চৰকাৰে জনজাতীয় স্বায়ত্তশাসন হৰণ কৰাৰ অভিযোগ গৌৰৱ গগৈৰ

শীঘ্ৰেই ডি ৱাই চন্দ্ৰচুড়ৰ বাংলো খালী কৰক; কেন্দ্ৰলৈ চিঠি উচ্চতম ন্যায়ালয়ৰ! ঘটনাটো কি?

শীঘ্ৰেই ডি ৱাই চন্দ্ৰচুড়ৰ বাংলো খালী কৰক; কেন্দ্ৰলৈ চিঠি উচ্চতম ন্যায়ালয়ৰ! ঘটনাটো কি?

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

ট্ৰাম্পক লক্ষ্য কৰিয়েই এইবাৰ ৰাজনৈতিক যুঁজত প্ৰৱেশ ইলন মাস্ক; ঘোষণা ‘আমেৰিকা পাৰ্টি’ৰ

ট্ৰাম্পক লক্ষ্য কৰিয়েই এইবাৰ ৰাজনৈতিক যুঁজত প্ৰৱেশ ইলন মাস্ক; ঘোষণা ‘আমেৰিকা পাৰ্টি’ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd